জনশূন্য মহানগৰ,কঠোৰ প্ৰশাসন,ওলালেই শাস্তি!

পুৱাৰে পৰা গুৱাহাটী মহানগৰৰ বিভিন্ন স্থানত চলিছে আৰক্ষীৰ অভিযান।বাহিৰলৈ ওলোৱা প্ৰতিজন ব্যক্তিৰ ওপৰত চলোৱা হৈছে অভিযান।পৰীক্ষা কৰা হৈছে প্ৰতিজন ব্যক্তিৰ নথি পত্ৰ।জৰুৰীকালীন সেৱাৰ লগত জড়িত সকলক ৰেহাই দিয়াৰ বিপৰীতে অনাৱশ্যকীয় কামত বাহিৰলৈ ওলোৱা সকলৰ ওপৰত বিহা হৈছে জৰিমনা,জব্দ কৰা হৈছে…

প্ৰব্ৰজিত শ্ৰমজীৱীৰ ওভটনি, স্বনিৰ্ভৰশীলতা আৰু শোষণৰ সমীকৰণবোৰ

লিখিছে- বিদ্যুত সাগৰ বৰুৱা (গৱেষক ছাত্ৰ, দিল্লী বিশ্ববিদ্যালয়) পিংকু মুক্তিয়াৰ (গৱেষক ছাত্ৰ, তেজপুৰ বিশ্ববিদ্যালয়) হিমালয় বৰা (গৱেষক ছাত্ৰ, আই আই টি, গুৱাহাটী) (উকি ৰিচাৰ্ছ কালেক্টিভ আৰু ল’কডাউনৰ পৰিপ্ৰেক্ষিতত আৰম্ভ কৰা Covid-19 Relief Co-ordination Network নামৰ ফেচবুক পৃষ্ঠাটোৰ জৰিয়তে অসমৰ গ্ৰাম্য-কৃষি…

বিপ্লৱী বিষ্ণুপ্ৰসাদ ৰাভাৰ ৰাজনৈতিক জীৱন আৰু মতাদৰ্শ : বিৰাজ জ্যোতি কলিতা

 বিষ্ণুপ্ৰসাদ ৰাভা আছিল সাম্ৰাজ্যবাদ আৰু পুঁজিবাদৰ দুৰ্ঘোৰ বিৰোধী। নি:সন্দেহে তেওঁ এগৰাকী প্ৰকৃত মানৱতাবাদী আছিল । সচাঁ অৰ্থত,বিষ্ণুপ্ৰসাদ ৰাভাই নিষ্পেষিত জনতাৰৰ শোষণকাৰী আৰু দমনকাৰীৰ বিৰুদ্ধে থিয় দি এক শ্ৰেণীহীন সমাজ গঢ়িব বাবে আপ্ৰাণ চেষ্টা চলাইছিল । বিৰাজ জ্যোতি কলিতাৰ কলমত বিপ্লৱী…

চীনৰ ৰাষ্ট্ৰপতিৰ লগত দোলনাত উঠিছিল মোডী।তাৰপিছতো আক্ৰমণ কিয়?

২০১৪ চন।সাবৰমতীত এখন দোলনাত উঠিছিল নৰেন্দ্ৰ মোডী, লগত আছিল চীনৰ ৰাষ্ট্ৰপতি চি জিংপিং।২০১৮ চন।ৱুহানৰ এক মনোৰম হ্ৰদৰ পাৰত নৰেন্দ্ৰ মোডীয়ে এক কূটনৈতিক আলোচনা কৰিছিল চীনৰ ৰাষ্ট্ৰপতি জনৰ লগত।আঠ মাহ আগৰ কথা।মমল্লপুৰমৰ এখন নদীৰ বুকুত দুয়োজনৰ মাজত হৈছিল আন এখন আলোচনা।…

হিমা দাস অসমীয়া নহয়।হিমা দাস বাঙালী!

