পুনৰ ৮গৰাকীৰ দেহত ক’ৰোনা

Share This Article

অসমত আকৌ বাঢ়িল ক’ৰোনা ৰোগীৰ সংখ্যা ৷ইয়াৰে এগৰাকী MMCHত কোৱাৰেইণ্টিণ হৈ আছিল ৷এগৰাকী SMCHত চিকিৎসাধীন হৈ আছিল৷আন ৬ গৰাকী শিলশৰত কোৱাৰেইণ্টিণ হৈ আছিল ৷এই ৮গৰাকীকে ধৰি শেহতীয়া তথ্যমতে অসমৰ মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ২৩০ ৷ এই খবৰ টুইট কৰি জনালে মন্ত্ৰী হিমন্তবিশ্বই ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.