হিৰ’ৰ পৰা জিৰ’ বনাব প্ৰধানমন্ত্ৰী মোডীক !

বিহাৰৰ পৰাই জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত আৰম্ভ হৈছিল বিৰোধীৰ সংগ্ৰাম ! বিহাৰৰ পৰাই হ’ব নেকি বিৰোধী ঐক্যৰ আৰম্ভণি? বিৰোধী ঐক্যৰ নেতৃত্ব ল’ব নেকি নীতিশ কুমাৰে? সমুখত ২০২৪ চনৰ লোকসভা নিৰ্বাচন।মাজত মাথোঁ সময় প্ৰায় এবছৰ। আৰু তাৰ বাবেই শাসকীয় বিজেপি হৈ পৰিছে…

‘পাপ্পু’ৱেই পতন মাতিব বিজেপিৰ ?

কৰ্ণাটকৰ নিৰ্বাচনক ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ কোৱাৰ্টাৰ ফাইনেল হিচাপে ইমান দিনে ঘোষণা কৰি অহা বিজেপিয়ে যেন নিজৰ কথাতেই উজুটি খাইছে।হিণ্ডেনবাৰ্গ ৰিছাৰ্ছৰ ৰিপৰ্টত প্ৰধানমন্ত্ৰী মোডী আৰু ব্যৱসায়ী গৌতম আদানিৰ মাজৰ সম্পৰ্কক লৈ যি তথ্য প্ৰকাশ পাইছিল,সেই তথ্যই দেশৰ ৰাজনৈতিক পৰিস্থিতি উত্তপ্ত…

প্ৰধানমন্ত্ৰী মোডীৰ মুদা মৰিব ২০২৪ ত !

ED ,CBI ৰ দৰে পাশুপাত অস্ত্ৰয়ো ত্ৰাসৰ সৃষ্টি কৰিব পৰা নাই বিৰোধী শিবিৰত।আপ দলৰ দিল্লীৰ প্ৰাক্তন উপমুখ্য মন্ত্ৰী মণীষ ছিছ’ডিয়া,প্ৰাক্তন স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ দৰে নেতাক কাৰাগাৰত ৰাখিও কাবু কৰিব পৰা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহ…

বুমেৰাঙত পৰিণত অসম-অৰুণাচল শান্তি চুক্তি!

২০ এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যক্ষ হস্তক্ষেপত তথা গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসম আৰু অৰুণাচলৰ দুই মুখ্যমন্ত্ৰীয়ে স্বাক্ষৰ কৰিলে শান্তি চুক্তিত। দুই ৰাজ্যৰ বিবদমান এলেকা সন্দৰ্ভত এই বৈঠকতে লোৱা হৈছিল কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৰাজ্য দুখনৰ মাজৰ দীৰ্ঘদিনীয়া সীমা বিবাদৰো এই চুক্তিৰ…

মুখ্যমন্ত্ৰী হটাও ,বিজেপি বচাও !

একেৰাহে চতুৰ্থ গৰাকী বিধায়কে বিষয়বাব এৰিলে মণিপুৰত।উৰিপকৰ বিজেপি বিধায়ক খোৱাৰিকপাম ৰঘুমণিয়ে সোমবাৰে মণিপুৰৰ ৰিণিউৱেবল এনাৰ্জি ডেভলেপমেণ্ট এজেন্সিৰ অধ্যক্ষৰ পদৰ পৰা পদত্যাগ কৰে।পদত্যাগ পত্ৰখনত তেওঁ লিখিছে যে ব্যক্তিগত কাৰণত তেওঁ পদত্যাগ কৰিছে৷তদুপৰি পদত্যাগ পত্ৰত তেওঁ ৰাইজৰ সেৱাৰ বাবে একো কৰিব পৰা…

নিজৰ কথাত নিজেই বান্ধ খালে ECI

দ্যা ৱায়াৰ নামৰ সংবাদ প্ৰতিষ্ঠানে নিৰ্বাচন আয়োগৰ উদ্ধৃতিৰে শেহতীয়াকৈ এক বাতৰি প্ৰকাশ কৰিছিল।বাতৰিটোত ২০১৯ চনৰ নিৰ্বাচনত ব্যৱহৃত ৬ লাখ ৫০ হাজাৰ VVPAT ত্ৰুটিপূৰ্ণ বুলি উল্লেখ কৰিছিল ৷বিগত ১৮ এপ্ৰিলত ৱায়াৰত প্ৰকাশিত বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নিৰ্বাচন আয়োগে শুকুৰবাৰে পুনৰ স্পষ্ট…

তথ্য লুকুৱাই বিপদত ছিৰামৰ CEO

২০২০ চনত সমগ্ৰ দেশত দেখা দিয়া ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ২০২১ চনৰ পৰা ক’ভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী হাতত লৈছিল ভাৰত চৰকাৰে।ছিৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰি উলিয়াইছিল কভিশ্বিল্ড।এই কভিশ্বিল্ড প্ৰস্তুত কৰি ভয়ংকৰ বিপদত পৰিছে ছিৰাম ইনষ্টিটিউটৰ মুখ্য কাৰ্যবাহী বিষয়া অথবা CEO…

ফেচবুকত আছেনে ,ৰ’ব ! মুখ্যমন্ত্ৰীয়ে ক’ব, আপুনি কি লিখিব !

বহুল প্ৰচলিত সামাজিক মাধ্যম !ফেচবুকক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। শৰ্মাৰ মতে কোনোবা এজন বিষয়াই যদি কোনো এগৰাকী কৰ্মচাৰীক দেউতাকৰ নাম সোধে তেন্তে তেওঁ লগে লগে ফেচবুকত আপডেট দিয়ে মই গোৰ্খা কাৰণেহে মোক নাম…

বংশ বৃদ্ধি দূৰৰে কথা,চিতা গৈ চিতাতহে উঠিল !

বিগত ছেপ্তেম্বৰ মাহত নামিবিয়াৰ পৰা মধ্য প্ৰদেশৰ কুন’ ৰাষ্ট্ৰীয় উদ্যানলৈ অনা মুঠ ১১টা চিতা বাঘৰ ভিতৰত দ্বিতীয়টোৰ মৃত্যু হয় দেওবাৰে।চিতাটোৰ মৃত্যুৰ কাৰণ জানিব পৰা নাই।বিগত মাৰ্চ মাহতো এটা চিতাৰ মৃত্যু হৈছিল।ৱাইল্ড লাইফ ৱাৰ্ডেন জে এছ চৌহানে হিন্দুস্তান টাইমছক জনোৱা অনুসৰি…

NRC CAA নহ’ব পশ্চিম বংগত !

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শনিবাৰে ঘৃণাৰ ৰাজনীতি কৰা সকলক কঠোৰ সকীয়নি দিয়ে।কলকাতাৰ ৰেড ৰ’ডত ঈদৰ নামাজত অংশ লৈ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় ‘ কিছু সংখ্যক লোকে দেশখনক দ্বিখণ্ডিত কৰিব বিচাৰিছে।তেওঁলোকে ঘৃণাৰ ৰাজনীতিক উৎসাহিত কৰি আহিছে।মই মোৰ জীৱন…