ভাৰতৰ সৈতে আমদানি – ৰপ্তানি বন্ধ কৰিলে তালিবানে

তালিবানৰ কাবুল দখলৰ প্ৰভাৱ পৰিল ভাৰত আৰু আফগানিস্তানৰ বাণিজ্যিক সম্পৰ্কত ৷দুয়োখন দেশৰ মাজৰ পণ্য পৰিবহণ বন্ধ হৈ পৰিছে ৷ যাৰ ফলত আমদানি আৰু ৰপ্তানি দুয়োটা দিশতে ব্যাপক প্ৰভাৱ পৰিছে ৷ ইণ্ডিয়ান এক্সপোৰ্ট অৰ্গেনাইজেশ্যনৰ ডিৰেক্টৰ জেনেৰেল অজয় সাহায়ে এই কথা প্ৰকাশ…

আমেৰিকাই কিয়, কেনেদৰে জন্ম দিছিল তালিবানৰ ?

দুটা দশক , মানে ২০ বছৰ। সম্পূৰ্ণ ২০ বছৰ আমেৰিকাই নিয়ন্ত্ৰণ কৰিছিল আফগানিস্তান। এই ২০ বছৰত আফগানিস্তানত আধিপত্য বজাই ৰাখিবলৈ আমেৰিকাই ব্যয় কৰিছিল কমেও ৬১ লাখ কৌটি টকা। কিন্তু আমেৰিকাই সেনা প্ৰত্যাহাৰ কৰাৰ দহ দিনৰ ভিতৰতে সলনি হৈ গ’ল বিগত…

আফগানিস্তানৰ পৰা কেনেকৈ উভতি আহিল ১৫০ গৰাকী ভাৰতীয়? গাৰ নোম শিয়ৰি উঠা ৬৫ ঘন্টাৰ এটা কাহিনী-

তালিবানে কাবুল দখল কৰাৰ পাছত ভাৰতৰ গৃহ মন্ত্ৰালয়ে আফগানিস্তানৰ পৰা ভাৰতীয় সকলক উভতাই আনিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে  বিপদসংকুল পৰিস্থিতিৰ মাজতেই আফগানিস্তানৰ পৰা ১৫০ গৰাকী ভাৰতীয়ক ভাৰতলৈ উভতাই অনা হৈছে। ১৫০ গৰাকী ভাৰতীয়ক দেশলৈ উভতাই অনা Indo Tibetan Boarder…

আফগানিস্তানৰ পৰা কেনেকৈ উভতি আহিল ১৫০ গৰাকী ভাৰতীয়? গাৰ নোম শিয়ৰি উঠা এটা ৬৫ ঘন্টাৰ এটা কাহিনী-

তালিবানে কাবুল দখল কৰাৰ পাছত ভাৰতৰ গৃহ মন্ত্ৰালয়ে আফগানিস্তানৰ পৰা ভাৰতীয় সকলক উভতাই আনিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে  বিপদসংকুল পৰিস্থিতিৰ মাজতেই আফগানিস্তানৰ পৰা ১৫০ গৰাকী ভাৰতীয়ক ভাৰতলৈ উভতাই অনা হৈছে। ১৫০ গৰাকী ভাৰতীয়ক দেশলৈ উভতাই অনা Indo Tibetan Boarder…

১ ছেপ্তেম্বৰৰ পৰা অসমত আনলক : আৰু কি কি ঘোষণা মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ?

আনলক সন্দৰ্ভত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা ৰাজ্যত দৈনিক কোভিড আক্ৰান্তৰ সংখ্যা ৫০০ লৈ হ্ৰাস পালেই সম্পূৰ্ণ আনলক ৷ বৰ্তমানৰ দৰে পৰিস্থতি অব্যাহত থাকিলেও ১ ছেপ্তেম্বৰৰ পৰা আন্ত:জিলা যাতায়ত সম্পূৰ্ণৰূপে মুকলি হ’ব ৷ দশম , দ্বাদশ শ্ৰেণীৰ লগতে…

কেনে আছে আফগানিস্তানৰ মহিলা চিনেমা নিৰ্মাতা , খেলুৱৈসকল ?

আমাৰ লৰা -ছোৱালীবোৰ শিবিৰত ডকাইতি আৰু গাখীৰৰ অভাৱত মৃত্যুমুখত পৰিছে।এয়া মানৱীয়তাৰ সংকট।তথাপিও সমগ্ৰ পৃথিৱী শান্ত হৈ আছে।

চাৰ্জিকেল ষ্ট্ৰাইকৰ নায়কক আম আদমী পাৰ্টীয়ে বনালে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী

নিৰ্বাচনৰ বহু আগতেই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে ৷ মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী গৈছিল উত্তৰাখণ্ডলৈ ৷ তাতেই তেও উত্তৰাখণ্ডৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে ৷ উত্তৰাখণ্ডত আপৰ মুখ্যমন্ত্ৰী পদৰ…

আফগানিস্তানৰ পতাকা লৈ আগবঢ়া সমদললৈ তালিবানে গুলী চলালে ক’ত ?

আফগানিস্তানৰ জলালাবাদ চহৰত বুধবাৰে কিছুসংখ্যক লোকে আফগানিস্তানৰ পতাকা উৰুৱাই এক সমদল উলিয়াইছিল ৷ এই সমদল পথত আগবঢ়াৰ সময়তে তালিবানে গুলীচালনা কৰাৰ বাতৰি পোহৰলৈ আহিছে ৷ জলালাবাদ আফগানিস্তানৰ পূৱ প্ৰান্তৰ নাংগৰহাৰ প্ৰদেশৰ ৰাজধানী ৷ দেশখনৰ পঞ্চমখন বৃহৎ চহৰ ৷ স্থানীয় সংবাদ…

অনলাইন শ্বপিঙত সাৱধান : ৬০ টা ভুৱা ৱেবচাইটেৰে ২৫ কৌটি লুট

ভুৱা অনলাইন শ্বপিং ৱেবছাইটেৰে দেশত প্ৰৱঞ্চনাৰ জাল পেলাইছে চাইবাৰ অপৰাধীৰ এটা বিশেষ গোটে। ভুৱা শ্বপিং ৱেবছাইটৰ সহায়ত দিল্লীত দুৰ্বৃত্তই লুটিলে ২৫ কোটি টকা। দিল্লী আৰক্ষীৰ চাইবাৰ চেলে ভুৱা শ্বপিং ৱেবছাইটেৰে প্ৰৱঞ্চনাৰ জাল পেলোৱা ৫টাকৈ দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য যে ,…

আফগানিস্তান : প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ দায়িত্ব পাহৰিছে নেকি ?

অৰূপ কলিতা ধৰ্মান্ধতাৰ বিৰুদ্ধে যুঁজিবলৈ ধৰ্মই অস্ত্ৰ নেকি ? গোড়ামিৰ বিৰুদ্ধে যুঁজত সংকীৰ্ণতাই ঢাল নেকি ? এই প্ৰশ্নবোৰ উত্থাপণ হৈছে প্ৰধানমন্ত্ৰীৰ আবাসগৃহত মঙলবাৰে অনুষ্ঠিত এখন বৈঠকৰ পাছত ৷আফগানিস্তানৰ পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আবাসত অনুষ্ঠিত হৈ যায় এখন…