VOGUE INDIA মেগাজিনত অসম গৌৰৱ লাভলীনা

Share This Article

◆ VOGUE INDIA আলোচনীৰ বেটুপাতত জিলিকিল অসম কন্যা লাভলীনা বৰগোহাঁই

◆ লভলিনাৰ এই সন্মনক গৌৰবৰ বিষয় হিচাপে চৰ্চিত

◆ অক্টোবৰ মাহৰ ১৪ তম বিশেষ বাৰ্ষিকী সংখ্যাৰ বেটুপাতত প্ৰকাশ লাভলীনাৰ আলোকচিত্ৰ

◆ প্ৰতি গৰাকী যুৱতীৰ বাবে অনুপ্ৰাণিত কৰিব পৰা এক শক্তি বুলি উল্লেখিত আলোচনীখনত

◆ টুইটাৰত বিভিন্নজনে শুভকামনাৰে উপচাই পেলাইছে লাভালীনাক

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.