সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

প্ৰাক্তন সাংসদ তথা সাংবাদিক চন্দন মিত্ৰৰ দেহাৱসান

ৰাজ্য সভাৰ প্ৰাক্তন সাংসদ তথা সাংবাদিক চন্দন মিত্ৰই যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে। পায়'নীয়াৰ শীৰ্ষক বাতৰি কাকতখনৰ সম্পাদক আছিল প্ৰয়াত চন্দন মিত্ৰ। বহুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি আছিল প্ৰয়াত মিত্ৰ আৰু যোৱাকলি নিশা দিল্লীৰ এখন…

বৰ্তমান সময়ত দেশত নিৱনুৱাৰ সংখ্যা কিমান?

ক'ভিডৰ কালৰূপে জনতাক মাধমাৰ শোধাই থকাৰ মাজতে আগষ্টত দেশৰ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক দুয়োটা খণ্ডৰ ১.৫ নিযুতৰো অধিক লোক নিবনুৱা হৈ পৰিছে। Centre for Monitoring Indian Economyৰ এক প্ৰতিবেদন অনুসৰি বিগত জুলাই মাহত কৰ্ম সংস্হাপন থকা লোকৰ…

অভিনেতা সিদ্ধাৰ্থ শুক্লা আৰু নাই

অভিনেতা সিদ্ধাৰ্থ শুক্লা আৰু নাই। প্ৰাপ্ত খবৰ অনুসৰি আজি ৰাতিপুৱা হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে ৪০ বছৰীয়া যশস্বী অভিনেতা গৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ মাতৃ আৰু দুই ভগ্নীক ইহ সংসাৰত এৰি থৈ যায়। ৰিয়েলিটি শ্ব' বিগ বছ অ'টিটি আৰু…

দেশত নতুনকৈ মুকলি কৰা হ’ল ১২৫ টকাৰ মুদ্ৰা

দেশত নতুনকৈ মুকলি হ'ল ১২৫ টকাৰ মুদ্ৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীল ভক্তিবেদান্ত স্বামী প্ৰভুপদৰ ১২৫ তম জন্ম জয়ন্তী উপলক্ষে এক বিশেষ ১২৫ টকাৰ স্মাৰক মুদ্ৰা মুকলি কৰে। ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠানটোত অংশগ্ৰহণ কৰা প্ৰধানমন্ত্ৰী…

গো সুৰক্ষাক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া উচিত: এলাহাবাদ উচ্চ ন্যায়ালয়

স্বাধীনতাৰ আগৰে পৰাই দেশৰ ৰাজনীতিত গৰু হৈছে এটা চৰ্চিত আৰু বিতৰ্কিত বিষয়। কিন্তু এইবাৰ গৰুক লৈ এক বিশেষ মন্তব্য কৰিছে এলাহবাদ উচ্চ ন্যায়ালয়ে। এলাহাবাদ উচ্চ ন্যায়ালয়ে কৈছে যে গৰুক ৰাষ্ট্ৰীয় পশু হিচাপে ঘোষণা কৰিব লাগে আৰু গৰু সুৰক্ষাক…

ৰাহুল গান্ধীৰে কি কথা পাতিলে অখিল গগৈয়ে ?

বুধবাৰে বিয়লি প্ৰায় ৫.৪৫ বজাত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত মূলত: উপ –নিৰ্বাচন আৰু আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হয় ৷ ২১ , টোঘলক লেনত থকা ৰাহুল…

ৰাহুল গান্ধীৰ মতে জিডিপি মানে কি ?

মূল্যবৃদ্ধিক লৈ আকৌ এবাৰ সৰৱ হৈ উঠিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ বুধবাৰে এখন সংবাদমেল সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় যে চৰকাৰে ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি সাধাৰণ নাগৰিকক প্ৰত্যক্ষভাৱে মাধমাৰ শোধাইছে ৷ ৰাহুল গান্ধীয়ে লগতে কয় –…

পুলিচ- আচামী- উকীল এতিয়া একেলগে বিজেপিৰ মঞ্চত

আচামী , পুলিচ , অধিবক্তাই যদি এটা সময়ত একেটা ঘাটতে পানী খাবলৈ লয় , এইখন দেশত আইন , আৰক্ষী , আদালতৰ ওপৰত সাধাৰণ ৰাইজে বিশ্বাস ৰাখিব কেনেকৈ ?

খাদ্য প্ৰস্তুত কৰাত পলম হোৱাৰ বাবেই ডেলিভাৰী বয়ে গুলীয়াই হত্যা কৰিলে ৰেষ্টোৰেণ্টৰ মালিকক

দিল্লীৰ কাষৰ গ্ৰেটাৰ নয়ডাত এটা চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এটা জনপ্ৰিয় খাদ্য এগ্ৰিগেটৰ এপৰ বাবে কাম কৰা এজন ডেলিভাৰী বয়ে খাদ্য প্ৰস্তুত কৰাত পলম কৰাৰ বাবে এখন ৰেষ্টুৰেন্টৰ মালিকক গুলীয়াই হত্যা কৰে। আৰক্ষীয়ে জনোৱা অনুসৰি অৰ্ডাৰ প্ৰদানত…

ভেকচিনৰ ক্ষেত্ৰত কি ৰেকৰ্ড গঢ়িলে ইন্দোৰে?

সকলো যোগ্য হিতাধিকাৰীক প্ৰথম পালি ভেকচিন প্ৰদান কৰা দেশৰ ভিতৰতে প্ৰথম জিলা হিচাপে পৰিগণিত হ'ল ইন্দোৰ। ইন্দোৰত ১৩ আগষ্টৰ ভিতৰত ইয়াৰ জনসংখ্যাৰ ১০০% লোকৰ কোভিড-১৯ টিকাকৰণ সম্পূৰ্ণ কৰা হৈছে। ইন্দোৰৰ ১৮.৮১ লাখ জনসংখ্যাৰ বিপৰীতে মুঠ ১৮.৮২ লাখ…