হিন্দুত্ববাদক তালিবানৰ সৈতে  তুলনা কৰি বিপদত কিয় বলীউডৰ অভিনেত্ৰী ?

চোছিয়েল মিডিয়াত সংবেদনশীল মন্তব্যৰে খলকনি তোলা অভিনেত্ৰী স্বাৰা ভাস্কৰ সোমাই পৰিছে আন এক নতুন বিতৰ্কত। হিন্দুত্ববাদক তালিবানৰ সৈতে তুলনা কৰি এতিয়া বিপদত পৰিছে অভিনেত্ৰী গৰাকী। #ArrestSwaraBhasker হেছ টেগেৰে স্বাৰা ভাস্কৰৰ গ্ৰেপ্তাৰৰ দাবী তুলিছে একাংশ ছছিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে। আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতি…

হাতত বন্দুক তুলি লোৱা কোন মহিলা গভৰ্ণৰ এতিয়া তালিবানৰ হাতত বন্দী ?

তালিবানৰ আগ্ৰাসনত যিসময়ত এজনৰ পাছত আনজন নেতাই দেশ এৰি পলাইছিল ,সেই সময়ত হাতত বন্দুক তুলি লৈছিল এগৰাকী মহিলা গভৰ্ণৰে ৷আফগানিস্তানৰ সেই মহিলা গভৰ্ণৰ ছালিমা মাজাৰি এতিয়া তালিবানৰ হাতত বন্দী ৷ আশ্ৰফ ঘানি চৰকাৰৰ আমোলত যি তিনিগৰাকী মহিলা গভৰ্ণৰে কাৰ্যনিৰ্বাহ কৰিছিল…

কেনেকৈ বিশ্বৰ পঞ্চম ধনী সন্ত্ৰাসবাদী সংগঠন হৈ পৰিল তালিবান? তালিবানৰ উপাৰ্জনৰ উৎস কি?

বিশ্বত উৎপাদিত আফিম নামৰ ফলবিধৰ প্ৰায় ৮০% উৎপাদন আফগানিস্তানৰ মাটিতে হয়। আফগানিস্তানৰ আফিম খেতিৰ পৰা আৰম্ভ কৰি চোৰাং ব্যৱসায় আৰু খননলৈকে সকলোতে আছে তালিবানৰ আধিপত্য। ২০১৬ চনত ফৰ্বছ আলোচনীয়ে বিশ্বৰ আটাইতকৈ ধনী সন্ত্ৰাসবাদী সংগঠনবোৰৰ এখন তালিকা প্ৰকাশ কৰিছিল, য’ত তালিবান…

সুনন্দা পুষ্কৰৰ মৃত্যুৰ গোচৰত শশী থাৰুৰ দোষমুক্ত

সুনন্দা পুষ্কৰৰ মৃত্যুৰ গোচৰত কংগ্ৰেছ সাংসদ শশী থাৰুৰক দোষমুক্ত ঘোষণা কৰিছে আদালতে ৷ দিল্লীৰ এখন বিশেষ আদালতে বুধবাৰে শশী থাৰুৰক দোষমুক্ত ঘোষণা কৰি গোচৰটো খাৰিজ কৰি দিয়ে ৷ ২০১৪ চনত দিল্লীৰ এখন হোটেলত সুনন্দা পুষ্কৰৰ মৃতদেহ উদ্ধাৰ হৈছিল ৷ এই…

তালিবানৰ লগত কোনকেইখন দেশ ?

আমেৰিকা সমৰ্থিত আফগান চৰকাৰৰ পতনৰ পাছত আফগানিস্তান এতিয়া তালিবানৰ দখলত ৷ তাৰ পাছতে বহু দেশে ইতিমধ্যে কাবুলত থকা নিজ নিজ দেশৰ দূতাবাস খালী কৰি তাত কৰ্মৰত লোকসকলক দেশলৈ ওভতাই নিছে ৷ কাবুলৰ লগত সম্পৰ্ক ত্যাগ কৰা দেশসমূহৰ ভিতৰত আছে আমেৰিকা…

হঠাৎ শক্তিশালী ইছলামাবাদ : ভাৰতৰ দু:শ্চিন্তাৰ কাৰণ কি ?

