আকৌ বিস্ফোৰিত হব পাৰে কাবুল বিমানবন্দৰ : জ’ বাইডেন !

মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে ব্যক্ত কৰিছে যে আমেৰিকা সেনাৰ মুখ্য সচিবে প্ৰকাশ কৰিছে যে পূৰ্বৰ আত্মঘাটি বোমাৰ বিস্ফোৰণৰ দৰে আগন্তুক ২৪ ৰ পৰা ৩৬ ঘণ্টাৰ ভিতৰত পুনৰ বিস্ফোৰিত হব পাৰে কাবুল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। আফগানিস্তানত তালিবানৰ দখললৈ যোৱাৰ পৰাই কাবুল বিমানবন্দৰত…

আত্মজাহ দিব এজন বিধায়কে

বঙাইগাঁওৰ আই নৈৰ খহনীয়া দেখি চিন্তিত এজন বিধায়ক। স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰে দীৰ্ঘ দিন ধৰি চৰকাৰক খহনীয়া প্ৰতিৰোধ কৰিবৰ বাবে আহ্বান জনাই আহিছে যদিও কিন্তু এই পৰ্যন্ত কোনো ধৰণৰ সুফল লাভ কৰা নাই সাধাৰণ লোকসকলে। যিহেতু খহনীয়াৰ ফলত মানচিত্ৰৰ…

উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ লগতেই বিকাশৰ প্ৰতিদ্বন্দিতাত হাৰি গৈছে নেকি অসম ?

অসমৰ বিকাশৰ স্বৰুপ আকৌ উদঙালে নীতি আয়োগৰ প্ৰতিবেদনে৷জিলাভিত্তিক উন্নয়নত অসমক পিছ পেলালে ত্ৰিপুৰা আৰু চিকিমে৷ বিগত বুধবাৰে নীতি আয়োগে মুকলি কৰে Sustainable Development Goals in the NorthEastern Region ৰ প্ৰতিবেদন৷নীতি আয়োগৰ সমীক্ষাই সামৰি লৈছিল উত্তৰ-পূর্বৰ ১০৩ খন জিলা৷উত্তৰ পূর্বৰ এই…

অনুপ্ৰৱেশকাৰী বাংলাদেশী মহিলাৰ লগত কি কৰিলে বিএছএফে ?

সাধাৰণতে  অবৈধভাৱে যদি কোনো লোকে আন দেশৰ সীমা পাৰ কৰিব খোজে তেন্তে অনুপ্ৰৱেশকাৰী লোকজনৰ ওপৰত দেশখনে গোচৰ ৰুজু কৰিব পাৰে।  জেইল হোৱাৰো সম্ভাৱনা থাকে। কিন্তু এই ক্ষেত্ৰত সৌভাগ্যশালী আছিল বাংলাদেশৰ এগৰাকী মহিলা। মহিলাগৰাকীৰ নাম পলিয়াৰা বেগম। ভিছা লাভ কৰিবলৈ সক্ষম…

বিশ্বৰ বহু পলাতক নেতাৰ প্ৰথম পচন্দ আৰৱ কিয়?

তালিবানে আফগানিস্তানৰ শাসনভাৰ দখল কৰাৰ পিছতে দেশ এৰি পলায়ন কৰিছিল ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে।বৰ্তমান সংযুক্ত আৰৱ এমিৰেটচ(UAE)ত আশ্ৰয় গ্ৰহণ কৰি আছে ৰাষ্ট্ৰপতি গৰাকীয়ে। কিন্তু প্ৰশ্ন হয় – বিশ্বৰ বহু পলাতক নেতাৰ প্ৰথম পচন্দ আৰৱ কিয়? UAEত আশ্ৰয় লাভ আন নেতা সকলৰ…

অখিল গগৈ আকৌ দিল্লীলৈ কিয় ?

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ শণিবাৰে পুণৰ ৰাওনা হৈছে নতুন দিল্লীলৈ ৷ তিনিটা দিনৰ  ভ্ৰমণসূচীৰে তেও দুপৰীয়াৰ ভাগত নতুন দিল্লীত উপস্থিত হৈছে ৷ জানিব পৰা মতে , অখিল গগৈয়ে নতুন দিল্লীত ভোট কুশলী প্ৰশান্ত কিশোৰ আৰু তৃণমূল…

১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যত কি হ’ব : ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যত আৰম্ভ হ’ব স্বাভাৱিক জীৱন যাত্ৰা।ৰাজ্যত বৰ্তমান হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা।কোভিড আক্ৰান্তৰ সংখ্যা বৰ্তমান ৫০০ ৰ তললৈ নামিছে।সেয়ে অসম চৰকাৰৰ এই সিদ্ধান্ত।ইমানদিনে বন্ধ হৈ থকা বাছ সেৱাও খুলি দিয়া হ’ব ১ ছেপ্টেম্বৰৰ পৰা।১ ছেপ্টেম্বৰৰ পৰাই ৰাজ্যত…

হাৰিয়ানাত প্ৰতিবাদী কৃষকৰ মূৰ ফালিবলৈ কিয় নিৰ্দেশ দিলে উপায়ুক্তই ?

হাৰিয়ানাৰ কৰণালত বিজেপি নেতাক ৰখাবলৈ প্ৰতিবাদকাৰী কৃষকে টোল গেটত লগালে ট্ৰেফিক জাম ৷তেতিয়াই পথ মুকলি কৰিবলৈ আৰক্ষীয়ে প্ৰতিবাদকাৰী কৃষকৰ ওপৰত লাঠীচালনা কৰে ৷এই ঘটনাত কেবাগৰাকীও কৃষক গুৰুতৰভাৱে আহত হয় ৷ ইয়াৰ পাছতে আন এটা ভাইৰেল হোৱা ভিডিঅ’ই দেশজুৰি খলকনিৰ সৃষ্টি…

দেশৰ আটাইতকৈ কনিষ্ঠ পাইলট গৰাকী কোন জানেনে ?

১১মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰা অন্তত গুজৰাটৰ চুৰাটৰ কৃষক কান্তি পেটেলৰ কন্যা ১৯ বছৰীয়া মৈত্ৰী পেটেলে বাণিজ্যিক বিমান চলোৱাৰ বাবে অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে। মৈত্ৰীয়ে শৈশৱৰ পৰাই পাইলট হোৱাৰ সপোন দেখিছিল। দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত কৃষক কন্যাৰ সপোনৰ…

কৃষি আইনৰ বিৰোধিতাৰে কি ক’লে ষ্টালিনে ?

দেশৰ সৰ্বত্ৰ কৃষি আইন বিৰোধী প্ৰতিবাদ চলি থকাৰ মাজতে শনিবাৰে ৰাজ্যিক বিধান সভাত কেন্দ্ৰৰ তিনিখন কৃষি আইনৰ বিৰোধিতাৰে প্ৰস্তাৱ গ্ৰহণ কৰি চৰ্চালৈ আহিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন। বিধানসভাত ভাষণ ৰাখি ষ্টালিনে কয় যে আইন কেইখন কৃষকৰ অধিকাৰৰ বিৰোধী। কেন্দ্ৰই…