দেশৰ ৫ ৰাজ্যত ৭ টা পৰ্যায়ত বিধানসভা নিৰ্বাচন , ফলাফল কেতিয়া ?
কোভিড আকৌ আহিছে ৷ বিদ্যালয় বন্ধ হৈ থাকিব ৷ জনজীৱনত নতুন প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে ৷ কিন্তু তাৰ মাজতে অনুষ্ঠিত হ’ব নিৰ্বাচন৷ দেশত কোভিডৰ তৃতীয় লহৰ অৰম্ভ হোৱাৰ সময়তে আজি ভাৰতীয় নিৰ্বাচনী আয়োগে ঘোষণা কৰিছে পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ৷…