আফগানিস্তানত নাৰীৰ আৰ্তনাদৰ অন্ত কেতিয়া ? নীৰৱ কিয় ৰাষ্ট্ৰসংঘ ?
জুৰি বৰুৱা
"মই কেতিয়াও ভবা নাছিলো আমি আকৌ সেই বিশ বছৰ আগৰ দিনবোৰলৈ উভতি যাব লাগিব। বিগত বিশ বছৰে আমি নিজৰ অধিকাৰৰ বাবে কৰা সংগ্ৰাম, শিক্ষা আৰু সম অধিকাৰৰ বাবে কৰা যুঁজখন খন্তেকতে ধূলিসাৎ কৰি পেলালে তালিবানে। গোটেই বিশ্বৰ আগত আজি…