অসমত একেলগে২৬ গৰাকীৰ দেহত ক’ৰোনা

অসমত ক্ষন্তেক আগতে একেলগে ২৬ গৰাকী লোকৰ দেহত ক’ৰোনাৰ সংক্ৰমণ ধৰা পৰিছে ৷আটাইকেইগৰাকী লোক সৰুসজাইত আছিল ৷ মুঠ ক’ৰোনা ৰোগীৰ সংখ্যা হ’লগৈ ২৫৬।

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave a Reply

Your email address will not be published. Required fields are marked *