সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

সীমান্ত অশান্ত কৰিবলৈ পাকিস্তানৰ নতুন কূট-কৌশলঃ জম্মুত ড্ৰোনেৰে পেলালে বন্দুক আৰু বিস্ফোৰক

ভাৰতৰ বিৰুদ্ধে নিৰন্তৰ জঘন্য ষড়যন্ত্ৰ ৰচাত ব্যস্ত থাকে পাকিস্তান। এইবাৰ পুনৰ ভাৰত-পাক সীমান্ত অশান্ত কৰাৰ বাবে পৰিকল্পনা তৈয়াৰ কৰিছে পাকিস্তানে। পাকিস্তানে জম্মুৰ সাতৱাৰী অঞ্চলৰ ফ্লাই মণ্ডলত ড্ৰোনৰ জৰিয়তে অস্ত্ৰ নিষ্কাশন কৰিছে। যোৱা নিশা…

আফগানিস্তান সীমান্তত সুৰক্ষাৰ বাবে আত্মঘাতী বোমাৰু মোতায়েন কৰিব তালিবানে

তদানীন্তন চৰকাৰক আঁতৰাই আফগানিস্তান দখল কৰাৰ পিছত এতিয়া দেশ পৰিচালনাৰ নিত্য নতুন কৌশল উদ্ভাৱন কৰিছে তালিবানে।আফগানিস্তানৰ এটা সূত্ৰৰ তথ্য অনুসৰি তালিবানে আত্মঘাতী বোমাৰুৰ এক বিশেষ বেটেলিয়ন গঠন কৰিছে। কোৱা হৈছে যে আফগানিস্তানৰ সীমান্তৰ মূলত…

VOGUE INDIA মেগাজিনত অসম গৌৰৱ লাভলীনা

◆ VOGUE INDIA আলোচনীৰ বেটুপাতত জিলিকিল অসম কন্যা লাভলীনা বৰগোহাঁই ◆ লভলিনাৰ এই সন্মনক গৌৰবৰ বিষয় হিচাপে চৰ্চিত ◆ অক্টোবৰ মাহৰ ১৪ তম বিশেষ বাৰ্ষিকী সংখ্যাৰ বেটুপাতত প্ৰকাশ লাভলীনাৰ আলোকচিত্ৰ ◆ প্ৰতি গৰাকী যুৱতীৰ বাবে অনুপ্ৰাণিত…

হস্তীৰ কন্যা প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি ৮৭ সংখ্যক জন্মবাৰ্ষিকী

অসমীয়া সাংস্কৃতিক জগতৰ একালৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাৰ আজি ৮৭ সংখ্যক জন্মবাৰ্ষিকী। গোৱালপাৰীয়া লোকগীতক বিশ্ব দৰবাৰলৈ লৈ যোৱা প্ৰতিমা পাণ্ডে বৰুৱাৰ জন্ম হৈছিল দক্ষিণ অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰৰ ১৯৩৪ চনৰ ৩ অক্টোবৰত। গোৱালপৰীয়া (কোচ…

“দালালবোৰ ভাল মানুহ,তেওঁলোকৰ কিবা আঁচনিৰ প্ৰয়োজন হলে মই দিয়াত আছোঁ”: মুখ্যমন্ত্ৰী

ৰাজ্যত চলি থকা দলালৰাজৰ সম্পৰ্কে মুখ্যমন্ত্ৰীৰ মন্তব্য দালালবোৰ ভাল মানুহ, তেওঁলোকে ব্যৱসায় বানিজ্য আৰম্ভ কৰক যদি কিবা আঁচনিৰ প্ৰয়োজন হয় মই প্ৰদান কৰিম। কেবল মাত্ৰ তেওঁলোকে পূৰ্বৰ কামবোৰ ত্যাগ কৰক। লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ…

গঠন হ’ল অসম চুক্তি ৰূপায়নৰ বাবে ৮ জনীয়া উপ সমিতি

অসম আৰু অসমীয়াৰ ৰূপৰেখা স্বৰূপ অসম চুক্তি ৰূপায়নৰ বাবে গঠন হল ৮ জনীয়া উপ সমিতি। এই উপ সমিতিৰ অধ্যক্ষ অসম চুক্তি ৰূপায়ন আৰু কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰা। সমিতিৰ অন্যান্য সদস্য সকল ক্ৰমে, জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা, লোক নিৰ্মাণ আৰু সমাজ…

কংগনা ৰাণাৱটৰ বিৰুদ্ধে সৰৱ প্ৰবীণ গীতিকাৰ জাভেদ আখটাৰ

কিছুদিন পূৰ্বে বলিউডৰ প্ৰবীণ গীতিকাৰ জাভেদ আখটাৰে মুম্বাইৰ এখন আদালতত অভিযোগ দাখিল কৰে যে অভিনেত্ৰী কংগনা ৰাণাৱটে তেওঁৰ বিৰুদ্ধে দাখিল কৰা অপৰাধমূলক মানহানিৰ গোচৰটো স্থানান্তৰ কৰিবলৈ কৰা আবেদন "গুণাগুণবিহীন" আছিল। আৰু লগতে তেওঁ কয় যে…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ’ল ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হ'ল ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহ। উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন আৰণ্যক, কৰবেট ফাউণ্ডেচন, WWF, ভূমি আৰু WTIৰ সহযোগত কাজিৰঙাৰ কহঁৰাৰ মিহিমুখত বন্যপ্ৰাণী সপ্তাহৰ শুভাৰম্ভ কৰা হয়। অক্টোবৰ…

যোগীৰ উত্তৰ প্ৰদেশত কংগনা ৰাণাৱটক ব্ৰেণ্ড এম্বেচেডৰ নিযুক্তি

বলীউডৰ বহু চৰ্চিত, বহু বিতৰ্কিত অভিনেত্ৰী কংগনা ৰাণাৱটক উত্তৰ প্ৰদেশৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে ঘোষণা কৰে মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে। উত্তৰ প্ৰদেশ চৰকাৰৰ "এক জিলা-এক সামগ্ৰী" (অ'ডিঅ'পি) আঁচনিৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি প্ৰদান কৰে…

আজিৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ল অসম ৰাজ্যিক চিৰিয়াখানা

কভিদ সংক্ৰমণৰ বাবে দীৰ্ঘদিনৰ পৰা বন্ধ হৈ আছিল অসম ৰাজ্যিক চিৰিয়াখানা। আজিৰে পৰা পুনৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে চিৰিয়াখানা। উল্লেখ‌ যে আজিৰ পৰা আৰম্ভ হোৱা ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি পুৱা চিৰিয়াখানা চৌহদত এক…