সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এইবাৰ সলনি হ’ল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

বিজেপিৰ পাছত এইবাৰ কংগ্ৰেছত আৰম্ভ হৈছে মুখ্যমন্ত্ৰী সলনিৰ কুচকাৱাজ ৷ শণিবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে অমৰিন্দৰ সিঙে ৷ আজি পুৱা কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে তেওক মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল ৷…

পাপ মোচন কৰিবলৈ মুনিৰ ভেষত ৰূপজ্যোতি কুৰ্মী

সমুখত উপ নিৰ্বাচনৰ ভৰপক। প্ৰায়েই ভিন ভিন ৰূপত দেখা দিয়া প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীক এইবাৰ দেখা গল মুনিৰ ভেষত। মৰিয়নিৰ নকচাৰীত 'দস্যু ৰত্নাকৰৰ মুক্তি লাভ' শীৰ্ষক নাটকত ঋষি গৰ্গমুনিৰ ভাওঁত শুকুৰবাৰে নিশা অভিয়ন কৰে মৰিয়নিৰ প্ৰাক্তন…

কেতিয়ালৈ উপ-নির্বাচন? শীঘ্ৰেই ঘোষণা হ’ব পাৰে দিন-

শীঘ্ৰে ঘোষণা হব পাৰে উপ-নির্বাচনৰ দিন৷ৰাজ্যৰ ৬ টাকৈ সমষ্টিত অনুষ্ঠিত হব লগা উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দল সমূহ ইতিমধ্যে তৎপৰ হৈ পৰিছে৷সমান্তৰালভাবে উপ-নির্বাচনৰ বাবে তৎপৰ হৈ পৰিছে নির্বাচন আয়োগো৷উপ-নির্বাচনৰ বাবে ইতিমধ্যে যাৱতীয় প্ৰস্তুতি…

অলিম্পিয়ানে দিয়া উপহাৰ নিলাম কৰিছে প্ৰধানমন্ত্ৰীয়ে

ভাৰতবৰ্ষৰ সাংস্কৃতিক মন্ত্ৰালয়ে চলিত ছেপ্টেম্বৰ মাহৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীয়ে লাভ কৰা উপহাৰ আৰু স্মৰণিকা সমূহৰ ই-নিলামৰ ব্যৱস্থা কৰিছে। টকিঅ' অলিম্পিক আৰু পেৰালিম্পিক খেলুৱৈ সকলৰ হাত মোজা, ৰেকেটকে ধৰি অন্যান্য সামগ্ৰী সমূহো সামৰি লোৱা…

বিশ্ববাসী আজি সাক্ষী হ’ব এক বিৰল মহাজগতিক পৰিঘটনাৰ

আজি সমগ্ৰ পৃথিৱীবাসী সাক্ষী হৈ ৰৱ এক বিৰল মহাজগতিক পৰিঘটনাৰ। আকাশমাৰ্গত আজি খালী চকুৰেই প্ৰত্যক্ষ কৰিব পাৰিব বৃহস্পতি গ্ৰহক। মাজনিশা চন্দ্ৰৰ নিচেই কাষ চাপিব বৃহস্পতি গ্ৰহ আৰু যদিহে তেলিস্কোপ ব্যৱহাৰ কৰি চাই তেন্তে অধিক স্পষ্ট ৰূপত দেখা যাব…

কি কি থাকিব নিৰ্মাণৰত কাজিৰঙা ডিস্কোভাৰী পাৰ্কত?

কাজিৰঙাত নিৰ্মাণ হৈ আছে কাজিৰঙা ডিস্কোভাৰী পাৰ্ক৷ ডিজিটেল মাধ্যমত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক প্ৰতিফলিত কৰাৰ এক নতুন প্ৰকল্পৰ কাম আৰম্ভ হৈছে কাজিৰঙাত৷ বন বিভাগ আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ যৌথ উদ্যোগত কাজিৰঙাৰ পাণবাৰীত নিৰ্মাণ কাৰ্য…

Just in- অপৰাধী পলাই থাকিলে এনকাউন্টাৰ হৈয়েই থাকিব: হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত চলি থকা এনকাউন্টাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। অপৰাধিয়ে আৰক্ষীৰ কবলৰ পৰা পলাই থাকিলে আৰক্ষীয়ে গুলিয়াই থাকিব। লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে অপৰাধিয়ে কিয় পলায়ন কৰে অপৰাধিক সোধক আৰু নাৰীৰ উপৰত অত্যাচাৰ কৰিলে…

Just in- বিশ্বখনিকৰ বিশ্বকৰ্মা পূজাৰ দিনাই মহানগৰীত ভয়ংকৰ দুৰ্ঘটনা

বিশ্বকৰ্মা পূজাৰ দিনাই গুৱাহাটী মহানগৰীৰ নাৰেংগীত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকৰ খুন্দাত থিতাতে প্ৰাণ গল স্কুটিৰে আহি থকা এজন ব্যক্তিৰ। নিহত যুবকজন নাৰেংগীৰ কেন্দুগুৰিৰ প্ৰমোদ তিমুং বুলি জানিব পৰা গৈছে। পিতৃক কাৰ্যালয়ত থৈ নাৰেংগী…

কোহলিয়ে উপ-অধিনায়ক পদৰ পৰা আঁতৰাব বিচাৰিছিল ৰোহিতকঃ কিন্তু নিজেই অধিনায়কত্ব এৰিলে কিয়?

ভাৰতৰ ৰাণ মেচিন বিৰাট কোহলিয়ে বৃহস্পতিবাৰে ঘোষণা কৰিছিল যে তেওঁ টীম ইণ্ডিয়াৰ টি-২০ ফৰ্মেটৰ অধিনায়ক পদৰ পৰা পদত্যাগ কৰিব। অক্টোবৰ অনুষ্ঠিত হ'বলগীয়া টি-২০ বিশ্বকাপৰ পূৰ্বে কোহলীয়ে টি-২০ৰ অধিনায়কত্ব ত্যাগ কৰিলে। অৱশ্যে কোহলি টেষ্ট আৰু…

আজি বিশ্বকৰ্মা পূজা নহয় কৰম পূজাৰ বাবে বন্ধ ঘোষণা কৰিছিল ৰাজ্য চৰকাৰেঃ কিন্তু কি এই কৰম পূজা?

কৰম পূজা অসমৰ চাহ জনগোষ্ঠীয় লোক সকলৰ এক সৰ্বজনীন, জনপ্ৰিয় আৰু তাৎপৰ্য্যপূৰ্ণ অনুষ্ঠান। মুখ্যতঃ ই এক কৃষিভিত্তিক পূজা। কৃষিকাৰ্য্যত যাতে প্ৰকৃতিৰ পৰা একো বাধা পোৱা নাযায় আৰু শস্যৰ উৎপাদন ভাল হয় তাৰ উদ্দেশ্যে এই পূজা পালন কৰা হয়।…