সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সচাঁকৈয়ে তালিবানে হাইজেক কৰিছে নেকি ইউক্ৰেইনৰ বিমান?

আফগানিস্তানলৈ উদ্ধাৰ অভিযানৰ বাবে যোৱা ইউক্ৰেইনৰ এখন বিশেষ বিমান হাইজেক কৰিছে কোনো অচিনাক্ত দুৰ্বৃত্তই। ইউক্ৰেইন চৰকাৰৰ উপ বিদেশ মন্ত্ৰী গৰাকীয়ে সদৰি কৰে এই চাঞ্চল্যকৰ তথ্য। প্ৰাপ্ত তথ্য অনুযায়ী ইতিমধ্যেই ইৰানলৈ লৈ যোৱা হৈছে বিমানখন। বিদেশ…

ভাৰতত দুগুণলৈ বৃদ্ধি উচ্চ ৰক্তচাপত আক্ৰান্ত লোকৰ সংখ্যা

হাইপাৰটেনছন বা উচ্চ ৰক্তচাপত আক্ৰান্ত ভাৰতীয়ৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে ৷ যোৱা ৩০ বছৰত এই পৰিসংখ্যা ভাৰতত অতি উদ্বেগজনক হৈ পৰিছে ৷৩০ শতাংশ ভাৰতীয় নাগৰিক এতিয়া হাইপাৰটেনছন বা উচ্চ ৰক্তচাপত আক্ৰান্ত ৷ ‘দ্য লানচেট’ জাৰ্ণালত এই তথ্য প্ৰকাশ…

আফগানিস্তানক লৈ গভীৰ নিশা কাৰ লগত ,কি কথা পাতিলে অজিত দোভালে ?

আফগানিস্তানৰ পৰিস্থিতি পৰ্যালোচনাৰ বাবে বৈঠকত মিলিত হ’ল ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠী ৷ মঙলবাৰে গভীৰ নিশা ভাৰ্ছুয়েল মাধ্যমযোগে অনুষ্ঠিত এই বৈঠকত সভাপতিত্ব কৰে ভাৰতৰ নিৰাপত্তা উপদেষ্টা অজিত দোভালে ৷ ভাৰত , ব্ৰাজিল , ৰাছিয়া , চীন আৰু দক্ষিণ আফ্ৰিকাক…

আই আই টিৰ ধৰ্ষনকাৰী ছাত্ৰক জামিন : নিৰ্যাতিতা ছাত্ৰীয়ে কি ক’লে ?

আই আই টি , গুৱাহাটীৰ ধৰ্ষণত অভিযুক্ত ছাত্ৰ উৎসৱ কদমক ভৱিষ্যতৰ সম্পদ বুলি অভিহিত কৰি জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ ন্যায়ালয়ৰ এই ৰায়ক ন্যায় ব্যৱস্থাৰ প্ৰতি উপহাস বুলি মন্তব্য কৰিছে নিৰ্যাতিতা ছাত্ৰীগৰাকীয়ে ৷ ‘ইষ্ট মোজো’ক দিয়া…

৮ ঘন্টা হাজোতবাসৰ পাছত জামিন পালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক চৰ মৰাৰ হুমকি দি গ্ৰেপ্তাৰ হোৱা কেন্দ্ৰীয় মন্ত্ৰী নাৰায়ণ ৰানে অৱশেষত জামিন লাভ কৰিছে ৷ সম্পূৰ্ণ ৮ ঘন্টা হাজোতত থকাৰ পাছত মুম্বাইৰ এখন আদালতে ৰানেৰ জামিন আবেদন মঞ্জুৰ কৰে ৷ জামিন লাভৰ পাছত কেন্দ্ৰীয়…

ৰাজহুৱা খণ্ডক বিক্ৰীৰে ৬ লাখ কৌটি উপাৰ্জন : কি কয় ৰাহুল গান্ধীয়ে ?

ৰাজহুৱা খণ্ডৰ সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতত গতাই দিবলৈ কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে গৰজি উঠিছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী ৷ কেন্দ্ৰৰ সিদ্ধান্তক সমালোচনা কৰি তেও কয় যে নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ এটা শ্ল’গান আছিল যে বিগত ৭০ বছৰত…

আফগানিস্তান চলাব কোনে?কোন কোন থাকিব চৰকাৰত?

আফাগানিস্তানত গঠন হ’ল তালিবানী চৰকাৰ৷বাৰ জনীয়া মন্ত্ৰী পৰিষদে চলাব আফগানিস্তান৷দৈনিক ভাস্কৰৰ বাতৰ অনুসৰি মংগলবাৰে তালিবানে গঠন কৰিলে ১২ জনীয়া মন্ত্ৰী পৰিষদ৷ইতিমধ্যে ১২ জনীয়া পৰিষদৰ ৭ জন সদস্যৰ নাম ঘোষণা কৰিছে তালিবানে৷পৰিষদত নাম আছে…

মাইক্ৰ’ফাইনেন্সৰে চৰকাৰৰ চুক্তি : কোনে , কেনেকৈ ঋণ ৰেহাই পাব ?

মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই সন্দৰ্ভত মঙলবাৰে অসম চৰকাৰ আৰু মাইক্ৰ’ফাইনেন্স কোম্পেনীসমূহৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় ৷ অসমত ঋণ প্ৰদান কৰি থকা ৩৮ টা মাইক্ৰ’ফাইনেন্স কোম্পেনী আৰু বেংকে চুক্তিত স্বাক্ষৰ কৰে ৷ ২০২৩ চনৰ ৩১ মাৰ্চলৈ এই  …

৪০ লাখ টকা , প্ৰেমিকাসহ পলায়ন কৰা  কোন এইজন দুৰ্ধৰ্ষ মাওবাদী ?

মাওবাদী ৷ বহু চৰ্চিত , বহু বিতৰ্কিত এটি শব্দ ৷ চৰকাৰৰ সজোৰ বিৰোধিতা কৰাসকলক মাওবাদী সজোৱাৰ অভিযোগো দীৰ্ঘদিন ধৰি উত্থাপণ হৈ আহিছে ৷ মাওবাদী মানেই যেন দুৰ্ধৰ্ষ গেৰিলা , দেশৰ প্ৰতি ভাবুকি ৷ কিন্তু এজন মাওবাদী নেতাৰ কাহিনীয়ে এতিয়া সংবাদমাধ্যমৰ…

কংগ্ৰেছত কন্দল : চট্টিছগড়ৰ পাছত পঞ্জাৱতো বিদ্ৰোহ

বঙহৰ যুঁজত নামিছে সমগ্ৰ কংগ্ৰেছ দল ৷চট্টিছগড়ত মুখ্যমন্ত্ৰী ভূপেশ বাঘেল আৰু টি এছ সিঙ দেউৰ মাজত মুখ্যমন্ত্ৰিত্বক লৈ তীব্ৰ সংঘাতৰ সৃষ্টি হৈছে ৷ মঙলবাৰে ৰাহুল গান্ধীয়ে এই বিবাদ নিষ্পত্তিৰ বাবে হস্তক্ষেপ কৰিবলগীয়া হ’ল ৷ তাৰ মাজত আকৌ উক দিছে…