⚫ গৰুখুঁটি কাণ্ডৰ লগত জড়িত দুজন ব্যক্তিক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ।
⚫ ধৃত ব্যক্তি দুজন আছমত আলি আৰু ছান মামুদ।
- Donation -
⚫ CID য়ে গ্ৰেপ্তাৰ কৰিছে দুয়োজন ব্যক্তিকে।
⚫ উচতনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় ব্যক্তি দুজনক।
⚫ নিশাৰ ভাগতেই গ্ৰেপ্তাৰ কৰা হয় ব্যক্তি দুজনক।