Investigative reporting with dedication.

তদানীন্তন চৰকাৰক আঁতৰাই আফগানিস্তান দখল কৰাৰ পিছত এতিয়া দেশ পৰিচালনাৰ নিত্য নতুন কৌশল উদ্ভাৱন কৰিছে তালিবানে।আফগানিস্তানৰ এটা সূত্ৰৰ তথ্য অনুসৰি তালিবানে আত্মঘাতী বোমাৰুৰ এক বিশেষ বেটেলিয়ন গঠন কৰিছে। কোৱা হৈছে যে আফগানিস্তানৰ সীমান্তৰ মূলত বাদাখশান প্ৰদেশত এই দলটো মোতায়েন কৰা হ’ব। সীমা সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তালিবানে গ্ৰহণ কৰিছে এই আজৱ পদক্ষেপ।




