সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অসমত কিহৰ বাবে দ্ৰুতগতিত হ্ৰাস পাইছে কৃষিভূমি?

ৰাজ্যত দৰং জিলাৰ ঢলপুৰ আৰু গৰুখুটিঁৰ উচ্ছেদ অভিযানক লৈ বৰ্তমানো অব্যাহত আছে উত্তেজনা। আৰক্ষী আৰু বেদখলকাৰীৰ মাজত হোৱা সংঘাটত তিনিগৰাকীকৈ লোকে প্ৰাণ হেৰুওৱাৰ লগে লগে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অসমৰ উচ্ছেদ অভিযানৰ বাতৰি সবিস্তাৰে প্ৰকাশ পাইছিল।…

ৰাজ্যত ৩০ অক্টোবৰত অনুষ্ঠিত হব উপ-নিৰ্বাচনঃ ২ নৱেম্বৰত ভোট গণনা

ৰাজ্যত সমাগত বিধানসভাৰ উপ নিৰ্বাচন। অহা ৩০ অক্টোবৰত ৰাজ্যৰ তামুলপুৰ, গোসাঁইগাঁও, ভৱানীপুৰ, মৰিয়নী আৰু থাওৰা সমষ্টিত অনুষ্ঠিত হব উপ-নিৰ্বাচন। ইয়াৰ পিছতে ২ নৱেম্বৰত ভোট গণনাৰ দিন ধাৰ্য কৰিছে দেশৰ নিৰ্বাচন আয়োগে। ৰাজ্যৰ ৫টাকৈ সমষ্টিৰ…

মাত্ৰ ১৫ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে স্থানান্তৰ কৰা হব ৫১০৪ জোপা গছ

পূব আৰু উত্তৰ-পূব দিল্লীত ছয় লেনৰ ঘাইপথ নিৰ্মাণৰ বাবে ১৪ হেক্টৰতকৈও অধিক বনভূমিত ৰোপণ কৰা ৫১০৪ জোপ গছ কাটি আন এটা স্থানলৈ স্থানান্তৰ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। বিষয়াসকলৰ মতে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে দিল্লী-চাহাৰনপুৰ ঘাইপথৰ ১৪.৭৫…

ভাৰতত মুছলমানৰ অৱস্থা বিয়াৰ বেণ্ড পাৰ্টীৰ দৰেই হৈছেঃ আছাদুদ্দিন ওৱেচি

ভাৰতত মুছলমানৰ অৱস্থাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে সংখ্যালঘু নেতা আছাদুদ্দিন ওৱেচিয়ে। ওৱেচিয়ে কয় যে-ভাৰতত মুছলমান সকলৰ অৱস্থা বিয়াৰ বেণ্ড পাৰ্টীৰ দৰেই হৈছে। নিৰ্বাচন আহিলেই নেতা সকলে মুছলমানক ধৰ্ম নিৰপেক্ষতাৰ বেণ্ড বজাবলৈ বাধ্য কৰে। দৰাই…

ৰাজ্যসভাৰ সাংসদ হিচাপে ঘোষণা হ’ল সৰ্বানন্দ সোনোৱালৰ নাম

আজি অনানুষ্ঠানিকভাৱে ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হ'ল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল। আজি আছিল ৰাজ্যসভাৰ মনোনয়ন উঠাই লোৱাৰ অন্তিম দিন। যিহেতু অসমত খালী হৈ থকা ৰাজ্যসভাৰ একমাত্ৰ আসনখনৰ বাবে…

আফগানিস্তানত দাড়ি কটা বন্ধ কৰিছে তালিবানেঃ হতবাক বিশ্ববাসী

তালিবানে আফগানিস্তানৰ হেলমান্দ প্ৰদেশৰ নাপিতসকলক স্থানীয় লোকৰ দাড়ি কাটি নিদিবলৈ নিৰ্দেশ জাৰি কৰিছে। তালিবানে কব খোজে যে দাড়ি কটাটো ইছলামিক আইন বিৰোধী। BBCৰ এক নতুন প্ৰতিবেদন অনুসৰি হেলমান্দ প্ৰদেশৰ নাপিতসকলক গ্ৰাহকৰ দাড়ি নাকাটিবলৈ…

কোন জ্যেষ্ঠ খৈলুৱৈয়ে কোহলিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে BCCIত?

টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে কিছু দিন পূৰ্বো টি-২০ৰ অধিনায়কত্ব ত্যাগ কৰিব বুলি ঘোষণা কৰি সকলোকে হতবাক কৰিছিল। বিৰাট কোহলিয়ে ২০২১ চনৰ টি-২০ বিশ্বকাপৰ পিছত টি-২০ ৰ অধিনায়কত্ব হস্তান্তৰ কৰিব। আমাৰ হাতত আহি পৰা খবৰ অনুসৰি টীম…

২২৫ ঘন্টাত ১৫০ বাৰ ভাষণ দিব প্ৰবক্তা তথা চিন্তাবিদ দিগন্ত বিশ্ব শৰ্মাইঃ কিন্তু কিয়?

শ্রীমদ্ভাগৱত গীতাৰ ওপৰত এলানি বত্তৃণতাৰ আয়োজন কৰিছে অসম বিশ্ববিদ্যালয়ে৷ শ্রীঅৰবিন্দৰ চিন্তাধাৰাৰ আধাৰত শ্রীমদ্ভাগৱতৰ সার্বজনীন বার্তা শীর্ষক এই বক্তৃতা প্রদান কৰিব সাহিত্য অকাডেমিৰ অনুবাদক বঁটা বিজয়ী চিন্তাবিদ দিগন্ত বিশ্ব শর্মাই৷ ভাৰতৰ…

APDCLৰ নিযুক্তি পৰীক্ষা কেলেংকাৰীৰ মূল অভিযুক্ত আতাউৰ ৰহমানৰ আত্মসমৰ্পন

অৱশেষত আত্মসমৰ্পণ কৰিলে APDCLৰ নিযুক্তি পৰীক্ষা কেলেংকাৰীৰ মূল অভিযুক্ত আতাউৰ ৰহমানে। মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ ওচৰত আত্মসমৰ্পণ ৰহমানৰ। আজি বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হব আতাউৰক। মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই ৫ দিনৰ বাবে জিম্নাত…

অৱশেষত আহিল দুৰ্দান্ত ঘুৰ্ণী বতাহ গুলাবঃ নিহত ৫

ঘুৰ্ণী বতাহ গুলাবক লৈ ইতিমধ্যেই দেশৰ কেইবাখনো ৰাজ্যত জাৰি কৰা হৈছিল হাই এলাৰ্ট। গুলাবৰ তাণ্ডৱত এতিয়া তচনচ হব পাৰে অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যা। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকূলাম জিলাত ২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে উৰিষ্যাত ৩ জনকৈ মাছমৰীয়াৰ মৃত্যুৰ…