APDCL ৰ সঞ্চালক পদত অভিনেতা যতীন বৰা

Share This Article

এইবাৰ অসমীয়া চলচিত্ৰ বিভাগৰ দায়িত্ব নহয়, APDCL ৰ সঞ্চালক পদত অভিনেতা যতীন বৰা। যতীন বৰাক APDCL ৰ সঞ্চালক পদৰ দায়িত্ব দিয়া পাছতেই সৰ্বত্ৰে হৈছে প্ৰতিক্ৰিয়া। চলচ্চিত্রৰ লগত জড়িত এজন ব্যক্তিক কেনেকৈ APDCL ৰ সঞ্চালক পদ দিয়া হ’ল তাকে লৈ প্ৰশ্ন উত্থাপিত হৈছে সামাজিক মাধ্যমত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.