সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ প্ৰথমখন উপন্যাস

কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ নৱতম উপন্যাস 'কেঁচা ভূঁইৰ কঁপনি' আজি উন্মোচন কৰা হয়। গুৱাহাটীৰ চচলত আয়োজিত এক অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে গ্ৰন্থখন উন্মোচন কৰে। উন্মোচকৰ ভাষণত দেৱ চৌধুৰীয়ে কয়― ''সাম্প্ৰতিক সময়ত…

মুখ্যমন্ত্ৰী কাক পাতিব,সিন্ধান্ত ল’ব RSS এ !

৫ খন ৰাজ্যৰ শেহতীয়া বিধানসভা নিৰ্বাচনৰ ফলাফলত ৩ খনতেই জয়লাভ কৰিলে বিজেপিয়ে । ইতিমধ্যে ফলাফল ওলোৱা ৫ টা দিন পাৰ হ’বৰ হ’ল। কিন্তু তিনিখন ৰাজ্যৰ এখনৰো মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিবলৈ সক্ষম হোৱা নাই বিজেপি৷ৰাজস্থানত মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰায় ৯…

পুত্ৰৰ কথা নুশুনি বিপদত পিতৃ !

তেলেংগানাত কংগ্ৰেছৰ বিপুল জয়ৰ বিপৰীতে ভয়ংকৰভাৱে মুখথেকেঁচা খালে ভাৰত ৰাষ্ট্ৰ সমিতিয়ে । ভাৰত ৰাষ্ট্ৰ সমিতিৰ মূৰব্বী কে চন্দ্ৰশেখৰ ৰাওৰ তেলেংগানা গঠনৰ ক্ষেত্ৰত সৰ্বাধিক অৱদান আছিল । তেওঁৰ নেতৃত্বতে তেলেংগানা গঠনৰ পৰাই অৰ্থাৎ ২০১৪…

আৰম্ভ হ’ল কংগ্ৰেছৰ পৰম্পৰা,পুনৰ পদবীক লৈ টনাআঁজোৰা !

পাঁচখন ৰাজ্যৰ ফলাফল ওলাল,ফলাফলত কংগ্ৰেছে লাভ কৰিলে কেৱল তেলেংগানা শাসনৰ ক্ষমতা । তেলেংগানাত মুখ্যমন্ত্ৰী কেচিআৰ নেতৃত্বাাধীন ভাৰত ৰাষ্ট্ৰ সমিতিক হৰুৱাই কংগ্ৰেছ দলে ৬৪ খন আসনত জয়লাভ কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হয় । কিন্তু আৰম্ভণিতেই…

ভোট ভঙা দলহে হ’ল নেকি আপ?

দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফল ইতিমধ্যে প্ৰকাশ পালে। তিনিখন ৰাজ্য বিজেপিয়ে দখল কৰাৰ বিপৰীতে কংগ্ৰেছ দলে এখন আৰু আঞ্চলিক দল জ’ৰাম পিপুলচ মুভমেণ্টে মিজোৰাম নিজৰ দখললৈ নিবলৈ সক্ষম হৈছে।ইণ্ডিয়া মিত্ৰজোঁটে একেলগে এই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা…

হিমন্ত বিশ্ব শৰ্মাৰ ‘বসুন্ধৰা’ বনাম কে চি আৰৰ ‘ ধৰণী’

তেলেংগানাত ‘ধৰণী’ আঁচনি বাতিলৰ প্ৰতিশ্ৰুতি কিয় বিজেপিৰ ? ‘ধৰণী’ৰ বাবে কেনেকৈ বিপদত তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চি আৰ? দুখন আঁচনি । এখন শেহতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত হোৱা তেলেংগানাৰ , আনখন অসমৰ । তেলেংগানাৰ আঁচনিখনৰ নাম ‘ধৰণী’ । অসমৰ আঁচনিখনৰ…

ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত আৰম্ভ পূব- মণ্ডলৰ আন্তঃ বিশ্ববিদ্যালয় টেবুল টেনিছ  প্ৰতিযোগিতা

প্রতিবছৰৰ দৰে এইবেলিও ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ত  এছ'চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্চিটিজৰ উদ্যোগত অনুষ্ঠিত হৈছে  পূব মণ্ডলৰ আন্তঃ বিশ্ববিদ্যালয় টেবুল টেনিছ প্ৰতিযোগিতা। পূব মণ্ডলৰ প্ৰায় ৪৯ খন বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত।…

মমতাহীন হৈ পৰিছে মমতা !

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী শেহতীয়াকৈ খঙত অগ্নিশৰ্মা হৈ পৰিছে। প্ৰতিদিনেই নিত্য নতুন অভিযোগত দোষী সাব্যস্ত কৰি তেওঁৰ দলৰ ইজনৰ পিছত সিজন নেতাক গ্ৰেপ্তাৰ কৰিছে ED,CBI ৰ দৰে কেন্দ্ৰীয় সংস্থাই৷বিৰোধী দলৰ নেতাসকলক এনেদৰে লক্ষ্য কৰি…

গুজ্জৰৰ বিধিপথালি,কোন জয়ী হ’ব ৰাজস্থানত?

ৰাজস্থানত শনিবাৰে বিধানসভাৰ নিৰ্বাচন। মুঠ ২০০ খন বিধানসভাৰ আসনৰ ভিতৰত ১৯৯ খনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হৈছে। ৰাজস্থানত বৰ্তমান মুখ্যমন্ত্ৰী অশোক গেহলটৰ নেতৃত্বত আছে কংগ্ৰেছ দলৰ চৰকাৰ। ৰাজস্থানত এইবাৰ কংগ্ৰেছ অথবা বিজেপি কোনো দলেই জয়ী হ’ব…

পুনৰ চক্ৰবেহুত ৰাহুল,কি হ’ব ৰাহুল গান্ধীৰ ?

২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪ টা মাহ।এই চাৰিটা মাহ শাসক দল বিজেপি আৰু বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ সময় । এইখিনি সময়তেই জনতাৰ কাষ চাপিব লাগিব শাসক -বিৰোধী৷৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনকলৈ বিজেপি আত্মবিশ্বাসী…