ব্ৰিটেইনৰ মুদ্ৰাত সংলগ্ন হ’ব মহাত্মা গান্ধীৰ ফটো

ভাৰতৰ বাবে গৌৰৱৰ বিষয় যে জাতিৰ পিতা মহাত্মা গান্ধীৰ ফটো এতিয়াৰ পৰা সংলগ্ন হ’ব ব্ৰিটেইনৰ মুদ্ৰাটো। এই কথা আজি জানিবলৈ দিছে ব্ৰিটেইনৰ কোষাগাৰে। ইতিমধ্যে ব্ৰিটেইনৰ বিত্তমন্ত্ৰী ঋষি সুনাকে এই বিষয়টো ৰয়েল মিণ্ট এডভাইজৰী কমিটীৰ সন্মতিৰ বাবে প্ৰেৰণ কৰিছে । ব্ৰিটেইন…

নিৰ্বাচন ২০২১ : নাহৰকটীয়াত লুৰিণ – হিমন্তৰ ছায়াযুদ্ধ

ক’ৰোনাৰ সংক্ৰমণৰ সমান্তৰালভাৱে ৰাজ্যত এতিয়া পূৰ্ণগতিত আৰম্ভ হৈছে ৰাজনীতিৰ চৰ্চা ৷ ২০২১ চনত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শাসক বিৰোধী উভয় দলেই ককালত টঙালি বান্ধি সাজু হৈছে ৷ তাৰ মাজতে আকৌ উচ্চাৰিত হৈছে তৃতীয় বিকল্পৰ প্ৰসংগও ৷…

কি আছে unlock 3.0 নতুন গাইডলাইনত?

কেন্দ্ৰীয় চৰকাৰে unlock 3.0 ঘোষণা কৰাৰ পাছতে অসমতো আৰম্ভ হৈছে unlock প্ৰক্ৰিয়া। কিন্তু কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা সকলো শিথিলতা প্ৰযোজ্য নহ’ব অসমত। আজি সন্ধিয়া ৭ বজাৰ পৰা ১৪ আগষ্টৰ সন্ধিয়া ৭ বজালৈ প্ৰযোজ্য হ’বলগীয়া এই নতুন গাইডলাইনত কি কি আছে…

সৰভোগত নিমিলা অংক ৰঞ্জিত দাসৰ : ৰাজ্যিক বিজেপিৰ সভাপতিয়ে সমষ্টি সলনি কৰিব নেকি ?

ৰাজ্যৰ ৰাজনীতিৰ বহু ৰথী – মহাৰথীৰ ভৰিৰ তলৰ মাটিত কপঁনি উঠিছে ৷ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ভোটৰ অংকও নিমিলা হৈ আহিছে ৷ যাৰ বাবে শাসকীয় দলৰে বহু হেভীৱেট নেতাই বৰ্তমান প্ৰতিনিধিত্ব কৰি থকা সমষ্টি বাদ দি আন…

কোৰোণাত আক্ৰান্ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

কোৰোণাত আক্ৰান্ত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কোৰোণাৰ কিছু আগতীয়া লক্ষণে দেখা দিয়াৰ ফলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৰোৱাইছিল স্বাস্থ্য পৰীক্ষা। দেওবাৰে ৰিপৰ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ দেহত কোৰোণাৰ সংক্ৰমণ ধৰা পৰে। যদিয়ো তেওঁৰ স্বাস্থ্যৰ কোনো অৱনতি হোৱা নাই ৷ আজি অমিত শ্বাহে নিজে…

ৰাছিয়াই প্ৰস্তুত কৰি উলিয়ালে নেকি ক’ভিড-১৯ ৰ ভেকচিন? কোন ভাৰতীয় পুঁজিপতিয়ে ভেকচিন প্ৰস্তুত কৰিবলৈ বিনিয়োগ কৰিছে কোটি কোটি টকা?

ৰাছিয়াত ইতিমধ্যে সম্পূৰ্ণ হৈছে কৰোনা ভাইৰাছৰ ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল- এই দাবী ৰাছিয়ান মিডিয়াৰ। ৰাছিয়াৰ সংবাদমাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি মস্ক’ৰ Gamaleya ইনষ্টিটিউটে কৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে উলিওৱা ভেকচিনৰ সকলো পৰীক্ষা নিৰীক্ষা সম্পূৰ্ণ হৈছে আৰু অতি কম সময়ৰ ভিতৰত চৰকাৰৰ ওচৰত…

বিদ্যালয়ত দিব পুৱাৰ আহাৰ :নতুন শিক্ষা নীতিত পৰামৰ্শ

চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলে মধ্যাহ্ন ভোজনৰ লগতে বিদ্যালয়ত পুৱাৰ আহাৰো লাভ কৰিব ৷ শেহতীয়াকৈ কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা নতুন শিক্ষা নীতিত ছাত্ৰ- ছাত্ৰীসকলক বিদ্যালয়তে ব্ৰেকফাষ্ট দিয়াৰ পোষকতা কৰা হৈছে ৷ নতুন শিক্ষা নীতিত কোৱা হৈছে যে অপুষ্টিত ভোগা বা সুস্বাস্থ্যবান…

অৱশেষত ৰাম মন্দিৰৰ শিলান্যাসলৈ নিমন্ত্ৰণ জনোৱা হ’ল আদৱনী আৰু যোশীক

৯০ দশকৰ বিজেপিৰ ‘ৰাম জন্মভূমি’ আন্দোলনক সমুখৰ পৰা নেতৃত্ব দিয়া বিজেপিৰ দুই জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদৱনী আৰু মুৰলী মনোহৰ যোশীক ৰাম জন্মভূমিৰ শিলান্যাসলৈ নিমন্ত্ৰণ নকৰা ঘটনাই যথেষ্ট চৰ্চা লাভ কৰাৰ সময়তে শনিবাৰে দুয়োজন জ্যোষ্ঠ নেতাক টেলিফোন যুগে নিমন্ত্ৰণ কৰে…

যোৱা ১০ মাহে নিজৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত ভাৰতীয় ক্ৰিকেটৰ ষ্টাৰ খেলুৱৈ সকল

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ সংস্থাৰ (BCCI) শেহতীয়া কৰ্মকান্দই ক্ৰিকেট অনুগামী সকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিশ্বৰ সবাটোতকৈ ধনী ক্ৰিকেট বৰ্ড হোৱাৰ পিছতো, সংস্থাটোৱে যোৱা ১০ মাহ ধৰি খেলুৱৈ সকলক তেওঁলোকৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত কৰিছে। Indian Express নামৰ দেশৰ আগশাৰীৰ…

লাডাখ সীমান্তত আজি ভাৰত-চীনৰ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনা

আজি লাডাখ সীমান্তৰ মলদ’ নামৰ স্থানত ভাৰত-চীনৰ মাজত কমাণ্ডাৰ পৰ্যায়ৰ আলোচনা আৰম্ভ হৈছে। পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা এই আলোচনাত দুয়োখন দেশে সীমান্তৰ উত্তেজনা শান্ত কৰা আৰু সীমান্তৰ পৰা সৈন্য বাহিনী আঁতৰোৱাৰ সন্দৰ্ভত আলোচনা কৰিব। জানিব পৰা মতে আজিৰ…