আৰক্ষীৰ জালত ৰেভ পাৰ্টিৰ মূল অভিযুক্ত

Share This Article

অৱশেষত গুৱাহটীলৈ নিষিদ্ধ ড্ৰাগচ(ক’কেইন) যোগান ধৰা তথা ৰেভ পাৰ্টিৰ মূল অভিযুক্ত বিশাল চৌধুৰী জালত পৰে আৰক্ষীৰ। লতাশিল আৰক্ষী আৰু ক্রাইম ব্ৰাঞ্চৰ যৌথ অভিযানত গ্ৰেপ্তাৰ হয় চৌধুৰী। অশোক বৰ্মনৰ স্বীকাৰোক্তিৰ ভিত্তিতেই নতুন দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰা হয় চৌধুৰীক। বৰ্তমান লতাশিল আৰক্ষীৰ জিম্মাত ৰখা হৈছে বিশাল চৌধুৰীক। উল্লেযোগ্য যে অভিযুক্ত বিশালে দিল্লীৰ পৰাই চলাই আছিল ক’কেইনৰ ব্যৱসায় আৰু ৰেভ পাৰ্টি উৎখাত কৰাৰ পিছতেই পোহৰলৈ আহিছিল বিশালৰ নাম।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.