Nuclear Power in Pakistan: পশ্চিমীয়া দেশৰ পৰা চুৰি কৰা ধাৰণাৰে পাকিস্তান আজি পাৰমানৱিক শক্তি

Nuclear power in Pakistan: পশ্চিমীয়া দেশৰ পৰা পাকিস্তানলৈ চুৰি কৰি নিছিল পাৰমানৱিক শক্তিৰ সূত্ৰ। ভাৰতত জন্ম হোৱা এজন পাকিস্তানীয়ে দেশখনক গঢ় দিছিল পাৰমানৱিক শক্তি। কেনেকৈ পাৰমানৱিক শক্তি হৈছিল পাকিস্তান ইয়াৰ আঁৰত আছে এক আশ্বৰ্যকৰ কাহিনী। পহলগামৰ নৰসংহাৰৰ পাছতেই কঠোৰ হৈছে…

Caste Census: জাতিগত লোকপিয়লেৰে সমৰ্থকৰ মুখত চূণ সানিলে নৰেন্দ্ৰ মোদীয়ে!

কাৰ্যতঃ সমৰ্থকৰ মুখত চূণ সানিলে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে৷ দেশত যুদ্ধৰ উত্তেজনা বিৰাজ কৰি থকা সময়তে নৰেন্দ্ৰ মোদী চৰকাৰে দেশত প্ৰথমবাৰৰ বাবে জাতিগত লোকপিয়ল (Caste Census) কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কেনেদৰে এই গণনা কৰা হয়, তাৰ বিশদ তথ্য প্ৰকাশ…

POK- আচলতে কিমান ‘আজাদ’?

চিৰবৈৰী পাকিস্তানে অবৈধভাৱে দখল কৰা অঞ্চল-‘আজাদ কাশ্মীৰ’ আৰু ‘গিলগিট-বাল্টিস্তান’। যাক কোৱা হয় POK বা Pakistan Occupied Kashmir। ১৯৪৭ চনত যিসময়ত পূৰ্বৰ ৰাজকীয় ৰাজ্য জম্মু আৰু কাশ্মীৰ আনুষ্ঠানিক আৰু আইনগতভাৱে ভাৰতত চামিল হৈছিল, সেই সময়তে অবৈধভাৱে পাকিস্তানে দখল কৰি লৈছিল জম্মু…

ভাৰতত কেনেকৈ ওলাল হাজাৰ হাজাৰ পাকিস্তানী?

কেনেকৈ ভাৰতত ওলাল হাজাৰ হাজাৰ পাকিস্তানী? কেনেকৈ ভাৰতত বসবাস কৰি আছিল পাকিস্তানী নাগৰিক? এই প্ৰশ্নৰ অৱতাৰণা হোৱাৰ কাৰণ আছে। হাজাৰ হাজাৰ পাকিস্তানীয়ে ভাৰতত বাস কৰি আছিল। পহলগামৰ ঘটনাৰ পাছতেই এই কথা পোহৰলৈ আহিল। ইয়াৰ পাছতেই এতিয়া প্ৰশ্নৰ উদয় হৈছে এইদৰে…

এইবাৰ তুলিৰাম ৰংহাঙৰ ভুৱা পি এইচ ডি!

২০০ কোটি টকীয়া ফাৰ্ম হাউচ নিৰ্মাণ কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ তুলিৰাম ৰংহাঙৰ পি এইচ ডি ডিগ্ৰীক লৈ আৰম্ভ হৈছে এক নতুন বিতৰ্ক৷ তুলিৰাম ৰংহাঙে এক অস্তিত্বহীন বিশ্ববিদ্যালয়ৰ পৰা ভুৱা পি এইচ ডি ডিগ্ৰী…

কংগ্ৰেছৰে মিত্ৰতা! অখিল গগৈ–হিমন্ত বিশ্ব শৰ্মাই ঘুচিয়াঘুঁচি কৰিব লাগিব!

