সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

তালিবানৰ বিৰুদ্ধে যুদ্ধত কিমান ব্যয় কৰিছিল আমেৰিকা  দৰে  দেশে?

২০০১ চনৰ ৭ অক্টোবৰত আমেৰিকা যুক্তৰাষ্ট্ৰই প্ৰথমে তালিবানক আফগানিস্তানৰ পৰা বহিষ্কাৰ কৰিবলৈ সশস্ত্ৰ আক্ৰমণ কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই অভিযোগ কৰিছিল যে তালিবানে আমেৰিকা যুক্তৰাষ্ট্ৰত ৯/১১ ৰ আক্ৰমণ সংঘটিত কৰা ওচামা বিন লাদেন আৰু আল-কায়দাৰ…

কেতিয়া অনুষ্ঠিত হ’ব টেট ?

অহা অক্টোবৰ মাহত অনুষ্ঠিত হ’ব টেট পৰীক্ষা ৷ চি টেটত উত্তীৰ্ণ প্ৰাৰ্থীয়েও এই পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব ৷ তদুপৰি বি এড বা ডি এল এডৰ চূড়ান্ত পৰীক্ষাৰ প্ৰাৰ্থীয়েও টেট পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰিব ৷ মঙলবাৰে এক সংবাদমেলত এই ঘোষণা কৰে অসমৰ…

ৰাহুল গান্ধী – অভিষেক বেনাৰ্জী সন্দৰ্ভত কি ক’লে সুস্মিতা দেৱে ?

কংগ্ৰেছ দলৰ সৈতে তিনি দশকৰ সম্পৰ্ক এৰি তৃণমূল কংগ্ৰেছত যোগ দিলে  সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে ৷ তাৰ পাছত মঙলবাৰে নতুন দিল্লীত এখন সংবাদমেল সম্বোধন কৰি তেও কয় ,” অভিষেক বেনাৰ্জী আৰু ৰাহুল গান্ধী ভৱিষ্যতে ওচৰ চাপি আহিলে…

পেগাছাছ চোৰাংছোৱাগিৰি সন্দৰ্ভত কেন্দ্ৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ

পেগাছাছ ছফটৱেৰৰ জড়িয়তে চোৰাংছোৱাগিৰি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে ৷মঙলবাৰে পেগাছাছ চোৰাংছোৱাগিৰিৰ তদন্ত বিচাৰি কৰা আবেদন সন্দৰ্ভত শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে এই আবেদনৰ বিচাৰ প্ৰক্ৰিয়া কিদৰে…

শ্বিলঙত সান্ধ্য আইন কেতিয়ালৈ ?

মেঘালয়ৰ পৰিস্থিতি লাহে লাহে শান্ত হৈছে যদিও ৰাজধানী শ্বিলঙত  ১৮ আগষ্টৰ পুৱা ৫ বজালৈ সান্ধ্য আইনৰ সময় বৃদ্ধি কৰা হৈছে ৷ তদুপৰি চাৰিখন জিলাৰ ইন্টাৰনেট সেৱাও কৰ্তন কৰা হৈছে ৷ মঙলবাৰে মেঘালয় চৰকাৰে প্ৰকাশ কৰা মতে সান্ধ্য আইন বলবৎ কৰাৰ পাছত…

আফগানিস্তান ইছলামিক সন্ত্ৰাসবাদৰ নতুন ঘাটি হ’ব নেকি ?

তালিবানৰ পুনৰুত্থানত সুখী হৈ পৰিছে আল কায়দাৰ সমৰ্থকসকল। তালিবানৰ কাবুল দখলক ঐতিসাহিক জয় আখ্যা দিছে আফগানিস্তানৰ সুদূৰ প্ৰান্ত  কুণাৰত বাহৰ পাতি থকা আল কায়দাৰ সমৰ্থকসকলে।ইয়াৰ লগে লগে আশংকা কৰা হৈছে যে বিশ্বৰ সকলো কট্টৰ ইছলামিক মৌলবাদী সংগঠনৰ…

কেনেকৈ ভাৰতত প্ৰৱেশ কৰিব পাৰিব আফগানী শৰনাৰ্থী?

তালিবানে আফগানিস্তানৰ ৰাজধানী চহৰ কাবুল দখল কৰাৰ পিছতে হুৱাদুৱা লাগিছে আফগান জনসাধাৰণৰ মাজত। এনে বিপদসংকুল পৰিস্থিতিৰ মাজতে আফগানিস্তানত অসুৰক্ষিত অনুভৱ কৰা লোক সকলৰ বাবে ভাৰতৰ গৃহ মন্ত্ৰালয়ে আনিছে এক সুখবৰ। ভাৰতত প্ৰৱেশৰ বাবে আবেদন জনোৱা…

২৭ বছৰীয়া আফগান মহিলা মেয়ৰ জাৰিফাই কিয় মৃত্যুৰ ক্ষণ গণিছে ?

চকুৰ পচাৰত সকলো সলনি হৈ গ’ল ৷ তালিবানে আফগানিস্তান দখল কৰাৰ লগে লগে প্ৰাণৰ শংকাত ভুগিছে লাখ লাখ নাগৰিক ৷ তালিবানৰ আগ্ৰাসনৰ ভয়াৱহতাৰ কথা ক’বলৈ গৈ শিয়ৰি উঠিছে আফগানিস্তানৰ কণিষ্ঠ মহিলা মেয়ৰ  জাৰিফা গাফাৰি ৷  তেও কয় –‘তালিবানে আমাক কেতিয়া…

শ শ আফগান নাগৰিকক কঢ়িওৱা বিমানখন গৈছে ক’লৈ ?

কাবুলৰ পৰা পলায়ন কৰিবলৈ বিমান বন্দৰত অগণিত মানুহে ভিৰ কৰাৰ দৃশ্যই এতিয়া বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰিছে ৷ আনকি বিমানৰ চকাত ওলমি পলায়ন কৰিব বিচৰা আফগান নাগৰিক মাজ আকশৰ পৰা সৰি পৰিছে ৷ তালিবানে কাবুল দখল কৰাৰ পাছতে সৃষ্টি হৈছে এই অভাবনীয়…

আফগানিস্তানত নাৰীৰ আৰ্তনাদৰ অন্ত কেতিয়া ? নীৰৱ কিয় ৰাষ্ট্ৰসংঘ ?

জুৰি বৰুৱা "মই কেতিয়াও ভবা নাছিলো আমি আকৌ সেই বিশ বছৰ আগৰ দিনবোৰলৈ উভতি যাব লাগিব। বিগত বিশ বছৰে আমি নিজৰ অধিকাৰৰ বাবে কৰা সংগ্ৰাম, শিক্ষা আৰু সম অধিকাৰৰ বাবে কৰা যুঁজখন খন্তেকতে ধূলিসাৎ কৰি পেলালে তালিবানে। গোটেই বিশ্বৰ আগত আজি…