মমতাৰ ‘লক্ষ্মী ভাণ্ডাৰ’ক হিমন্তৰ ‘অৰুণোদয়’ৰে প্ৰত্যাহ্বান
পশ্চিমবংগত এতিয়া লক্ষ্মী ভাণ্ডাৰ বনাম অৰুণোদয়ৰ যুঁজ ৷ মমতা বেনাৰ্জীৰ ‘লক্ষ্মী ভাণ্ডাৰ’ক এইবাৰ পশ্চিমবংগ বিজেপিয়ে কাউন্টাৰ দিছে হিমন্ত বিশ্ব শৰ্মাৰ ‘অৰুণোদয়’ আঁচনিৰে ৷
তৃতীয়বাৰৰ বাবে পশ্চিমবংগত ক্ষমতালৈ অহা মমতা বেনাৰ্জী নেতৃত্বাধীন…