আনৰ চুলিৰে নেঘেৰী খোপা বান্ধি কিমান সফল হ’ব বিজেপি?

সমাগত কৰ্ণাটক নিৰ্বাচনক লৈ ভয়ংকৰভাৱে হতাশ বিজেপি দল।দক্ষিণ ভাৰতত খোপনি পুতিবলৈ নানান পৰিকল্পনা কৰিও হতাশ হোৱা দলটোৱে নানান কাৰচাজিৰে বিগত পাঁচটা বছৰ শাসন চলালে !তিনিবাৰকৈ মুখ্যমন্ত্ৰীয়েই সলাব লগা হ’ল এটা ৫ বছৰীয়া কাৰ্যকালত।বিগত ৫ বছৰৰ দুৰ্নীতি,অনিয়ম,কমিছনৰাজ আদিয়ে বেকফুটত ৰাখিছে দলটোক…

মাটি দখল কৰি বিপদত ন’বেল বিজয়ী !

১.২৫ একৰ ভূমি বেদখল কৰি বিপদত পৰিছে দেশৰ এগৰাকী বিশিষ্ট অৰ্থনীতিবিদ।বিশ্ব ভাৰতী বিশ্ববিদ্যালয়ে পঠিয়াইছে উচ্ছেদৰ জাননী। বৃহস্পতিবাৰে দেশৰ এগৰাকী বিখ্যাত অৰ্থনীতিবিদ তথা ন’বেল বিজয়ী আমত্য সেনলৈ এই জাননী পঠিয়ায় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।শতাব্দীপ্ৰাচীন এই বিশ্ববিদ্যালয় খনে বেদখল হৈ থকা ভূমিৰ ক্ষেত্ৰত এক…

মিছা কোৱা,মিছা কোৱা,বাৰে বাৰে মিছা কোৱা ..

পুলৱামা কাণ্ডক লৈ জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে দ্যা ৱায়াৰত দিয়া সাক্ষাৎকাৰে সমগ্ৰ দেশতেই খলকনি তুলিছে।২০১৯ চনত পুলৱামাত দেশৰ ৪০ গৰাকী সেনা জোৱান শ্বহীদ হৈছিল আৰু এই ঘটনাৰ সম্ভাৱনীয়তাৰ বিষয়ে জনোৱাৰ পিছতো প্ৰধানমন্ত্ৰীয়ে কোনো পদক্ষেপ লোৱা নাছিল বুলি মন্তব্য…

বিজেপিৰ বাবে Lucky হ’ব নে ১৩ মে’?

সমাগত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনক লৈ শাসক -বিৰোধী সকলো দলৰে নানান জল্পনা কল্পনা !২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনৰ প্ৰায় এটা বছৰ আগত অনুষ্ঠিত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনক ছেমি ফাইনেল হিচাপে লৈছে প্ৰতিটো দলেই।শাসক দল বিজেপিৰ প্ৰধানমন্ত্ৰী মোডী আৰু ব্যৱসায়ী গৌতম আদানিৰ বিত্তীয় কেলেংকাৰী…

নলত ধৰিলে নল ,দলত ধৰিলে দল ভঙা অৱস্থা বিজেপিৰ !

কৰ্ণাটকত অহা ১০ মে’ত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন।বিৰোধী দল কংগ্ৰেছ,জনতা দল (এছ) আৰু বিজেপি দলে ইতিমধ্যে নিজৰ নিজৰ প্ৰাৰ্থী তানিকা ঘোষণা কৰিছে ।বিৰোধী দল কংগ্ৰেছে প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত যথেষ্ট সতৰ্কতা অৱলম্বন কৰিছে।কৰ্ণাটক বিধানসভা শাসক দল বিজেপি আৰু বিৰোধী দল কংগ্ৰেছৰ…

নিৰুদ্দেশ’ কেন্দ্ৰীয় মন্ত্ৰী বিজেপিৰ কব্জাত !