তালিবানে ক্ষমতা দখল কৰাৰ লগে লগে হঠাৎ শক্তিশালী হৈ উঠিছে ইছলামাবাদ ৷ আফগানিস্তানৰ শেহতীয়া ঘটনাৱলী দক্ষিণ – পশ্চিম এছিয়াৰ প্ৰেক্ষাপটত পাকিস্তানৰ এক বৃহৎ সাফল্য বুলি অভিহিত কৰিছে কূটনৈতিক মহলে ৷ কিন্তু একেসময়তে বৃদ্ধি পাইছে ভাৰতৰ দু: শ্চিন্তা ৷ কাৰণ ,…

তালিবানৰ সংবাদমেল :মহিলাসকলে চাকৰি কৰিব পাৰিবনে ?

আফগানিস্তানে অন্য কোনো দেশক ভাবুকি প্ৰদান নকৰে ৷আফগানৰ ভূমি ব্যৱহাৰ কৰি কোনেও প্ৰতিবেশী ৰাষ্ট্ৰৰ ক্ষতি কৰিব নোৱাৰে ৷ দুটা দশকৰ পাছত আফগানিস্তানৰ কৰ্তৃত্ব লাভ কৰাৰ পাছত এইদৰে কৈছে তালিবানৰ নেতৃত্বই ৷ তালিবানৰ মুখপাত্ৰ যাবিউল্লাহ মুজাহিদে মঙলবাৰে এখন সংবাদমেল সম্বোধন কৰি…

অসম – মিজোৰাম সীমান্তত পুণৰ উত্তেজনা : কাৰ বিৰুদ্ধে গুলীচালনাৰ অভিযোগ?

অসম – মিজোৰাম সীমান্তত পুণৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷মঙলবাৰে মিজোৰামে অসম আৰক্ষীৰ ওপৰত গুলীচালনাৰ অভিযোগ উত্থাপণ কৰিছে ৷মিজোৰামৰ অভিযোগ অনুসৰি অসম আৰক্ষীয়ে কৰা গুলীচলনাত এজন নীৰিহ লোক আহত হৈছে ৷ মিজোৰামৰ অভিযোগ সন্দৰ্ভত অসম চৰকাৰে কয় যে সীমান্তত দুৰ্বৃত্তই…

তালিবানে কিদৰে সাব্যস্ত কৰিলে সহজ বিজয় ?

সংখ্যাত তাকৰ ৷ অস্ত্ৰৰ দিশৰ পৰাও সেনাৰ সমান শক্তিশালী নহয় ৷ তেনেহ’লে , কেনেকৈ ইমান কম সময়ৰ ভিতৰত কাবুল দখল কৰিবলৈ সক্ষম হ’ল তালিবান বাহিনীয়ে ? তালিবানৰ অতৰ্কিত উত্থান এতিয়া সমগ্ৰ বিশ্বৰ নিৰাপত্তা বিশ্লেষকসকলৰ বাবে কৌতুহলৰ বিষয় হৈ পৰিছে ৷…

দ্ৰুতগতিত হ্ৰাস পাইছে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা ?

দেশৰ পৰৱর্তী প্ৰধানমন্ত্ৰী হিচাপে আপুনি কাক বিচাৰে?নৰেন্দ্ৰ মোদী নে মমতা বেনার্জী ? অথবা ৰাহুল গান্ধী নে অৰবিন্দ কেজৰিৱালক ?যোগী আদিত্যনাথ নে  অমিত শ্বাহক ? প্ৰধানমন্ত্ৰী হিচাপে  দেশবাসীৰ এতিয়াও প্ৰথম পচন্দৰ প্ৰার্থী নৰেন্দ্ৰ মোদী৷ কিন্তু বিগত বর্ষতকৈ বহুগুনে জনপ্ৰিয়তা হ্ৰাস পাইছে…