“পৰিৰ্বতিত ব্যৱস্থা আৰু আগ্ৰাসী সময়”

“নতুন প্ৰজন্মটোৱে বিশ্বায়নৰ মোকাবিলা কৰিছে কেনেকৈ? এফালে নৈতিকতা, আৰু আনফালে বিশ্বায়ন, এই দুই দন্দ্বৰ মাজত পাৰিছেনে অৰ্থনৈতিক, সামাজিক অথবা সাংস্কৃতিক পুঁজি সংগ্ৰহ কৰিব? আচলতে এই তিনিওবিধ পুঁজিকে বিশ্বায়নে প্ৰত্যক্ষভাৱে হস্তগত কৰি পেলালে । এক কথাত কৰ্পৰেটৰ হাতলৈ গ’ল । কৰ্পৰেটেই…

‘কা’ আন্দোলনৰ নেতা অখিল গগৈৰ জামিন আবেদন পুনৰ নাকচ

‘কা’ আন্দোলনৰ নেতা অখিল গগৈৰ জামিন আবেদন আজি পুনৰ নাকচ কৰিলে ‘নিয়া’ৰ আদালতে। চান্দমাৰী থানাৰ ১৩/১৯ গোচৰৰ শুনানিত ‘নিয়া’ৰ আদালতে ‘কা’ আন্দোলনৰ নেতা জনৰ জামিন নাকচ কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই জনোৱা মতে,ইয়াৰ পাছত তেওঁলোকে উচ্চ ন্যায়ালয়ত নেতা গৰাকীৰ…

অযোধ্যাত নিৰ্মাণ হ’ব লগীয়া মছজিদত ভৰি নিদিয়ে যোগী আদিত্যনাথে

বাবৰি মছজিদৰ ৰায়ত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ মৰ্মে অযোধ্যাত নিৰ্মাণ হ’ব লগা মছজিদৰ উদ্ধোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ পালেও ভৰি নিদিয়ে যোগী আদিত্যনাথে। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী জনে কয় যে এজন ‘যোগী’ তথা ‘হিন্দু’ হিচাপে কেতিয়াও মছজিদৰ উদ্বোধনী…

প্লাজমা থেৰাপি কৰোনা ভাইৰাছ আৰোগ্য কৰাৰ বাবে উপযুক্ত নহয় নেকি?

কৰোনা ভাইৰাছৰ চিকিৎসাত বৰ্তমানে ভাৰত বৰ্ষত বহুল ভাৱে চৰ্চিত হৈছে প্লাজমা থেৰাপি। ভাৰতবৰ্ষৰ প্ৰায় সকলো ৰাজ্যিক চৰকাৰে প্লাজমা থেৰাপিক কোভিড- ১৯ চিকিৎসাৰ এক অংশ ৰূপে গ্ৰহণ কৰাই নহয় প্লাজমা দানৰ বাবে কোভিড-১৯ ত আক্ৰান্ত হৈ আৰোগ্য হোৱা সকলক প্লাজমা দানৰ…

দেশৰ অৰ্থনীতিৰ অৱস্থা শোচনীয়, বৃদ্ধি পাইছে মুদ্ৰাস্ফীতি

কৰোনা ভাইৰাচৰ সংকট আৰু লকডাউনৰ প্ৰভাৱত দেশৰ অৰ্থনৈতিক অৱস্থা হৈ পৰিছে শোচনীয়। এইকথা জনাইছে ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শক্তিকান্ত দাসে। ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমীক্ষা বৈঠকৰ পাছত এখন সংবাদ মেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰি শক্তিকান্ত দাসে কয় যে দেশৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ…

সুৰাপায়ী সকলৰ বাবে সুখবৰ:কাইলৈৰ পৰা অসমত খুলিব Bar

Bar খোলাৰ অনুমতি প্ৰদান কৰিছে অসম চৰকাৰে। আজি এক জাননীৰ যোগেদি অসম চৰকাৰৰ আবকাৰী বিভাগৰ সচিবে অসমৰ সুৰাৰ অনুজ্ঞাপত্ৰ থকা ৰেষ্টুৰেন্ট সমূহত সুৰা বিক্ৰীৰ সম্পূৰ্ণ অনুমতি প্ৰদান কৰিছে। পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ খোলা থাকিব ‘বাৰ’ সমূহ।   অৱশ্যে…

বাঘজান কাণ্ডৰ বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনক নস্যাৎ অইল ইণ্ডিয়াৰ

বিশেষজ্ঞ কমিটিয়ে প্ৰস্তুত কৰা বাঘজান কাণ্ডৰ প্ৰতিবেদনক নস্যাৎ কৰিছে অইল ইণ্ডিয়াই। কমিটিৰ প্ৰতিবেদনৰ তথ্য সমূহৰ বিজ্ঞান সন্মত ভিত্তি নাই বুলি দাবী কৰি অইল ইণ্ডিয়াই এনে তথ্যৰ আধাৰত কোনো সিদ্ধান্তত অহাটো সঠিক নহব বুলি নেচনেল গ্ৰীণ ট্ৰিবুনেলক জনায়। অইল ইণ্ডিয়াই বিশেষজ্ঞৰ কমিটিখনে…

পেছাদাৰীসমাজক উচ্ছেদ কৰা প্ৰয়োজন

“জনস্বাস্থ্যৰ প্ৰত্যাহ্বানেই চাগে ক’ৰ’না মহামাৰীয়ে আমাৰ সন্মুখলে আনি দিয়া প্ৰত্যাহ্বানবিলাকৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। বিভিন্ন মাধ্যমত ইয়াৰ চৰ্চা হৈ আছে। কিন্তু জনস্বাস্থ্যৰ মৌলিক কাঠামোগত সমস্যাবিলাক তুলি আনি জনমানসত প্ৰবল সমালোচনাত্মক জনমতৰ ভাৱ জগাই তোলাত এই চৰ্চাবোৰ অপাৰগ। এনে প্ৰেক্ষাপটতেই আনন্দি চাৰণৰ…