মূল বিষয়লৈ যোৱাৰ আগত মনত পেলাব বিচাৰিছো ৩৭ বছৰ আগৰ এটা কাহিনী৷ চন ১৯৮৮৷ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী৷ অটল বিহাৰী বাজপেয়ী বিৰোধী দলৰ এজন উদীয়মান যুৱ নেতা৷ কংগ্ৰেছ আৰু বিজেপি তেতিয়া জাতশত্ৰু৷ হিন্দী বলয়ত অব্যাহত আছে কংগ্ৰেছৰ আধিপত্য৷ কিন্তু কংগ্ৰেছৰ ভেটিত…

বৰদৈচিলা নে সৰুদৈচিলা নে অসমৰ আকাশত বৰ বৰ চিলা!

"এসময়ত চকুৰে নমনা লৈকে পথাৰখন আমাৰ ৰাইজৰে আছিল"। হালোৱা ৰোৱনী-দাৱনী হ'বলগীয়া হয় কোম্পানী মল ফেক্টৰীৰ আল ধৰা, লগুৱা। ...ভিকহু হৈও বিহু নাম এফাঁকি গাইছো ব'হাগ বুলিয়েই, ওলগ জনাই কাঢ়িছোঁ এটা হুমুনিয়াহ। দুদিন পাছতে বজৰুৱা তালত নাচিম, ভৰিৰ তলৰ মাটি এখোজ এখোজকৈ হেৰুৱাম, বিহুটিৰ শিপা কটা মেচিনৰ শব্দত তালে তালে কঁকাল ভাঙিম!...

আৰ টি আইক ভেঙুচালি কৰি মোদী চৰকাৰৰ নতুন আইন

তথ্য জনাৰ অধিকাৰ আইনক নিঃশেষ কৰাৰ গোপন কৌশলেৰে নৰেন্দ্ৰ মোদী চৰকাৰে আনিছে নতুন আইন৷ তথ্যৰ অধিকাৰক এইবাৰ নিঃশেষ কৰিবলৈ লোৱা হৈছে তথ্যৰ সুৰক্ষাৰ নামত৷ তথ্য গাপ দিবলৈ ব্যৱহাৰ কৰা এই নতুন কৌশলৰ নামেই হৈছে ডিজিটেল পাৰ্ছনেল ডাটা প্ৰটেকশ্যন এক্ট। মোদী…

ৱাকফ আহিল,বিজেপিৰহে শক্তি কমিল!

ৰাজ্যসভাত সেই বিশেষ দিনটোত বিৰোধী সাংসদ উপস্থিত আছিল ৮০ গৰাকী৷ প্ৰায় ৮ গৰাকী বিৰোধী সাংসদ সেই বিশেষ দিনটোত অনুপস্থিত আছিল যদিও কিন্তু ৱাকফৰ বিৰোধিতাৰে ৯৫ গৰাকী সাংসদৰ ভোট পৰিছিল৷এইটো সঁচাকৈয়ে এক আশ্চৰ্যকৰ সংখ্যা নহয়নে? সেই বিশেষ দিনটো মানে ৱাকফ সংশোধনী…

দলিতক অপমান বন্ধ কৰক, অন্যথা ভুগিব লাগিব পৰিণাম! বিজেপিলৈ RSSৰ সকীয়নি

দেশত অভাৱনীয় হাৰত মূল্যবৃদ্ধি হৈছে৷ শ্বেয়াৰ মাৰ্কেটত জনতাই বিনিয়োগ কৰা ধন হেৰুৱাইছে৷ দুগ্ধ উদ্যোগ, কৃষিখণ্ড, গাড়ীৰ উদ্যোগ আদিলৈ ট্ৰাম্পৰ শুল্ক নীতিয়ে ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এই ক্ষেত্ৰত নিমাত৷ বিজেপি দলৰ সক্ৰিয় মুখপাত্ৰসকল নিমাত৷ বহুবল্কী বিভিন্ন ৰাজ্যৰ…