সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

পিছুৱাই দিয়া হৈছে UGC-NET পৰীক্ষা

◆ পিছুৱাই দিয়া হৈছে UGC আৰু NET পৰীক্ষা ◆ দুৰ্গা পূজাৰ পিছতহে অনুষ্ঠিত হব পৰীক্ষাসমূহ ◆ নেচনেল টেষ্টিং এজেন্সীয়ে জনাইছে এই কথা ◆ ১৭ ৰ পৰা ২৫ অক্টোবৰৰ ভিতৰত অনুষ্ঠিত হ'ব পৰীক্ষাসমূহ ◆ ২০২০ৰ ডিচেম্বৰ আৰু জুন ২০২১ ছেচনৰ অনুষ্ঠিত…

“গৰুখুঁটি কাণ্ডৰ খলনায়ক ফটোগ্ৰাফাৰ বিজয় বণিয়া নিৰ্দোষী” :ৰকিবুল হুছেইন

দৰং জিলাৰ গৰুখুঁটিত হোৱা উচ্ছেদ অভিযানত আৰক্ষী আৰু প্ৰতিবাদকাৰি মাজত সৃষ্টি হৈছিল তীব্ৰ সংঘৰ্ষ। আৰক্ষীৰ গুলীত নিহত হোৱা এজন ব্যক্তিৰ মৃতদেহৰ উপৰত অতি বৰ্বৰ ভাৱে জপিয়াই পৰা বিজয় বণিয়া সন্দৰ্ভত মন্তব্য ৰকিবুল হুছেইনৰ। ফটোগ্ৰাফাৰ বিজয় বণিয়াক…

হেক হ’ল কৃষি বিভাগৰ ৱেবছাইট: বিভিন্ন আঁচনিৰ ধন লুণ্ঠনৰ চেষ্টা হেকাৰৰ

বঙাইগাঁও জিলাৰ কৃষি বিভাগত সংঘটিত ভয়ংকৰ কাণ্ড। হেক হ'ল কৃষি বিভাগৰ ৱেবছাইট তথা পি এম কিষাণ পৰ্টেল চাৰ্ভাৰ। বিভিন্ন আঁচনিৰ হিতাধিকাৰিৰ ধন লুণ্ঠনৰ চেষ্টা চলাই হেকাৰে। ৱেবচাইটটোত দুহাজাৰ ভুৱা পি এম কিষাণ সন্মান নিধিৰ নাম অন্তৰ্ভু্ত হৈ আছিল।…

ৰাজ্যত আজিৰে পৰা বলবৎ হ’ব নতুন SOP : কি আছে সবিশেষ

◆ নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰত পুনৰ শিথিলতাৰ ব্যৱস্থা। নিশা ১০.০০ বজাৰ পৰা পুৱা ৫.০০ বজালৈ বলৱৎ থাকিব সান্ধ্য আইন। ইতিপূৰ্বে নিশা ৯.০০ বজালৈ সান্ধ্য আইন বাহাল আছিল। ◆ নিশা ৯.০০ বজালৈ খোলা ৰাখিব পাৰিব কৰ্মক্ষেত্ৰ।…

আজি প্ৰয়াত শিল্পী জংকী বৰঠাকুৰৰ ওপজা দিনঃ ভগ্নীক সুঁৱৰি জুবিন গাৰ্গৰ আৱেগিক ফেচবুক পোষ্ট

আজি প্ৰয়াত উদীয়মান সম্ভৱনাপূৰ্ণ কণ্ঠশিল্পী জংকী বৰঠাকুৰৰ ওপজা দিন। এক পথ দুৰ্ঘটনাত হঠাৎ আঁতৰি গৈছিল জংকী। আজি জংকীৰ ওপজা দিনত ভগ্নীক সুঁৱৰি ভাতৃ জুবিন গাৰ্গে দিছে এক আৱেগিক ফেচবুক পোষ্ট। ভগ্নীৰ এখন ফটো দি জুবিনে লিখিছে - Memories .....my…

গাড়ীচালক-স্বত্বাধিকাৰীৰ বাবে সুখবৰঃ বৃদ্ধি হ’ল ড্ৰাইভিং লাইচেঞ্চৰ ম্যাদ

⚫ আজিৰে পৰা বৃদ্ধি হ'ল যান-বাহনৰ নথি,‌ ড্ৰাইভিং লাইচেঞ্চ নৱীকৰণৰ ম্যাদ ⚫ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বৃদ্ধি কৰিছে নৱীকৰণ ৰ ম্যাদ ⚫ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহকো এই ম্যাদ বৃদ্ধি ৰূপায়ন কৰিবলৈ আহ্বান কেন্দ্ৰৰ ⚫ ৩১ অক্টোবৰলৈ…

শ্বেৰমান আলীৰ বিৰুদ্ধে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ

শ্বহীদক লৈ বিধায়ক শ্বেৰমান আলীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ মুখৰ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। শ্বেৰমান আলীৰ বিৰুদ্ধে কলাইগাঁৱত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আছুয়ে। শ্বেৰমান আলীৰ বিতৰ্কিত…

কৃষকৰ বাবে সুখবৰঃ পুনৰ মুকলি হ’ল এছিয়াৰ সৰ্ববৃহৎ গোৱালপাৰাৰ কলৰ বজাৰ

দেশৰ জনতা আৰু অৰ্থনৈতিক পৰিকাঠামোক ক'ভিডে মাধমাৰ সোধাই থকাৰ মাজতে কৃষক সকলৰ বাবে আহিছে এটা ভাল খবৰ। পুনৰ মুকলি হ'ল এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ। গোৱালপাৰাৰ দৰংগিৰিৰ এই বজাৰখনৰ কলৰ আন্তঃৰাষ্ট্ৰীয় বজাৰতো যথেষ্ট চাহিদা ।উল্লেখ্য যে বজাৰখন ক'ভিডৰ…

শ্বহীদক লৈ কৰা শ্বেৰমান আলীৰ মন্তব্য আমাৰ গ্ৰহণযোগ্য নহয়ঃ অখিল গগৈ

শ্বহীদক লৈ বিধায়ক শ্বেৰমান আলীৰ মন্তব্যক কেন্দ্ৰ কৰি ৰাজ্যত বৰ্তমানো অব্যাহত আছে উত্তেজনা। ইয়াৰ মাজতে শ্বেৰমান আলীৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈছে বিধায়ক অখিল গগৈ। লগতে বিতৰ্কিত বিধায়ক শ্বেৰমান আলীক তুলা-ধূনা দি অখিল গগৈয়ে আলীক এই…

ভেকচিন ল’বলৈ আধাৰ কাৰ্ড ব্যৱহাৰ কৰিছিল নেকিঃ যদি কৰিছে তেন্তে সহজে পাব Health ID

যদি আপুনি ক'ভিড ভেকছিন গ্ৰহণ কৰিবলৈ আধাৰ কাৰ্ডখন Identification Document হিচাপে ব্যৱহাৰ কৰিছে তেন্তে আপোনাক ইতিমধ্যেই ডিজিটেল Health ID এটাৰ সৈতে সংযুক্ত কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সপ্তাহৰ আৰম্ভণিতে আয়ুষ্মান ভাৰত…