সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আৰক্ষীৰ জালত ৰেভ পাৰ্টিৰ মূল অভিযুক্ত

অৱশেষত গুৱাহটীলৈ নিষিদ্ধ ড্ৰাগচ(ক'কেইন) যোগান ধৰা তথা ৰেভ পাৰ্টিৰ মূল অভিযুক্ত বিশাল চৌধুৰী জালত পৰে আৰক্ষীৰ। লতাশিল আৰক্ষী আৰু ক্রাইম ব্ৰাঞ্চৰ যৌথ অভিযানত গ্ৰেপ্তাৰ হয় চৌধুৰী। অশোক বৰ্মনৰ স্বীকাৰোক্তিৰ ভিত্তিতেই নতুন দিল্লীৰ পৰা গ্ৰেপ্তাৰ…

ভাৰতৰ দু:শ্চিন্তা : আইছিছত কেৰালাৰ ১৪ সদস্য

কাবুলত সংঘটিত ভয়াবহ বিস্ফোৰণৰ আঁৰত কেৰালাৰ ১৪ জন লোক জড়িত হৈ থকাৰ খবৰে এতিয়া দু:শ্চিন্তাত পেলাইছে ভাৰতৰ নিৰাপত্তা সংস্থাসমূহক ৷সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ,তালিবানে আফগ্নিস্তানৰ ক্ষমতা দখল কৰাৰ পাছত জেলৰ সকলো কয়েদীক মুক্ত কৰি দিছিল ৷ সেই…

বিজেপিত ভাঙোণ : দুই বিধায়কৰ তৃণমূলৰে যোগাযোগ

পশ্চিমবংগ দখলৰ পাছত তৃণমূল কংগ্ৰেছৰ সক্ৰিয় হৈ পৰিছে ত্ৰিপুৰাৰ ৰাজনীতিত ৷ তাৰ লগে লগে ত্ৰিপুৰা বিজেপিত ভাঙোণ আৰম্ভ হৈছে ৷ ৰাজ্যখনৰ আৰু দুজন বিজেপি বিধায়কে শেহতীয়াকৈ তৃণমূল নেতৃত্বক সাক্ষাৎ কৰা বাতৰিয়ে ব্যাপক চৰ্চা লাভ কৰিছে ৷ ত্ৰিপুৰাৰ…

মাইচ’ৰত ছাত্ৰীক দলবদ্ধ ধৰ্ষণঃ ৫ জনক গ্ৰেপ্তাৰ

মঙলবাৰে নিশা মাইচ'ৰত এগৰাকী ২৩ বছৰীয়া MBA পাঠ্যক্ৰমৰ ছাত্ৰীক চাৰি-পাঁচজন লোকে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে ঘটনাটো মাইচ'ৰৰ ললিতহাদ্ৰিপুৰা অঞ্চলৰ টিপ্পায়ানাকেৰী অঞ্চলত নিশা প্ৰায় ৮ বজাত সংঘটিত হৈছিল।…

মমতা বেনাৰ্জীৰ ভতিজা , তৃণমূলৰ নেতা অভিষেক বেনাৰ্জীক ই ডিৰ তলব কিয় ?

মমতা – মোদীৰ কাজিয়া এতিয়াও শেষ হোৱা নাই ৷ পশ্চিমবংগত চমকপ্ৰদ বিজয় সাব্যস্ত কৰাৰ পাছত মমতা বেনাৰ্জীৰ লক্ষ্য এইবাৰ নতুন দিল্লী ৷ বিৰোধী মহাজোট গঠনেৰে বিজেপিক উৎখাতৰ বাবে ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে মমতা বেনাৰ্জীয়ে ৷ দেশজুৰি বিজেপি বিৰোধী…

পাকিস্তান আমাৰ ঘৰৰ দৰেইঃ তালিবান

আফগানিস্তানত পুনৰ এবাৰ ক্ষমতা দখল কৰাৰ পিছত তালিবানে এতিয়া কৈছে যে পাকিস্তান তালিবানৰ বাবে দ্বিতীয়খন ঘৰৰ দৰে। পাকিস্তানী টিভি চেনেল ARI নিউজৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত তালিবানৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে কয় যে আফগানিস্তান…

হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ এৰাৰ আগত কি ঘটিছিল ?

কিয় ৰাহুল হিমন্তৰ বাবে পথৰ হেঙাৰ হৈ পৰিল , কি পৰিস্থিতিত হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিবলগীয়া হ’ল , কংগ্ৰেছ এৰাৰ আগত ছোনিয়া গান্ধীয়ে কি কৈছিল হিমন্ত বিশ্ব শৰ্মাক – এই সকলোবোৰ কথাৰে ‘দ্য ক্ৰছকাৰেন্ট’ৰ এই বিশেষ প্ৰতিবেদন ৷

উত্তৰ পূৱত কি এই ভিষ্টাডোম ৰে’ল ?

প্ৰথমবাৰৰ বাবে উত্তৰ পূৱত ভিষ্টাডোম ৰে'লসেৱা। যাত্ৰীৰ সুবিধাৰ্থে উত্তৰ পূব সীমান্ত ৰে'লৰ নতুনকৈ সংযোগ হৈছে এই বিশেষ ৰে'ল সেৱা। সপ্তাহত দুদিনকৈ চলিব লগা এই ৰে'ল খনত আছে অত্যাধুনিক সুবিধা। পুৱা ৬.৩৫ বজাত যাত্ৰা আৰম্ভ কৰি ১১.৫৫ বজাত উপস্থিত হব…

এইবাৰ ভাৰতত ‘খিলাফত’ প্ৰতিষ্ঠাৰ লক্ষ্য আইছিছৰ

কাবুলৰ ভয়ংকৰ বিস্ফোৰণ সংঘটিত কৰা ইছলামিক সন্ত্ৰাসবাদী সংগঠনে এতিয়া চকু দিছে ভাৰতত ৷ এই দেশতো তেওলোকে ‘খিলাফত’ প্ৰতিষ্ঠা কৰিব বিচাৰে ৷চোৰাংছোৱা সংস্থাৰ উদ্ধৃতিৰে সংবাদ মাধ্যমে প্ৰকাশ কৰিছে এই ভয়ংকৰ তথ্য ৷ বাতৰি অনুসৰি , ভাৰতসহ সমগ্ৰ মধ্য…

আফগানিস্তানত আইছিছৰ ঘাটিত আমেৰিকাৰ আক্ৰমণ

কাবুলত আইছিছ খুৰাছান গোটে সংঘটিত কৰা ভয়ংকৰ বোমা বিস্ফোৰণৰ পাছত হুংকাৰ দিছিল আমেৰিকাই ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে সন্ত্ৰাসবাদী সংগঠনটোৱে এই ঘটনাৰ মাচুল আদায় দিব লাগিব বুলি সকীয়ণি দিছিল ৷ ইয়াৰ পাছতেই পদক্ষেপ গ্ৰহণ কৰিলে পেন্টাগণে ৷…