উত্তৰ প্ৰদেশৰ কোভিড-১৯ পজিটিভৰ ৬০শতাংশই প্ৰবাসী লোক

কোভিড-১৯ পজিটিভৰ সংখ্যাৰ তালিকাত উত্তৰপ্ৰদেশত প্ৰবাসী শ্ৰমিকৰ অৱদানেই সৰ্বাধিক। ৰাজ্যখনৰ চৰকাৰী তথ্য অনুসৰি আশাকৰ্মীসকলৰ দ্বাৰা স্ক্ৰীণিং টেষ্টৰ দ্বাৰা সংগ্ৰহ কৰা ৫৪,৮৪৯টা নুমনা অন্য ৰাজ্যৰ পৰা অহা লোকৰ। তাৰ ভিতৰত ১,৬৬৩টা পজিটিভ পোৱা গৈছে। অৰ্থাত্ উত্তৰপ্ৰদেশৰ ৬০শতাংশ সক্ৰিয় কেছ প্ৰবাসী লোকৰ…

মই মন্ত্ৰী, কোৱাৰেণ্টাইনত নাথাকো

আজি সোমবাৰৰ পৰা আৰম্ভ হল বিমানসেৱা। কেন্দ্ৰৰ নিৰ্দেশনা- বিমানৰ পৰা নমাৰ পিছতে থাকিব লাগিব প্ৰতিষ্ঠানিক কোৱাৰেণ্টীনত। কিন্তু এই নিয়মতো সাধাৰণ জনতাৰ বাবে। সেয়ে বাংগালুৰুত বিমানবন্দৰৰ পৰা নামিয়ে নিজা ব্যক্তিগত বাহনত উঠি পোনে পোনে নিজৰ ঘৰলৈ গল মন্ত্ৰী সদানন্দ গৌড়া। সদানন্দ…

কোভিড-১৯ পৰীক্ষত সফল হৈছে চীন-দাবী বৈদেশিক মন্ত্ৰী ৱাং উইৰ

চীনতেই প্ৰথম কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ধৰা পৰিছিল। তাৰ পিছত এতিয়া বিশ্বৰ প্ৰায়বোৰ দেশতেই পৰিস্থিতি ভয়ানক। বিভিন্ন বাদ-বিবাদ চলি থকাৰ চীনে নিজৰ স্থিতি আৰু মত প্ৰকাশ কৰি আহিছে। তাৰমাজতে বিভিন্ন দেশে ইয়াৰ প্ৰতিষেধক নিৰ্মাণৰ বাবে প্ৰস্তুতি চলাই আহিছে। শেহতীয়াকৈ চীনৰ…

নামাজৰ বাবে খুলি দিলে গীৰ্জাৰ দুৱাৰ

দেশত ক’ৰোনা ত্ৰাসত সন্ত্ৰস্ত হৈ পৰিছে জনসাধাৰণ। সামাজিক দূৰত্ব বৰ্তাই ৰাখি দৈনন্দিন জীৱন কটাবলগীয়া হৈছে জনসাধাৰণ। অসমত প্ৰথমে তবলীগি জামাতৰ অংশগ্ৰহণকাৰীৰ শৰীৰত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল। কিন্তু ছ’চিয়েল মিডিয়াত কোভিড-১৯ সংক্ৰমণৰ সমান্তৰালকৈ কিছুৱে ধৰ্মীয় বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰিছিল। এনেসময়তেই সম্প্ৰীতিৰ…

“বাদুলীৰ পৰা মানুহৰ দেহলৈ সংক্ৰমিত হৈছে ক’ৰোনা”

সমগ্ৰ বিশ্বৰ কেইবাখনো দেশে ক’ৰোনা ভাইৰাছৰ বাবে জগৰীয়া কৰিছে চীনক। বিশেষকৈ আমেৰিকাই চীনৰ বিৰুদ্ধে বিশ্ব স্বাস্থ্য সংস্থাৰ আগতো প্ৰকাশ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়। কিন্তু এই অভিযোগ মানি লোৱা নাই চীনে। চীনৰ গৱেষকৰ দাবী –ক’ৰোনা ভাইৰাছ আৰু য়ুহানৰ লেবৰেটৰীৰ ভাইৰাছৰ মাজত…

