নেহেৰুৱে যি বাধা দিছিল আজি তাকে কৰিব নৰেন্দ্ৰ মোদীয়ে

চন ১৯৫১। দেশ বিভাজনৰ স্মৃতি জনগনৰ মাজত তেতিয়াও সজীৱ।নতুন দেশ আৰু এখন নতুন চৰকাৰৰ নেতৃত্বত প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰু। কোন দিশে যাব নতুন ভাৰত? ধৰ্মনিৰপেক্ষ প্ৰগতিশীল ভাৰত নে হিন্দু পুনৰজাগড়নবাদী ৰক্ষণশীল ভাৰত? বিপাঙত পৰিছে নেহৰুও। ইতিমধ্যে উগ্ৰ হিন্দুত্ববাদীৰ হাতত মৃত্যু…

কালিলৈ এবছৰ সম্পূৰ্ণ হ’ব অনুচ্ছেদ ৩৭০ ৰ বিলুপ্তিৰ- কেনে আছে কাশ্মীৰ?

যোৱাবছৰৰ জুলাই মাহৰ ঠিক শেষৰ ফালৰ ঘটনা। লাখে লাখে ভাৰতীয় শূন্য বাহিনীৰ জোৱান ৰাওনা হৈছিল কাশ্মীৰলৈ। ছ’ছিয়েল মেডিয়াত ব্যাপক চৰ্চা লাভ কৰিছিল কাশ্মীৰৰ ৰাজপথত লাখ লাখ ভাৰতীয় সেনাই পেৰেড কৰাৰ কিছুমান বিশেষ ভিডিও। সকলোৰে মনত এটাই প্ৰশ্ন পুনৰ কি সংকট…

পৰেশ মহন্তৰ আত্মসমৰ্পণ…

যুদ্ধ চলিছে ৷ অবিৰাম যুদ্ধ চলিছে ৷ ভাৰতৰ সৈতে চীনৰ ৷ চীনৰ সৈতে আমেৰিকাৰ ৷ জীৱিকাৰ সৈতে জীৱনৰ ৷ ভাতৰ সৈতে ভোকৰ ৷ যুদ্ধ এক ভীষণ ভাল লগা বিষয় ৷ উৎকন্ঠা আছে , উন্মাদনা আছে ৷ যুদ্ধজয়ে কঢ়িয়াই আনে সীমাহীন…

ইউ পি এছ চিৰ ৫৯ সংখ্যক স্থানত অসমৰ আৰণ্যক শইকীয়া ,নিবেদিতা-তপন -কিশোৰো উত্তীৰ্ণ

কেন্দ্ৰীয় লোকসেৱা আয়োগে অনুষ্ঠিত কৰা ২০১৯ বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে ৷ ঘোষিত ফলাফল অনুসৰি এইবাৰ বিভিন্ন কেডাৰত মুঠ ৮২৯ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷ ইয়াৰ ভিতৰত অসমৰ আৰণ্যক শইকীয়াই ৫৯ নং স্থান লাভ কৰিছে ৷…

নিৰ্বাচন ২০২১ : নলবাৰীত জয়ন্ত মল্লৰ অংকত আউল লগাব নেকি আঙুৰলতাই

ড: হিমন্ত বিশ্ব শৰ্মাৰ লগত বিজেপিলৈ অহা প্ৰতিগৰাকী কংগ্ৰেছীয়ে এতিয়া সু- প্ৰতিষ্ঠিত ৷ পীয়ূষ হাজৰিকাৰ পৰা আৰম্ভ কৰি ‘দাদা ব্ৰিগেদ’ৰ আটাইতকৈ কণিষ্ঠতম সদস্য তৰংগ গগৈলৈ সকলোৱে উপযুক্ত মৰ্যদাৰে বিজেপিত প্ৰতিষ্ঠা লাভ কৰিছে ৷ একমাত্ৰ জয়ন্ত মল্ল বৰুৱাক বাদ দি ৷বিজেপিত…

ৰাম মন্দিৰকলৈ বিভক্ত কংগ্ৰেছ- বিপাঙত শীৰ্ষ নেতৃত্ব

কাইলৈ অনুস্থিত হ’ব ৰাম মন্দিৰৰ ভূমিপূজন। বিজেপি আৰু সংঘ পৰিয়ালে তেওঁলোকৰ এই ৰাজনৈতিক সাফল্যক লৈ ব্যস্ত হৈ পৰাৰ সময়তে বিৰোধী কংগ্ৰেছ যেন কিংকৰ্তব্যবিমূঢ়। সমৰ্থনে কৰিব নে বিৰোধিতা কৰিব? এই প্ৰশ্নকলৈ এতিয়া বিভক্ত কংগ্ৰেছ দল। কিছুদিন পূৰ্বে মধ্যপ্ৰদেশৰ গাদীচ্যুত হোৱা কমল…

ভাৰতত ত্ৰিশৰো অধিক ৰাজনীতিক কৰোনাত আক্ৰান্ত, ৩ জনৰ মৃত্যু

আগষ্ট মাহটো যেন হৈ পৰিছে ভাৰতৰ ৰাজনীতিক সকলৰ বাবে অতিশয় দু:সহ। এজনৰ পাছত আনজন ৰাজনীতিকৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছ। শেহতীয়াকৈ অমিত শ্বাহৰ দেহত ক’ভিড-১৯ ধৰা পৰাৰ পাছতে কংগ্ৰেছৰ সাংসদ তথা প্ৰাক্তন গৃহমন্ত্ৰী পি চিডাম্বৰমৰ পুত্ৰ কাৰ্তি চিডাম্বৰমৰ দেহতো ধৰা…

কেনে চলিছে অযোধ্যাত ৰাম মন্দিৰৰ ভূমিপূজনৰ প্ৰস্তুতি?

অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমিপূজন অনুষ্ঠানলৈ মাজত মাথো এটা দিন।অযোধ্যাত বৰ্তমান তীব্ৰগতিত চলিছে প্ৰস্তুতি। জানিব পৰা মতে,নিমন্ত্ৰনী পত্ৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী সহিত আৰু আৰু তিনিজনৰ নাম আছে। অতি কম সংখ্যক লোকক আমন্ত্ৰণ জনোৱা হোৱা বহু।ভূমিপূজন অনুষ্ঠানৰ প্ৰতিখন নিমন্ত্ৰণী পত্ৰত আছে…

মুখ্যমন্ত্ৰীৰ সৈতে বহুত কথা আছে …

সেই খেতিয়কজন ,বানে ধুই নিছে যাৰ কেবাবিঘা মাটিৰ খেতি৷ নতুনকৈ খেতিত নামিবৰ বাবে নাই কঠীয়া ৷ কৃষিমন্ত্ৰীয়ে কৈছে বিনামূলীয়াকৈ শালি ধানৰ কঠীয়া দিব বুলি ৷ বিনামূলীয়া নালাগে, লাগিলে উচিত দাম দিয়ে কিনিব ৷ কিন্তু কঠীয়াৰ ব্যৱস্থা কৰি দিয়ক ৷ পানী…