কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে জাৰি কৰিছে আইছ’লেচনৰ বাবে নতুন বিধি

দেশত কোভিড-১৯ ৰ সংক্ৰমণ অব্যাহত থকাৰ সময়তেই কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে জাৰি কৰিছে আইছ’লেচনৰ বাবে নতুন বিধি । চৰকাৰৰ পৰামৰ্শ অনুসৰি – ● কোনো লক্ষণ দেহত দেখা নিদিয়া কোভিড ৰোগীসকলো আইছ’লেচনত থাকিব লাগিব সম্পূৰ্ণ সাত দিনলৈ । ●…