ক’ৰোনা-ইৰানক অতিক্ৰমি প্ৰথম দহত ভাৰত

চীনক অতিক্ৰম কৰাৰ পিছত এইবাৰ ইৰানক অতিক্ৰম কৰিলে ভাৰতে । সৰ্বাধিক ক’ৰোনা আক্ৰান্ত প্ৰথম দহখন দেশৰ তালিকাত অন্তৰ্ভুক্ত হ’ল ভাৰত। আমেৰিকা, ব্ৰাজিল, ৰাছিয়া, ব্ৰিটেইন, স্পেইন, ইটালী, ফ্ৰান্স, জাৰ্মানী, তুৰস্কৰ পিছত ভাৰত। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি বিগত ২৪ঘণ্টাত দেশত…

নিউয়ৰ্ক টাইমচৰ প্ৰথম পৃষ্ঠাত কিয় নাই কোনো খবৰ!

দেওবাৰৰ নিউয়ৰ্ক টাইমচৰ প্ৰথম পৃষ্ঠা। প্ৰথম পৃষ্ঠাত নাছইল কোনো খবৰ, নাছিল কোনো বিজ্ঞাপন। আৰম্ভণিৰ পৰা শেষলৈকে কেৱল শাৰী শাৰী নাম, লগত বয়স আৰু এশাৰী পৰিচয়। যেনে- ৰোমি কোন, ৯১, গেষ্টাগোৰ হাতৰ পৰা ৫৬জন ইহুদিক বচাইছিল। ফ্ৰেডগে, ৭৫, মুৰমুৰীয়া বেকন আৰু…

সন্তানৰ ঋণ

সন্তানৰ ওচৰত মাক-দেউতাক কেৱল ঋণীয়েই নহয়, অপৰাধীও। কেৱল মাক-দেউতাকেই নহয়, সমগ্ৰ সমাজ অপৰাধী। পৃথিৱীলৈ অহা আৰু আহিব খোজা প্ৰতিটো সন্তানৰ ওচৰত সমাজে ক্ষমা বিচাৰিব লাগে – সিহঁতৰ স্বাধীনতা জন্মৰ আগতেই হৰণ কৰাৰ বাবে, দায়িত্বৰ ব’ব নোৱৰা বোজা জন্মৰ আগতেই সাজু…

স্মাৰ্টফ’ন নোহোৱা কণমানিজনীৰ কথা

“সময়বোৰ নতুন, সময়বোৰ জটিল। সমস্যাবোৰো নতুন, সমস্যাবোৰো জটিল।কিন্তু এয়া সামাজিক অসমতাই সৃষ্টি কৰা এই জটিল প্ৰশ্নবোৰৰ উত্তৰ বিচৰাৰ সময়। ৰাজনীতিৰ অংকবোৰ চলিব, অৰ্থনীতিও চলিব, কিন্তু এয়া সকলোৱে এলাগী কৰা সেই কনমানিটোৰ চকুত চকু থৈ তাইক অভয় দিয়াৰ সময়।”ত্ৰিদিৱ ভাগৱতীৰ কলমত-স্মাৰ্টফ’ন…

সঞ্জয় ৰাউতৰ যোগী আদিত্য়নাথলৈ আহ্বান- বাবা মন কি আখে খোঁলো

দেশব্যাপী চলা দুমাহযোৰা লকডাউনৰ মাজত দেশৰ প্ৰবজিত শ্ৰমিকৰ অৱস্থা খুবেই সংকটজনক। প্ৰতিদিনেই শ্ৰমিকৰ দুৰাৱস্থাৰ নিত্য নতুন খবৰ আহিছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা। নিজৰ আপোন ঘৰলৈ খোজকাঢ়ি অহা বহু শ্ৰমিকৰ প্ৰাণ গৈছে ৰাস্তােতই। দৰমহা অনিশ্চিত, খাদ্য অনিশ্চিত, অনিশ্চিত বাসস্থানৰ নিৰাপত্তা। তাৰ…