সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আৰু তিনি গৰাকী ক’ৰোনা আক্ৰান্ত চিনাক্ত

আৰু তিনিগৰাকী ক’ৰোণা ৰোগী চিনাক্ত ৷ নগাওঁ, শিৱসাগৰ আৰু তিনিচুকীয়াত চিনাক্ত হৈছে এই তিনিগৰাকী ৰোগী ৷ অসমত এতিয়ালৈকে আক্ৰান্তৰ সংখ্যা ২৫৯ ৷ হিমন্ত বিশ্বই টুইট কৰি জনালে এই খবৰ৷ ????Alert ~ Three more #COVID19 + cases detected, one each from…

অসমত একেলগে২৬ গৰাকীৰ দেহত ক’ৰোনা

অসমত ক্ষন্তেক আগতে একেলগে ২৬ গৰাকী লোকৰ দেহত ক’ৰোনাৰ সংক্ৰমণ ধৰা পৰিছে ৷আটাইকেইগৰাকী লোক সৰুসজাইত আছিল ৷ মুঠ ক’ৰোনা ৰোগীৰ সংখ্যা হ’লগৈ ২৫৬। ????Alert ~ In the biggest one-time spike in cases, 26 cases are confirmed #COVID19 +. They are all…

পুনৰ ৮গৰাকীৰ দেহত ক’ৰোনা

অসমত আকৌ বাঢ়িল ক’ৰোনা ৰোগীৰ সংখ্যা ৷ইয়াৰে এগৰাকী MMCHত কোৱাৰেইণ্টিণ হৈ আছিল ৷এগৰাকী SMCHত চিকিৎসাধীন হৈ আছিল৷আন ৬ গৰাকী শিলশৰত কোৱাৰেইণ্টিণ হৈ আছিল ৷এই ৮গৰাকীকে ধৰি শেহতীয়া তথ্যমতে অসমৰ মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ২৩০ ৷ এই খবৰ টুইট…

ৰাজ্যত ক’ৰোনাৰ আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি

ৰাজ্যত ক'ৰোনাৰ আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি। এইমুহূৰ্তত অহা খবৰ অনুসৰি শিলচৰত কোৱাৰেণ্টীন চেণ্টাৰত থকা দুগৰাকীৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। তাৰে এগৰাকী কাছাৰৰ আবাসী আৰু আনগৰাকী হাইলাকান্দিৰ। টুইটেযোগে জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।…

ব্যক্তিগত চিকিত্সালয়ৰ ৮০ শতাংশ বিচনাত নিয়ন্ত্ৰণ মহাৰাষ্ট্ৰ চৰকাৰৰ

মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰেৰ চৰকাৰে ৰাজ্যখনৰ ব্যক্তিগত চিকিত্সালয়ৰ ৮০শতাংশ বেড ৰাজ্য চৰকাৰৰ নিয়ন্ত্ৰণলৈ আনিছে। ৰাজ্যখনত অত্যাধিক হাৰত টকা লোৱাৰ অভিযোগৰ বাবে চৰকাৰখনে ৩১ আগষ্টলৈকে এই নিয়ম বলৱত্ হোৱাকৈ লৈছে সিদ্ধান্ত। যোৱা নিশা চৰকাৰে লোৱা এই…

‘আত্মনিৰ্ভৰ ভাৰত’ৰ দৃশ্য- ৰাস্তাত বহি মৃত কুকুৰৰ মাংস খাইছে এজন শ্ৰমিকে

ক'ৰোনাই সৃষ্টি কৰা সংকট আৰু লক্ ডাউনত বিধ্বস্ত দেশ। ক'ৰোনাই যেন উদঙাই দিছে প্ৰকৃত ভাৰতৰ ছবিখন। প্ৰবাসী শ্ৰমিক, দৰিদ্ৰ মানুহ কিমান ভয়াৱহ সংকটত পৰিছে তাৰ বিভিন্ন খবৰ প্ৰকাশ পাই আহিছে । পদব্ৰজে ঘৰলৈ ওভতাৰ সময়ত মৃত্যুও ঘটিছে বহুতৰ। কিছুদিন…

ভাৰত-চীন সীমান্তত বাঢ়িছে পুনৰ উত্তেজনা

'আকচাই চীন' । লাডাখৰ ভাৰত-চীন সীমান্তৰ চীনৰ ঝিনঝিয়াঙৰ স্বায়ত্বশাসিত অঞ্চলৰ হুটানৰ এক অংশ। ভাৰতৰ দাবী- আকচাই চীন লাডাখৰ অংশ। এই আকচাই চীনতে ভাৰতীয় সৈন্যৰ বিৰুদ্ধে অবৈধভাৱে শিবিৰ নিৰ্মাণৰ অভিযোগ আনিছে বেইজিঙে। আনকি কঠোৰ প্ৰত্যুত্তৰ দিয়া…

বিগত ২৪ ঘণ্টাত ভাৰতত সৰ্বাধিক লোকৰ শৰীৰলৈ সংক্ৰমণ ক’ৰোনা

সমগ্ৰ দেশত কোভিড-১৯ পজিটিভত আক্ৰান্তৰ সংখ্যা ৫০ লাখতকৈ অধিক হৈছে। ইয়াৰে প্ৰায় ৩ লাখ ৩০ হাজাৰ লোকৰ মৃত্যু ঘটিছে। বিগত ২৪ ঘণ্টাত ভাৰততো নতুনকৈ ৬,০৮৮ টা কোভিড-১৯ পজিটিভ সংক্ৰমণৰ ঘটনা ধৰা পৰিছে। ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে ২৪…

পুনৰ ৩ মাহলৈ EMI ৰেহাই ৰিজাৰ্ভ বেংকৰ

ভাৰতীয় ৰিজাৰ্ভ বেংকে সকলোধৰণৰ টাৰ্ম লোন আৰু ৱৰ্কিং কেপিটেল লোনৰ ওপৰত পুনৰ ৩ মাহৰ মৰেটৰিয়াম ঘোষণা কৰিছে। জুন মাহৰ পৰা আগষ্ট মাহলৈ পাৰ্ছ'নেল লোন, হোম্ লোন, কাৰ্ লোন, ক্ৰেডিট কাৰ্ডৰ বিল আদিৰ EMIত ৩ মাহৰ ৰেহাই লাভ কৰিব। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ…