সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰাহুল গান্ধীৰ মতে জিডিপি মানে কি ?

মূল্যবৃদ্ধিক লৈ আকৌ এবাৰ সৰৱ হৈ উঠিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ বুধবাৰে এখন সংবাদমেল সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় যে চৰকাৰে ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি সাধাৰণ নাগৰিকক প্ৰত্যক্ষভাৱে মাধমাৰ শোধাইছে ৷

ৰাহুল গান্ধীয়ে লগতে কয় – চৰকাৰে কয় যে জিডিপি বাঢ়িছে ৷ কিন্তু এই জিডিপিৰ মূল্য আপুনি ভবাৰ দৰে নহয় ৷চৰকাৰৰ জিডিপি মানে হ’ল – গেছ , ডিজিপি আৰু পেট্ৰ’ল দাম যোৱা ৭ বছৰত বৃদ্ধি কৰিছে ৷চৰকাৰে এই মুল্যবৃদ্ধিৰ জড়িয়তে ২৩ লাখ কোটি টকা উপাৰ্জন কৰিছে ৷এই ধন ক’ত গ’ল বুলিও ৰাহুল গান্ধীয়ে প্ৰশ্ন কৰে ৷

 

- Donation -

Leave A Reply

Your email address will not be published.