Investigative reporting with dedication.

ৰাজ্যত চলি থকা এনকাউন্টাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। অপৰাধিয়ে আৰক্ষীৰ কবলৰ পৰা পলাই থাকিলে আৰক্ষীয়ে গুলিয়াই থাকিব। লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে অপৰাধিয়ে কিয় পলায়ন কৰে অপৰাধিক সোধক আৰু নাৰীৰ উপৰত অত্যাচাৰ কৰিলে কঠোৰ হব আৰক্ষী। অপৰাধিক পুনৰ সকীয়নি প্ৰদান কৰি কয় যে ড্ৰাগছ বেপাৰী, গৰুৰ চোৰাং বেপাৰীৰ ওপৰতো অধিক কঠোৰ হব অসম আৰক্ষী।




