ক’ত কৰায়ত্ত হ’ল গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ী ?

অসম আৰক্ষীয়ে বৃহস্পতিবাৰে গঁড়ৰ খৰ্গসহ তিনিজন চোৰাং ব্যৱসায়ীক কৰায়ত্ত কৰে ৷ জখলাবন্ধা থানাত ৰুজু হৈ থকা ১৬৬/২০১৮ নং গোচৰটোৰ ভিত্তিত মৰিগাঁও আৰক্ষীৰ সহযোগত নগাও আৰক্ষীয়ে অভিযান চলাই এই ব্যক্তিকেইজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ধৃত ব্যক্তিকেইজন হৈছে মৰিগাঁৱৰ খাইৰুল ইছলাম…









