Investigative reporting with dedication.

বঙাইগাঁও জিলাৰ কৃষি বিভাগত সংঘটিত ভয়ংকৰ কাণ্ড। হেক হ’ল কৃষি বিভাগৰ ৱেবছাইট তথা পি এম কিষাণ পৰ্টেল চাৰ্ভাৰ। বিভিন্ন আঁচনিৰ হিতাধিকাৰিৰ ধন লুণ্ঠনৰ চেষ্টা চলাই হেকাৰে। ৱেবচাইটটোত দুহাজাৰ ভুৱা পি এম কিষাণ সন্মান নিধিৰ নাম অন্তৰ্ভু্ত হৈ আছিল। উল্লেযোগ্য যে দুবাৰকৈ পি এম কিষাণ পৰ্টেল হেক কৰিছিল হেকাৰে আৰু ৱেবছাইট হেক কৰা বুলি জানিবলৈ দিয়ে কৃষি বিষয়া সঞ্জয় সেনগুপ্তাই।




