সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰতত মোবাইল সেৱাৰ আজি ২৫ বছৰ : কোনে কালৈ কৰিছিল প্ৰথমটো কল

মোবাইল ফোন এতিয়া আমাৰ জীৱনযাত্ৰাৰ  এক অভিন্ন অংগ ৷ পৰিয়ালৰ পৰা আমি বিচ্ছিন্ন হৈ থাকিব পাৰিম কিন্তু অলপমান সময়ৰ বাবেও মোবাইলৰ পৰা আতৰত থকাটো যেন এক গভীৰ যন্ত্ৰনাৰ বিষয় ৷ আমাৰ সকলোৰে জীৱন আৰু আমাৰ চৌপাশৰ সমাজখনক সলনি কৰি পেলোৱা মোবাইল…

হঠাৎ ৰিপুন বৰাক দিল্লীলৈ তলব কিয়?

বৃহস্পতিবাৰে অৰ্থাৎ কালি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক হঠাৎ তলব কৰা হ’ল দিল্লীলৈ ৷ খোদ ছোনিয়া গান্ধীয়ে ৰিপুন বৰাক তলব কৰাক লৈ ৰাজনৈতিক মহলত জোৰদাৰ চৰ্চা চলিল ৷ নিৰ্বাচনৰ আগে আগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হ’ব নেকি – তাক লৈও ব্যাপক…

ক’ৰ’না-পৰৱৰ্তী ভাৰতবৰ্ষ আৰু পুঁজিবাদৰ বিকল্প

ক'ৰ'না-পৰৱৰ্তী ভাৰতবৰ্ষ আৰু পুঁজিবাদৰ বিকল্প - লিখিছে-সৌৰভ শইকীয়া, কটন বিশ্ববিদ্য়ালয় ২০২০ চনৰ আৰম্ভণিতে মানৱজাতিয়ে এক বিশ্বব্যাপী দুৰ্যোগৰ মুখামুখি হ'ল। ইয়াক মানৱৰ বিৰুদ্ধে "প্ৰকৃতিৰ ভাইৰাছ যুদ্ধ" আখ্যা দিলেও বঢ়াই কোৱা নহ'ব। তৃতীয়…

দুৰ্যোগৰ ভূগোল-জুৰি বৰুৱা

প্ৰাকৃতিক এখন নদীক প্ৰাকৃতিক ভাৱেই বোৱাই ৰাখিব পাৰি, ৰাজনৈতিক ভাৱে নহয়৷ জুৰি বৰুৱাৰ কলমত দুৰ্যোগৰ ভূগোল বানপানী প্ৰতি বছৰে অসমৰ প্ৰাকৃতিক মেপখনৰ এক ৰাজহুৱা প্ৰতিবেদন হ'লেও ২০২০ বৰ্ষত ইয়াৰ প্ৰভাৱ আগতকৈও তীব্ৰ । প্ৰথম কাৰণ, ইতিমধ্যে…

দহটকীয়া সাম্ৰাজ্যৰ ৰাণী

ৰাহুল গৌতম শৰ্মাৰ কলমত-দহটকীয়া সাম্ৰাজ্যৰ ৰাণী অখিল গগৈ এতিয়া হাস্পতালত। সেইদিনা এম্বুলেঞ্চৰ পৰা অখিল গগৈ নামি আহোঁতে, শেষ বিচাৰত মানুহক মানুহ হিচাপে চাব বিচৰা সকলোৰেই অন্তৰ শোকে খুন্দা মাৰি ধৰিছিল। বিজেপি সদস্যৰো। মুকলিকৈ ক’বলৈ তেওঁলোকৰ…

প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিৰ হিচাপ পৰীক্ষণত কিয় বিৰোধিতা একাংশ বিজেপি সাংসদৰ ?

হঠাৎ প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিৰ হিচাপ পৰীক্ষণৰ বিষয়টোক লৈ সৰব হৈ উঠে বিজেপিৰ জ্যেষ্ঠ সাংসদ জগদাম্ভিকা পাল। শুক্ৰবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা পাব্লিক একাউণ্ট কমিটি চমুকৈ(PAC) ত এইকথা কৈ শ'লঠেকত পৰে সাংসদ গৰাকী। যেন কেঁচু খান্দোতে সাপ…

দায়ী কোন? জবাবদিহি কোন?

"দোষ বা অপৰাধো চৰকাৰেই কৰিব, আৰু কোনোবাই তাৰ বিৰুদ্ধে মাত মাতিলেই বা প্ৰতিবাদ কৰিবলৈ গ’লেই ভুৱা গোচৰ তৰি তিল তিলকৈ মৰিবলৈ ৰাজনৈতিক বন্দী কৰি কাৰাগাৰত ৰাখিব৷ এয়াই আমাৰ ৰাষ্ট্ৰব্যৱস্থাৰ প্ৰতিভূ চৰকাৰৰ চৰিত্ৰ বা স্বৰূপ৷"বিশ্বজিৎ বৰাৰ কলমত:দায়ী…

মকছুদুল হকৰ সতে অতীতৰ সোঁৱৰণী আৰু পুৰণি বন্ধুত্বৰ নতুন গাঁঠি: বনজিৎ হুছেইন

গুৱাহাটীৰ শিল্পগ্ৰামত শতাধিক দৰ্শকৰ সন্মুখত এজন বাংলাদেশী ৰকষ্টাৰে নিভাঁজ অসমীয়াত ক’লে, “মই ষোল্ল বছৰৰ পাছত ঘৰলৈ আহিছো।” তেওঁৰ ব্লকবাষ্টাৰ হিট গানেৰে দৰ্শকসকলক মুগ্ধ কৰি শেষত তেওঁ এজন দাৰ্শনিকৰ দৰে ক’লে, “চৈতন্য দেৱ আৰু লালন ফকিৰৰ দেশৰ পৰা…

শুভ জন্মদিন, দেৱাংগনা কলিতা

মৰমৰ দেৱাংগনা, এই মাহত তোমাৰ ৩১ বছৰ হ’ব আৰু এইবাৰ তোমাৰ জন্মদিন আগৰ দৰে নহয়, এক বিশেষ ধৰণেৰে পাৰ হৈ যাব। বাতৰি কাকতবোৰে তুমি কি পৰিস্থিতিৰ মোকাবিলা কৰিব লগীয়া হৈছে, তাৰ বিষয়ে বহু কথাই লিখিছে; আৰু দেশৰ বহুতো লোকেই এতিয়া তোমাৰ নামটো…

লকডাউনত বাঢ়িছে শিশুৰ প্ৰতি যৌন নিৰ্যাতনৰ ঘটনা

লিখিছে- ববিতা শইকীয়া আইনী পৰামৰ্শদাতা আৰু ৰাজ্যিক সমন্ধয়ক, অসম বচ্পন বচাও আন্দোলন , নতুন দিল্লী। প্ৰশ্ন হয় মনত, কৰ'না আৰু লকডাউন ৰ দৰে গভীৰ সমস্যা এটাৰ গৰাহত সমাজৰ আন আন বিষয় সমূহ তল পৰি গৈছে নেকি? বিশেষকৈ অসমত চৰকাৰী বিভাগ সমূহৰ…