গাড়ীচালক-স্বত্বাধিকাৰীৰ বাবে সুখবৰঃ বৃদ্ধি হ’ল ড্ৰাইভিং লাইচেঞ্চৰ ম্যাদ

Share This Article

⚫ আজিৰে পৰা বৃদ্ধি হ’ল যান-বাহনৰ নথি,‌ ড্ৰাইভিং লাইচেঞ্চ নৱীকৰণৰ ম্যাদ

⚫ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা বৃদ্ধি কৰিছে নৱীকৰণ ৰ ম্যাদ

⚫ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহকো এই ম্যাদ বৃদ্ধি ৰূপায়ন কৰিবলৈ আহ্বান কেন্দ্ৰৰ

⚫ ৩১ অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে বাহন পঞ্জীয়ন প্ৰমাণ পত্ৰ, ফিটনেছ তথা অনুজ্ঞাপত্ৰৰ ম্যাদ

⚫ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই বিশেষ সিদ্ধান্ত কেন্দ্ৰৰ

⚫ যাতায়তৰ ক্ষেত্ৰত যাতে জনতা অসুবিধাৰ সন্মুখীন হ’বলগা নহয় তাৰ বাবে এই সিদ্ধান্ত কেন্দ্ৰৰ

⚫যিসমূহ ম্যাদ ২০২০ ৰ ১ ফেব্ৰুৱাৰীত উকলি গৈছে তাৰ ম্যাদ বৃদ্ধি কৰা হৈছে

⚫ ২০২১ ৰ ৩১ অক্টোবৰত উকলিব লগা নথি সমূহৰো ম্যাদ বৃদ্ধি

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.