সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

লাডাখ সীমান্তৰ উত্তেজনাৰ মাজতে অৰুণাচলৰ ৫ জন লোকক অপহৰণ চীনা সৈন্যৰ

লাডাখ সীমান্তত ভাৰত চীনৰ উত্তেজনা অব্যাহত থাকোতেই ৫ জন ভাৰতীয় লোকক অপহৰণ কৰাৰ অভিযোগ উঠিছে চীনা সৈন্যৰ বিৰুদ্ধে। জানিব পৰা মতে উজনি সোৱণশিৰী জিলাৰ ভাৰত চীন সীমান্তৰ এখন জংঘলত চিকাৰ কৰি থকা অৱস্থাত অপহৰণ কৰিছে চীনা সৈন্যই। ঘটনাটো সংঘটিত…

ৰাজ্যত সাপ্তাহিক লকডাউন আৰু সান্ধ্য আইন প্ৰত্যাহাৰ

আজি অসম চৰকাৰে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত ৰাজ্যত চলি থকা সাপ্তাহিক লক ডাউন আৰু সান্ধ্য আইন প্ৰত্যাহাৰ কৰিছে। এই কথা টুইটাৰ যুগে জনাইছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই। Weekend lockdown and night curfew have been lifted , however,…

মোডী চৰকাৰে চৰকাৰী চাকৰি বিলুপ্তি কৰিব বিচাৰিছে নেকি?

নিয়মীয়া চৰকাৰী চাকৰি বিলুপ্তিকৰণৰ প্ৰচেষ্টা কৰিছে নেকি নৰেন্দ্ৰ মোডী চৰকাৰে? শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ নিৰ্দেশৰ পাছতে এই অভিযোগ উঠিছে নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে। জানিব পৰা মতে কেন্দ্ৰীয় চৰকাৰে নিজৰ বিভিন্ন বিভাগক ৩০ বছৰ সময়…

‘Dislike’ ৰ ভয়ত ‘like’-‘dislike’ ৰ সুবিধা বন্ধ কৰিলে বিজেপিৰ…

কলা পতাকা নহয় এইবাৰ দিছলাইকৰ (Dislike) ভূতে খেদিছে ভাৰতীয় জনতা পাৰ্টিক। যোৱা কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'মন কি বাত' অনুষ্ঠানে Youtube ত বহু লাখ 'Dislike' লাভ কৰাৰ পিছতে এতিয়া প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান সমূহৰ Youtube ত…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধি

বৃদ্ধি পালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ । ৩,০৫৩ হেক্টৰ ভূমি অন্তৰ্ভূক্ত হ'ল কাজিৰঙাত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালিৰ সৈতে পূৰ্বে ১৯৮৫ চনৰ পৰা সময়ে সময়ে ছটা সংযোজন ঘটাই বন্যপ্ৰাণী সুৰক্ষাৰ স্বাৰ্থত মাটিকালি বৃদ্ধি কৰা হৈছিল।…

জন কল্যাণৰ বাবে নৰেন্দ্ৰ মোডীৰ ১০৩ কোটি টকা বৰঙণি

জন কল্যাণৰ বাবে মোদীৰ বৃহৎ বৰঙণি। ১০৩ কোটি টকা বৰঙণি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে। কণ্যা শিক্ষা আৰু গঙ্গা নদী পৰিষ্কৰণকে ধৰি বিভিন্ন জনকল্যাণমূলক কামৰ বাবে বৰঙণি দিলে প্ৰধানমন্ত্ৰীয়ে। লগতে মোদীয়ে উপহাৰ হিচাপে পোৱা সামগ্ৰীৰ নিলাম কৰি পোৱা ধনো…

কৰোনা সংক্ৰমণৰ মাজত শাৰদীয় দুৰ্গোৎসৱ উদযাপনৰ বিৰোধিতা আলফাৰ

মহামাৰী কৰ'না ভাইৰাছৰ সংক্ৰমণৰ সময়ত আগন্তুক শাৰদীয় দুৰ্গোৎসৱ আয়োজনৰ বাবে লোৱা আচঁ‌নিক লৈ "সংযুক্ত মুক্তি বাহিনী অসম (স্বাঃ) তথা আলফাৰ বিৰোধিতা। এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে আলফা স্বাধীনে। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত…

বিধান সভাত গৃহীত হ’ল ৰাজ্যৰ তিনি জনগোষ্ঠীৰ স্বায়ত্ব শাসিত পৰিষদ

বিধান সভা অধিবেশনত আজি মৰাণ, মটক আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ স্বায়ত্ব শাসিত পৰিষদ গঠনৰ প্ৰস্তাৱ গৃহীত হ'ল। তিনিওটা জনগোষ্ঠীয়ে সুদীৰ্ঘ দিন ধৰি স্বায়ত্ব শাসনৰ প্ৰস্তাৱ উত্থাপন কৰি আহিছিল। অৱশ্যে UNI নামৰ নিউজ এজেন্সিৰ এক বাতৰি অনুসৰি কোচ…

ফেচবুকে নিষিদ্ধ কৰিব নেকি শিলাদিত্যক?

বিজেপি নেতাৰ সাম্প্ৰদায়িক প্ৰৰোচনা মূলক বক্তব্যক ফেচবুকৰ কৰ্মচাৰীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ খবৰে দেশৰ ৰাজনীতিত খলকনি সৃষ্টি কৰাৰ পিছত আজি ফেচবুকে নিষিদ্ধ কৰিলে বিজেপি বিধায়ক টি ৰাজা সিঙক। উল্লেখযোগ্য যে টি ৰাজা সিঙৰ সাম্প্ৰদায়িক বিষ বাষ্প…