Investigative reporting with dedication.

ৰাজ্যত চলি থকা দলালৰাজৰ সম্পৰ্কে মুখ্যমন্ত্ৰীৰ মন্তব্য দালালবোৰ ভাল মানুহ, তেওঁলোকে ব্যৱসায় বানিজ্য আৰম্ভ কৰক যদি কিবা আঁচনিৰ প্ৰয়োজন হয় মই প্ৰদান কৰিম। কেবল মাত্ৰ তেওঁলোকে পূৰ্বৰ কামবোৰ ত্যাগ কৰক। লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে চৰকাৰী কাৰ্যালয়ত এতিয়াৰে পৰা আৰু দালালবোৰক লগ নাপায় সাধাৰণ নাগৰিকে।




