সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

জোপা এৰি খোপাত ধৰিছে বিজেপিয়ে !

প্ৰতিষ্ঠানবিৰোধী ঢৌৱে জুৰুলা কৰা বিজেপিক উদ্ধাৰৰ বাবে কৰ্ণাটকত ইখনৰ পাছত সিখন সমাবেশ ,সভাত অংশ লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ সভাপতি জে পি নাড্ডাই।বিগত ৫ টা বছৰ শাসনত থাকিও কৰ্ণাটকৰ উন্নয়ন সাধনত ব্যৰ্থ…

মধ্য প্ৰদেশত বিজেপি দুফাল !

মাত্ৰ এটা নিশাতে এখন সংখ্যাগৰিষ্ঠ চৰকাৰৰ পতন ঘটিছিল মধ্য প্ৰদেশত৷২০২০ চনত চৰকাৰ ভঙা পতাৰ নাটকখন ৰচিত হৈছিল মধ্য প্ৰদেশৰ চম্বলত !তাচপাতৰ দৰে খহি পৰিছিল কমল নাথৰ চৰকাৰ।মুঠ ২২গৰাকী বিধায়কে একেলগে এৰিছিল কংগ্ৰেছ দল।চম্বলবাসীৰ বাবে সেইটো আছিল এক…

মুছলমানৰ বাবেই জনসংখ্যা বৃদ্ধি ভাৰতত !

'ভাৰতৰ জনসংখ্যা অধিক হোৱাৰ মূলতে ইছলাম ধৰ্মী লোক' বিশ্ব হিন্দু পৰিষদ নেতা প্ৰবীণ টোগাৰীয়াৰ বিস্ফোৰক মন্তব্য এয়া।ভাৰতৰ জনসংখ্যা অধিক হোৱাৰ মূলতে মুছলমান ধৰ্মী লোক বুলি দাবী কৰে হিন্দুত্ববাদী নেতাগৰাকীয়ে।তেওঁ কয় 'পৰিসংখ্যা অনুসৰি হিন্দুৰ ১.৮%…

ৰাজনীতি এৰিব ৰাহুল গান্ধীয়ে?

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ এটা মাহ পাৰ হ’ল !কি হ'ব 'ডিচকোৱালিফাইড এম পি'ৰ ৰাজনৈতিক ভৱিষ্যৎ?ৰাজনীতি ত্যাগ কৰিব নেকি ৰাহুল গান্ধীয়ে?কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ সম্পূৰ্ণ হ'ল এমাহ।২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত কৰ্ণাটকৰ…

‘মাছ’ খোৱাতকৈ ‘বিহ’কে খাওক !

মাছৰ নামত আপুনি খাই আছে বৰবিহ! আপুনি চালানী মাছ খাই আছে নেকি?তেন্তে এতিয়াৰে পৰা পৰিহাৰ কৰক! চালানী মাছৰ নামত আপুনি কি খাইছে জানেনে?বজাৰৰ পৰা কিনা মাছ আপোনাৰ স্বাস্থ্যৰ বাবে কিমান ভয়ংকৰ হ'ব পাৰে ?আপুনি আপোনাৰ অজ্ঞাতেই মাতিছে ভয়ংকৰ বিপদ…

অসহ্যকৰ ! মৃতকক লৈয়ো ধেমালি !

পুনৰ সংঘটিত হ'ল কেনাৰাম সদৃশ ঘটনা।কোকৰাঝাৰ এনকাউন্টাৰত নিহত KLO মৃতদেহক লৈ আকৌ লাগিল কেনা।বৰপেটা মেডিকেল কলেজ কৰ্তৃপক্ষ আৰু প্ৰশাসনৰ বিৰূদ্ধে মৃতদেহক লৈ ল'ৰা ধেমালি কৰাৰ অভিযোগ।এই লৈ ৰৌতা অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সোমবাৰে…

গুৱাহাটীতেই নহয় হাফলঙতো হ’ব গ্ৰন্থমেলা

চলিত বিত্তীয় বৰ্ষত ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হ'ব গ্ৰন্থমেলা।অসম প্ৰকাশন পৰিষদৰ প্ৰেক্ষাগৃহত এক সংবাদমেল সম্বোধন কৰি পৰিষদে এই ঘোষণা কৰে।সংবাদমেল সম্বোধন কৰে অসম প্ৰকাশন পৰিষদ, পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ।অসম গ্ৰন্থমেলাক লৈ এই…

মুখ্যমন্ত্ৰীৰ সেই ‘বিশেষ’ ঘৰটো !

শাসক দল বিজেপিয়ে বিৰোধী দলবোৰক আক্ৰমণৰ বাবে কেৱল সুযোগ বিচাৰি থাকে ।এয়া অৱশ্যে কোনো নতুন কথা নহয় !বিৰোধীৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ হোৱাই নোহোৱাই আন ইছ্যু উলিয়াই ইছ্যুটো ডাইভাৰ্ট কৰাটো এতিয়া বিজেপিৰ এক পৰম্পৰাৰ দৰেই। শেহতীয়াকৈ তেনে এক সুযোগ…

ধন সংগ্ৰহৰ বাবেই অভাৰলেপিং !

অভাৰলেপিঙৰ বাবে অনিশ্চিত ৰাজ্যৰ নিবনুৱাৰ ভৱিষ্যৎ! অভাৰলেপিঙৰ বাবে বঞ্চিত হৈ ৰ'ব ৰাজ্যৰ নিবনুৱা!মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনত খালি হৈ থকা বিভিন্ন পদসমূহৰ পূৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা দেখা গৈছে। হিমন্ত বিশ্ব…

অমৃতপাল ডিব্ৰুগড়ত কিয়?

পঞ্জাৱ, দিল্লী, উত্তৰপ্ৰদেশৰ পৰিৱৰ্তে ডিব্ৰুগড় কাৰাগাৰত কিয় অমৃতপাল?পঞ্জাৱ, দিল্লী আৰু উত্তৰপ্ৰদেশত ১৪ খনকৈ কেন্দ্ৰীয় কাৰাগাৰ থকাৰ পাছতো খালিস্তানী নেতা অমৃতপালক কিয় অনা হল ডিব্ৰুগড় কাৰাগাৰলৈ? যোৱা ২৩ এপ্ৰিলত ধৰা পৰিছিল অমৃতপাল।লগে লগে…