সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দেশত নতুনকৈ মুকলি কৰা হ’ল ১২৫ টকাৰ মুদ্ৰা

দেশত নতুনকৈ মুকলি হ’ল ১২৫ টকাৰ মুদ্ৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীল ভক্তিবেদান্ত স্বামী প্ৰভুপদৰ ১২৫ তম জন্ম জয়ন্তী উপলক্ষে এক বিশেষ ১২৫ টকাৰ স্মাৰক মুদ্ৰা মুকলি কৰে। ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অনুষ্ঠানটোত অংশগ্ৰহণ কৰা প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে আজি আমি শ্ৰীল প্ৰভুপদজীৰ ১২৫ তম জন্ম জয়ন্তী উদযাপন কৰিছো। লগতে তেওঁ কয় যে ই একেলগে সাধনাৰ সুখ আৰু সন্তুষ্টিৰ দৰে। শ্ৰীল প্ৰভুপদ স্বামীৰ লাখ লাখ অনুগামী আৰু লাখ লাখ কৃষ্ণ ভক্তই আজি সমগ্ৰ বিশ্বতে জন্মজয়ন্তী উদযাপন কৰিছে।

Leave A Reply

Your email address will not be published.