পিছুৱাই দিয়া হৈছে UGC-NET পৰীক্ষা

Share This Article

◆ পিছুৱাই দিয়া হৈছে UGC আৰু NET পৰীক্ষা

◆ দুৰ্গা পূজাৰ পিছতহে অনুষ্ঠিত হব পৰীক্ষাসমূহ

◆ নেচনেল টেষ্টিং এজেন্সীয়ে জনাইছে এই কথা

◆ ১৭ ৰ পৰা ২৫ অক্টোবৰৰ ভিতৰত অনুষ্ঠিত হ’ব পৰীক্ষাসমূহ

◆ ২০২০ৰ ডিচেম্বৰ আৰু জুন ২০২১ ছেচনৰ অনুষ্ঠিত হব উক্ত পৰীক্ষাত

◆ উল্লেখযোগ্য যে তাৰিখ সলনি কৰিবৰ বাবে প্ৰাৰ্থী সকলে দাবী উত্থাপন কৰি আহিছিল

◆ পৰবৰ্তী সূচী “ugcnet.nta.nic.in” ত উপলব্ধ হব

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.