সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মাইচ’ৰত ছাত্ৰীক দলবদ্ধ ধৰ্ষণঃ ৫ জনক গ্ৰেপ্তাৰ

মঙলবাৰে নিশা মাইচ’ৰত এগৰাকী ২৩ বছৰীয়া MBA পাঠ্যক্ৰমৰ ছাত্ৰীক চাৰি-পাঁচজন লোকে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীৰ সূত্ৰই জনোৱা মতে ঘটনাটো মাইচ’ৰৰ ললিতহাদ্ৰিপুৰা অঞ্চলৰ টিপ্পায়ানাকেৰী অঞ্চলত নিশা প্ৰায় ৮ বজাত সংঘটিত হৈছিল। ছাত্ৰীগৰাকী কৰ্ণাটকৰ স্হায়ী বাসিন্দা নহয়। গণধৰ্ষণৰ ঘটনাসন্দৰ্ভত কমেও পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
কৰ্ণাটকৰ গৃহ মন্ত্ৰী ‘অৰাগা জ্ঞানেন্দ্ৰই’ শনিবাৰে দাবী কৰিছে যে গোচৰটো সফলতাৰে নিষ্পত্তি কৰা হৈছে।

Leave A Reply

Your email address will not be published.