অসমৰ গৌৰৱ হিমা দাস অসমীয়া নহয়।হিমা দাস বাঙালী।হয়,হিমা দাসক লৈ আজি News 18 Bangla ত প্ৰকাশিত এক বাতৰিত হিমা দাসক এগৰাকী বাঙালী কন্যা বুলি অভিহিত কৰা হৈছে। প্ৰতিজন অসমবাসীয়ে গৌৰৱৰ প্ৰতীক হিচাপে গ্ৰহণ কৰা হিমা দাস শেহতীয়াকৈ মনোনীত হৈছে ৰাজীৱ…

পতঞ্জলীৰ ঔষধ খালে ভাল হ’ব ক’ৰোনাঃ দাবী বালকৃষ্ণৰ

ক’ৰোনা ভাইৰাছে ত্ৰস্ত কৰাৰ পিছত এতিয়া সমগ্ৰ বিশ্বতে ইয়াৰ প্ৰতিষেধক প্ৰস্তুত কৰাৰ বাবে উঠি পৰি লাগিছে বিজ্ঞানীমহল। কিন্তু প্ৰতিষেধকৰ এই যুদ্ধখনৰ মাজতেই সৃষ্টি হৈছে বহু বিতৰ্কৰো। দেশৰ আয়ুৰ্বেদিক দ্ৰব্য প্ৰস্তুতকাৰী সংস্থা পতঞ্জলীৰ CEO আচাৰ্য বালকৃষ্ণৰ দাবী- পতঞ্জলীয়ে প্ৰস্তুত কৰা ঔষধ…

৮৫শতাংশ শ্ৰমিক ঘৰলৈ উভতাৰ নামত খৰছ কৰিবলগীয়া হৈছিল নিজা ধন…

দেশৰ এটা স্বেচ্ছাসেৱী সংগঠন ষ্টেণ্ডাৰ্ড ৱৰ্কাৰ্ছ একশ্যন নেটৱৰ্কৰ মতে দেশৰ ৮৫শতাংশ শ্ৰমিকে স্ব-ৰাজ্যলৈ ঘুৰি যোৱাৰ বাবদ নিজা ধন খৰছ কৰিব লগা হৈছে। ২৮ মেত ছুপ্ৰীম কৰ্টে প্ৰব্ৰজিত শ্ৰমিকক চৰকাৰৰ ধনেৰে ঘুৰাই অনাৰ বাবে ৰাজ্যসমূহক নিৰ্দেশ প্ৰদান কৰিছিল।এক সংবাদমাধ্যমত প্ৰকাশিত অনুসৰি,…

অসুস্থ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ক’ৰোনাৰ সাম্প্ৰতিক পৰিস্থিতিত ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ অধিক তত্পৰ হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। তেনে সময়তেই ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব হঠাত অসুস্থ হৈ পৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিডনীত ধৰা পৰিছে ৩.৭৬mmৰ পাথৰ। পেটৰ বিষ হোৱাত জিএমচিএইচত দেওবাৰে পৰীক্ষা…

২১সপ্তাহীয়া অন্তসত্ত্বা হৈ থকা কা আন্দোলনকাৰী ছাফুৰা জাৰ্গাৰৰ পক্ষত মাৰ্কিন সংগঠন

১২ বাৰ জামিন আবেদনৰ পিছতো অন্তসত্ত্বা হৈ থকা কা আন্দোলনকাৰী ছাফুৰা জাৰগাৰে পোৱা নাই জামিন। এইবাৰ ছাফুৰাৰ জামিনৰ পক্ষত মাত দিছে মাৰ্কিন আইনজীৱী সংগঠনে। তেওঁলোকে কয় যে ছাফুৰাক বন্দী কৰি ৰখাটো আন্তৰ্জাতিক আইন বিৰোধী কাৰ্য। সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে প্ৰতিবাদত…

‘পবিত্ৰ ৰিস্তা’, ‘MS Dhoni’ৰ অভিনেতা সুশান্ত সিং ৰাজপুত আৰু নাই

ইজনৰ পিছত সিজনকৈ বলীউডৰ অভিনেতা, মিউজিক ডাইৰেক্টৰৰ মৃত্যুৰ খবৰৰ পিছতেই আহিছে আন এক দুখবৰ। বলীউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতে আত্মহত্যা কৰাৰ দুখবৰে অভিনয়প্ৰেমী ৰাইজক ম্ৰিয়মাণ কৰি তুলিছে। দেওবাৰে মুম্বাইৰ বান্দ্ৰাত থকা ঘৰত ফাঁচী লৈ ওলমি থকা অৱস্থাত পোৱা গৈছে…