সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা ৪১ হাজাৰ অতিক্ৰম, মৃতকৰ সংখ্যাই চুলে ১০০ৰ ঘৰ

শেহতীয়াকৈ ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ তুলনামূলক ভাবে কিছু হ্ৰাস পাইছে যদিও শনিবাৰে মৃতকৰ সংখ্যাই শতকৰ ঘৰ অতিক্ৰম কৰিলে। এই পৰ্যন্ত ৰাজ্যত মুঠ কৰোনাত আক্ৰান্তৰ সংখ্যা ৪১৭২৬। ইয়াৰে ৩১৪৪২ জন লোক আৰোগ্য হোৱাৰ বিপৰীতে ১০১৮০ জন লোক এতিয়াও…

ঈদৰ দিনা হোলী খেলা এখন ইছলামিক দেশ

সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মালম্বী লোকসকলে আজি উদযাপন কৰিলে কুৰবানী ঈদ ৷ কিন্তু ৯৯ শতাংশ ইছলাম ধৰ্মালম্বী লোকৰ এখন দেশে এক ব্যতিক্ৰম পদ্ধতিৰে উদযাপন কৰে আজিৰ দিনটো ৷ ঈদৰ দিনটোত কুৰবানীৰ সলনি উদযাপন কৰা হয় ৰঙৰ উৎসৱ ৷ ঠিক হোলীৰ নিচিনাকৈ ৷এই দিনটোত…

অমৰ সিঙৰ দেহাৱসান

ভাৰতীয় ৰাজনীতিৰ এক পৰিচিত ব্যক্তি অমৰ সিঙ আৰু নাই ৷ ৰাজ্যসভাৰ সাংসদ তথা সমাজবাদী পাৰ্টীৰ প্ৰাক্তন নেতা অমৰ সিঙৰ আজি ছিংগাপুৰৰ এখন চিকিৎসালয়ত দেহাৱসান ঘটে ৷ বিগত প্ৰায় ছমাহ ধৰি ৰাজনীতিকগৰাকী ৰোগত আক্ৰান্ত হৈ আছিল ৷ কেইমাহমান পূৰ্বে ছিংগাপুৰৰ…

সকলো ৰাজ্যই অনুসৰণ কৰক দিল্লী মডেল : ক’লে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীয়ে

দেশত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সকলো ৰাজ্যই ‘ দিল্লী মডেল ‘ অনুসৰণ কৰা উচিত৷ – এই মন্তব্য আগবঢ়াইছে দেশৰ গৃহ ৰাজ্য মন্ত্ৰী কিশন ৰেড্ডীয়ে ৷ আজি সংবাদমাধ্যমৰ আগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় শাসিত অঞ্চল হোৱা বাবে তেওঁ…

শিক্ষানুষ্ঠান সমূহ কেতিয়া খুলিব?

যি সময়ত কৰোনা মহামাৰীৰ বিভীষিকাৰ ফলত আজি প্ৰায় ৪ মাহ দিন ধৰি বন্ধ হৈ থকা শিক্ষানুষ্ঠান সমূহত পুনৰ পাঠদান কেতিয়া আৰম্ভ হ'ব, সেই প্ৰশ্নই শিক্ষাৰ্থী আৰু অভিভাৱক সকলক উদ্ধিগ্ন কৰি ৰাখিছে, শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মেলত এই…

অসমত নতুন শিক্ষা নীতি বলবৎ কৰিবলৈ গঠন হ’ব ৪০ জনীয়া সমিতি

দেশৰ নতুন শিক্ষা নীতি অসমত বলবৎ কৰা সন্দৰ্ভত ৰাজ্য চৰকাৰে গঠন কৰিব এখন ৪০ জনীয়া সমিতি ৷ শিক্ষা বিভাগৰ প্ৰধান সচিবৰ নেতৃত্বত গঠন হ’বলগীয়া সমিতিখনে অহা ৩১ ডিচেম্বৰৰ ভিতৰত নিজৰ প্ৰতিবেদন দাখিল কৰিব ৷ এই প্ৰতিবেদনত নতুন শিক্ষা নীতি অসমত কিদৰে…

সংবাদ মেলত শিক্ষা বিভাগত কি কি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই

সংবাদ মেলত শিক্ষা বিভাগত কি কি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই- ১)শীঘ্ৰে ৰাজ্যৰ বিভিন্ন মহাবিদ্যায়ত খালী হৈ থকা শিক্ষকৰ লগতে অন্যান্য পূৰণ কৰা হ’ব। ২)বিভিন্ন মহাবিদ্যালয়ত নিযুক্তি দিয়া হ’ব ২৪০ গৰাকী অধ্যাপকক। আনহাতে ৮০ জন তৃতীয় আৰু…

ৰাজস্থান সংকট: ৰিচ’ৰ্ট পলিটিক্স, হৰ্ছ ট্ৰেডিঙৰ গৰাহত ৰাজস্থান চৰকাৰ

ৰাজস্থানৰ বিধান সভা অধিবেশনলৈ মাজত মাত্ৰ 13 দিন বাকী থাকোতে শাসকীয় কংগ্ৰেছ পাৰ্টিয়ে নিজৰ বিধায়ক সকলক ইতিমধ্যে জাইছেলমেৰ নামৰ স্থানৰ এখন ৰিচ'ৰ্টলৈ স্থানান্তৰ কৰিছে। Indian Express নামৰ দেশৰ আগশাৰীৰ বাতৰি কাকত খনত প্ৰকাশ পোৱা অনুসৰি…

বাঘজানৰ জুই নুমোৱাত পুনৰ ব্যৰ্থ অইল ইণ্ডিয়া

যোৱা দুই মাহ ধৰি জ্বলি থকা বাঘজানৰ জুই নিয়ন্ত্ৰণ কৰাৰ এক প্ৰচেষ্টাত পুনৰ বিফল হৈছে অইল ইণ্ডিয়া। জানিব পৰা মতে, যোৱা শুক্ৰবাৰে অভিযন্তা সকলে গেছ নিৰ্গত হৈ থকা তেলৰ খাদৰ সমুখ ভাগত Blowout Preventer (BOP) নামৰ এটা যন্ত্ৰ লগোৱাৰ চেষ্টা কৰি…

ৰাজ্যত মুঠ কৰোনা আক্ৰান্তৰ সংখ্যা ৪০২৬৯, প্লাজমা দানৰ ক্ষেত্ৰত অসম চৰকাৰে লাভ কৰিছে ব্যাপক সঁহাৰি

ক'ভিদ-১৯ ৰ পৰা সুস্থ হোৱাৰ ক্ষেত্ৰত অন্যতম ফলদায়কৰূপে বিবেচিত হোৱা প্লাজমা থেৰাপিৰ বাবে প্ৰয়োজনীয় প্লাজমা দানৰ ক্ষেত্ৰত অসম চৰকাৰে ব্যাপক সঁহাৰি লাভ কৰা কথা জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি ইতিমধ্যে ৫৫ জন কৰোনাৰ পৰা সুস্থ হোৱা লোকে…