সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সোমবাৰে নতুন দিল্লীত কাক সাক্ষাৎ কৰিলে অখিল গগৈয়ে ?

ৰাইজৰ দলৰ সভাপতি অখিল গগৈ নতুন দিল্লীত ৷ প্ৰশান্ত কিশোৰ , পীয়ূষ হাজৰিকাৰ সৈতে অখিল গগৈৰ সাক্ষাতে ইতিমধ্যে সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে ৷ সোমবাৰে অখিল গগৈ বিহাৰৰ প্ৰধান বিৰোধী দল আৰ জে ডিৰ সাংসদ তথা মুখপাত্ৰ মনোজ ঝাৰ সৈতে এখন দীঘলীয়া…

মোদীৰ একছত্ৰী নেতৃত্বৰ সলনি কোনে উত্থাপণ কৰিলে এন ডি এৰ সমন্বয়ৰক্ষী সমিতি গঠনৰ দাবী ?

এন ডি এত সকলো সুকলমে চলি থকা নাই ৷ নৰেন্দ্ৰ মোদীৰ একছত্ৰী নেতৃত্বৰ সলনি এন ডি এত সমন্বয়ৰক্ষী সমিতি গঠনৰ দাবী উত্থাপণ হৈছে ৷ এই দাবী জনাইছে বিহাৰত বিজেপিৰ অন্যতম সহযোগী দল জেডি(ইউ)য়ে  ৷ ইয়াৰ পূৰ্বে জে ডি(ইউ)য়ে পেগাছাছ ছফটৱেৰ কাণ্ডৰ তদন্ত…

পেৰা অলিম্পিকত প্ৰথম গৰাকী ভাৰতীয় মহিলা হিচাপে স্বৰ্ণ পদক জয় কৰিলে অৱনী লেখাৰাই

সাঁতোৰবিদ মুৰুলিকান্ত পেটকাৰ(১৯৭২), জেভলিন থ্ৰোৱাৰ দেবেন্দ্ৰ জাজাৰিয়া(২০১৪/১৬) আৰু হাই জাম্পাৰ থাংগাভেলু মাৰিয়াপ্পান(২০১৬)ৰ পিছতে দেশৰ প্ৰথমগৰাকী মহিলা তথা চতুৰ্থ গৰাকী এথলীট হিচাপে পেৰা অলিম্পিক ২০২০ত আজি স্বৰ্ণ জয় কৰিলে শ্বুটাৰ অৱনী…

ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতাত বাধা হ’ল কোন দুই নেতা ?ক’লে অখিল গগৈয়ে

সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈৰ বাবেই বিগত বিধানসভা নিৰ্বাচনত ঐক্যবদ্ধ হ’ব নোৱাৰিলে ৰাইজৰ দল আৰু কংগ্ৰেছ ৷ নতুন দিল্লীত এই মন্তব্য কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ৷ তেও কয় – বিগত নিৰ্বাচনত কংগ্ৰেছ আৰু ৰাইজৰ দলে…

বিজেপিৰ হৈ ওকালতি কৰা কোন আইনজীৱী উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হ’ল ?

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হ’ল আইনজীৱী পি এছ নৰসিংহ ৷ কলকাতা উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা পাব্লিক একাউন্টছ কমিটীৰ গোচৰত তেও বিজেপিৰ হৈ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল ৷মুকুল ৰায়ক বিধানসভাৰ পাব্লিক একাউন্টছ কমিটীৰ চেয়াৰমেন…

পুনৰ এবাৰ ভুৱা প্ৰচাৰৰ বাবে সাজু হৈছে নেকি বিজেপি?

অভূতপূৰ্ব প্ৰচাৰ শৈলী আৰু অবাস্তৱ কথাৰ বাবে সদায়েই চৰ্চাত থাকে শাসকীয় দল বিজেপি। এইবাৰ আন এক প্ৰচাৰৰ চমক দিবলৈ সাজু হৈছে বিজেপি। বিজেপিৰ শীৰ্ষ নেতৃত্বই দাবী কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰ কৰিলে। পৰিসংখ্যাই…

তালিবান নেতাৰ সাক্ষাৎকাৰ লৈ কিয় দেশ এৰিবলগীয়া হ’ল আফগান মহিলা সাংবাদিকে ?

তালিবান নেতাৰ সক্ষাৎকাৰ লোৱা আফগানিস্তানৰ মহিলা সাংবাদিকে ভয় ভাবুকিৰ সন্মুখীন হৈ এৰিবলগীয়া হ’ল দেশ ৷সাংবাদিকগৰাকীৰ নাম বেহেস্তা আৰঘান্দ ৷ ১৭ আগষ্টত তেও এজন শীৰ্ষস্থানীয় তালিবান নেতাৰ সাক্ষাৎকাৰ লৈছিল ৷ আফগানিস্তানৰ ইতিহাসত তালিবান নেতাৰে…

সমুখ সমৰত হিমন্ত আৰু মমতাৰ তৃণমূল কংগ্ৰেছ! সলনি হ’ব নেকি অসমৰ ৰাজনৈতিক ভৱিষ্যত?

পশ্চিম বংগত নিজৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ পিছত এইবাৰ ত্ৰিপুৰা কিম্বা অসমত ৰাজনৈতিক জাল পেলাবলৈ সাজু হৈছে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ। চৰ্চা চলিছে যে দুই-এদিনৰ ভিতৰতে অসম ভ্ৰমণ কৰিব পাৰে মমতা বেনাৰ্জীয়ে। তাকে লৈ এতিয়া সমুখসমৰত…

এইবাৰ সাধাৰণ লোকৰ ব্যক্তিগত ধনৰ ওপৰতো শেনচকু ফেছিষ্ট তালিবানৰ

আফগানিস্তানত তালিবানৰ শাসন প্ৰৱৰ্তন হোৱাৰ পাছৰে পৰা সকলো ক্ষেত্ৰতে বাধা আৰোপ কৰাৰ খবৰ পোহৰলৈ আহিছে। তালিবানে ইটোৰ পাছত সিটো ফেচিষ্ট নীতি প্ৰৱৰ্তন কৰাৰ পাছত আজি 'খামা নিউজ'ৰ তথ্য অনুসৰি তালিবানে ঘোষণা কৰে যে আগানিস্তানৰ লোকসকলে সীমিত অংকৰ…

আফগানিস্তানত কিমান অস্ত্ৰ এৰি গ’ল আমেৰিকাই ?

বিশ্বৰ বৃহৎ বৃহৎ শক্তি সমূহৰ বাবে ১৯ দশকৰ পৰাই আফগানিস্তান এখন খেলপথাৰ হিচাপে পৰিগণিত হৈ আহিছে৷ ১৯ দশকত ইংলেণ্ড,বিংশ দশকত ৰাছিয়া আৰ একবিংশ দশকত আমেৰিকাই আফগানিসতানত নিজৰ প্ৰভূত্ব সাব্যস্ত কৰি দেখুৱাইছে৷ কিন্তু এই তিনটা শক্তিয়েই বিভিন্ন সময়ত…