সোমবাৰৰ পৰা ‘নিৰুদ্দেশ’ হৈ থকা তৃণমূল কংগ্ৰেছৰ নেতা মুকুল ৰয়ৰ সন্ধান ওলাল দিল্লীত !কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাতৰ বাবে দিল্লীত বাহৰ পাতিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুকুল ৰয়ে।তেওঁৰ পৰিয়ালৰ ফালৰ পৰা তেওঁ ‘সন্ধানহীন’ বুলি জনোৱা হৈছিল। কিন্তু সকলোকে হতচকিত কৰি মঙলবাৰে…

নিয়ম ভঙাই নিয়ম নেকি উত্তৰ প্ৰদেশত ?

যোগীৰ ৰাজ্যত হৈছে কি?অপৰাধীৰ নিশাই স্বাস্থ্য পৰীক্ষা কৰোৱাটো কিমান জৰুৰী?সঁচাকৈয়ে মাজ নিশা আটিকহঁতক লৈ যোৱাটো জৰুৰী আছিল নে?কিয় আক্ৰমণকাৰীৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ নকৰিলে আৰক্ষীয়ে?আক্ৰমণকাৰীয়ে আগতীয়াকৈ আটিকহঁতৰ স্থিতিৰ বিষয়ে জানিছিল নেকি ? হত্যাকাৰী কেইজনে কিয় ইমান হাইপ্ৰফাইল হত্যাকাণ্ডৰ পৰিকল্পনা কৰাৰ সাহস কৰিছিল?কাৰ…

নেতাৰ ভাষণে প্ৰাণ ল’লে ১১শ্ৰোতাৰ

মহাৰাষ্ট্ৰৰ ঘটনা। দেওবাৰ, ১৬ এপ্ৰিল। মহাৰাষ্ট্ৰত বিশাল আয়োজনেৰে অনুষ্ঠিত কৰা হৈছে মহাৰাষ্ট্ৰ ভূষণ বঁটা প্ৰদান অনুষ্ঠান। লাখ-লাখ মানুহৰ সমাগম।মানুহক অনুষ্ঠানলৈ অনাত অকণো কাৰ্পণ্য কৰা নাছিল। মানুহও আহিছিল হিলদল ভাঙি। মুকলি আকাশৰ তলত চৰকাৰী অনুষ্ঠান। কোনোধৰণৰ পেণ্ডেল নাই। মানুহ অনুযায়ী পৰ্যাপ্ত…

বিৰোধীক থানবানৰ ফন্দি বিজেপিৰ সফল হ’বনে?

বিৰোধীক নিঃশেষ কৰাই প্ৰধান লক্ষ্য শাসক দল বিজেপিৰ।এটাৰ পিছত এটা বিৰোধী দলক লক্ষ্য কৰি লৈছে শাসক দলটোৱে।সোমবাৰে পুৱা চিবিআইয়ে গ্ৰেপ্তাৰ কৰে জীৱন কৃষ্ণ সাহা নামৰ তৃণমূলৰ বিধায়কগৰাকীক।প্ৰথমে আম আদমি পাৰ্টিৰ সঞ্জয় সিং,মণীষ ছিছ’ডিয়াক লক্ষ্য হিচাপে লৈ জে’লত থৈহে যেন শান্তি…

চেনাই লৈ নহয়,ৰেকৰ্ডলৈ ভোকে লঘোনে অপেক্ষা নাচনীৰ !

১০০ কোটি টকীয়া বিহুৰ বিলাই ! ১০০ কোটি টকীয়া বিহুত নাচিবলৈ অহা ঢুলীয়া-পেঁপুৱাৰ আলাই-আথানি !১০০ কোটি টকীয়া বিহু নাচিবলৈ অহা নাচনীও পৰিল ঢলি ! সৰুসজাইত ১৩ হাজাৰ ঢুলীয়া-পেঁপুৱা নাচনীৰ গিজগিজনি। নাচনী-ঢুলীয়া-পেঁপুৱাৰ গিৰিপনিৰে খদমদম সৰুসজাই। কিন্তু নাচনী আৰু বিহুৱাৰ বিলৈ বিপত্তি…