সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এখন ডকুমেণ্টেৰীয়ে টোপনি হৰিছে চৰকাৰৰ

বিবিচিৰ এখন ডকুমেণ্টেৰীৰ বাবেই সমগ্ৰ বিশ্বত লাগিছে হাহাকাৰ।বিবিচিয়ে প্ৰস্তুত কৰা এই ডকুমেণ্টেৰীখনৰ দ্বিতীয় খণ্ডও ইতিমধ্যে প্ৰকাশ পাইছে।কিন্তু আশ্চৰ্যজনকভাৱে ভাৰতত এই ডকুমেণ্টেৰীৰ প্ৰদৰ্শন বন্ধ কৰা হৈছে।ইয়াৰ কাৰণ হৈছে গুজৰাটৰ গোধৰাত ২০০২ চনত…

নাগালেণ্ডত আপ

আগন্তুক নাগালেণ্ড বিধানসভা নিৰ্বাচনত আম আদমী পাৰ্টিয়ে প্ৰতিন্দন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত।অহা ২৭ ফেব্ৰুৱাৰীত নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।নাগালেণ্ডৰ মুঠ ৬০ খন বিধানসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।দলটোৰ উত্তৰ পূবৰ…

ৰাজ্য চৰকাৰক তুলাধূনা ৰাজ্যপালৰ !

গণতান্ত্ৰ দিৱসৰ দিনা ৰাজ্যবাসীক উদ্দেশ্যি দিয়া ভাষণত এগৰাকী ৰাজ্যপালে জনালে এক অগতানুগতিক আহ্বান। তেলেংগানাৰ ৰাজ্যপাল তামিলিচাই সুন্দৰৰাজনে জনালে এই আহ্বান।তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও আৰু তেওঁৰ চৰকাৰক গণতন্ত্ৰ দিৱসৰ উদ্দেশ্যি…

হোটেলৰ কোঠাত মৃতদেহ

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড।ফাঁচী বজাৰৰ ৰাজ হংস হোটেলৰ কোঠাত উদ্ধাৰ হৈছে মহিলাৰ মৃতদেহ।স্বামীয়ে নৃশংস ভাবে হত্যা কৰাৰ অভিযোগ পত্নী তাজলিমা খাতুনক।তৃতীয় মহলাৰ ২০৬নং বন্ধ কোঠাত উদ্ধাৰ হৈছে মৃতদেহটো।ৰক্তাক্ত মৃতদেহৰ…

নগাঁৱত বেডমিণ্টন টুৰ্নামেণ্ট

নগাঁও চহৰৰ ইছলামপট্টিত আৰম্ভ হৈছে দুদিনীয়া বেডমিন্টন টুৰ্ণামেণ্ট । অন্যতম সামাজিক অনুষ্ঠান পায়'নিয়াৰ গ্ৰুপৰ উদ্যোগত ৰাজপত্ৰিত বিষয়া তথা সুদক্ষ শ্বাটলাৰ প্ৰয়াত হিমাংশু জ্যোতি নাথৰ সোঁৱৰণত অনুষ্ঠিত হোৱা এই টুৰ্ণামেণ্টখনত ৩২ টাকৈ দলে…

ফাৰহিন-শ্বাহনাজৰ অভিনয়ে মুহিলে ভাওনাপ্ৰেমীক

হিন্দু-মুছলমানক লৈ একাংশ লোকে ধৰ্মীয় সম্প্ৰীতি বিনষ্ট কৰাৰ বাবে অহৰহ ব্ৰতী হৈ থকাৰ সময়ত নগাঁৱত দুয়োটা ধৰ্মৰে এদল কণমানিয়ে একেলগে মঞ্চস্থ কৰিলে ভাওনা।বলিষ্ঠ অভিনয়ৰে জিলিকিল মুছলমান সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীও।চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ…

অট্টালিকা খহি মৃত্যু কংগ্ৰেছ নেতাৰ মাতৃৰ,আৱদ্ধ পত্নী

লক্ষ্ণৌত সংঘটিত হৈছে ভয়ানক ঘটনা। মঙলবাৰৰ বিয়লি ভাগত লক্ষ্ণৌৰ হজৰতগঞ্জ অঞ্চলত এটা পাঁচ মহলীয়া আৱাসিক অট্টালিকা খহি পৰে।উক্ত ঘটনাত এতিয়ালৈকে এগৰাকী মহিলাৰ মৃত্যু হৈছে।ঘটনাস্থলীৰ পৰা এতিয়ালৈকে ১৪ জনক উদ্ধাৰ কৰা হৈছে যদিও আৰু দুজনী মহিলা…

৩১বছৰীয়া বিদ্যালয় অথচ শিক্ষাৰ্থী বহে মাটিত

ৰাজ্যত চলিছে গুণোৎসৱ।গুণোৎসৱৰ নামত কোটি কোটি টকা খৰছ কৰা হৈছে। ন -কইনাৰ সাজত বিদ্যালয় সমূহ সজাই পৰাই তোলা হৈছে ।ৰাজ্যৰ বিদ্যালয় সমূহৰ মূল্যায়নক লৈ এক উখল মাখল পৰিবেশৰ সৃষ্টি হৈ থকাৰ সময়তে ৰাজ্যৰ বহু অ -প্ৰাদেশীকৃত বিদ্যালয়ত পেটত গামোচা মাৰি…

শিল্পী যদিও বঞ্চিত শিল্পী পেঞ্চনৰ পৰা

শিৱসাগৰৰ এগৰাকী প্ৰচাৰ বিমুখ শিল্পী। নিজৰ প্ৰতিভাৰে বিগত ২৫ বছৰে শিৱসাগৰৰ কেইবাশতাধিক ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ দি আহিছে সত্ৰীয়া নৃত্য, গীত, গায়ন বায়ন আদিৰ।এই গৰাকী প্ৰচাৰ বিমুখ শিল্পী হৈছে সত্ৰীয়া নৃত্যৰ সাধক, বৰগায়ন তথা শাস্ত্ৰীয় সংগীতজ্ঞ…

‘পাঠান’ৰ টিকেট কাটি থানাত মফিদুল

আজি সমগ্ৰ দেশতেই মুক্তি পাইছে পাঠান নামৰ চলচ্চিত্ৰখনে।শ্বাহৰূখ খান অভিনীত পাঠান চলচ্চিত্ৰখন মুক্তিৰ আগতেই যথেষ্ট বিতৰ্কলৈ আহিছিল।চলচ্চিত্ৰখনৰ এটা গীতৰ নৃত্যাংশক লৈ হৈছিল বিতৰ্ক।গীতটিত অভিনেত্ৰী দিপীকা পাডুকনে গেৰুৱা ৰঙৰ বিকিনী পৰিধান কৰাক…