আজিৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ-
আজিৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ-
১- একচনীয়া পট্টা, তৌজি পট্টা, দেৱোত্তৰ ভূমিত কৃষি কাৰ্য কৰা কৃষক, বন অধিকাৰ আইনৰ অধীনত ভূমি পট্টা পোৱাৰ বাবে যোগ্য কৃষক, ক্ষুদ্ৰ চাহ খেতিয়ক, উদ্যান শস্যৰ কৃষকসকলেও পি এম কিষাণ আঁচনিৰ অধীনত সা-সুবিধা লাভ…