হেল্থ চিটী হাস্পতালত ফিজিওথেৰাপী দিৱস পালন
বিশ্ব ফিজিওথেৰাপী দিৱসৰ লগত সংগতি ৰাখি আজি খানাপাৰাৰ হেল্থ চিটী হাস্পতালত বিশ্ব ফিজিওথেৰাপী দিৱস পালন কৰা হয় ৷ এই উপলক্ষত চিকিৎসালয়খনৰ ফিজিওথেৰাপী বিভাগে বিভিন্ন জনসজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰে ৷ উল্লেখ্য যে , প্ৰতিবছৰে ৮ ছেপ্তেম্বৰ…