সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মোদীৰ পঞ্জাৱ ভ্ৰমণ ঘটনা সন্দর্ভত পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

১৩ জানুৱাৰী বৃহস্পতিবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে পঞ্জাৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰাপত্তা উলংঘনৰ ঘটনাৰ বাবে দুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে দেশৰ কোভিড পৰিস্থিতিসন্দৰ্ভত ৰাজ্যৰ…

মকৰ সংক্ৰান্তি উপলক্ষে সূৰ্য নমস্কাৰ কাৰ্যসূচী

মকৰ সংক্ৰান্তি উপলক্ষে সূৰ্য নমস্কাৰ কাৰ্যসূচী। সমগ্ৰ দেশতে দেশৰ আয়ুষ মন্ত্ৰালয়ে অনুষ্ঠিত কৰিছে সূৰ্য নমস্কাৰৰ কাৰ্যসূচী। প্ৰায় ১ কোটি লোকে অংশগ্ৰহণ কৰে এই সূৰ্য নমস্কাৰ কাৰ্যসূচীত। স্বাধীনতাৰ অমৃত মহোৎসৱৰ অধীনত এই কাৰ্যসূচী অনুষ্ঠিত কৰা…

জ্যেষ্ঠ সাংবাদিক কমাল খানৰ মৃত্যু , কেনেকৈ ?

বৃহস্পতিবাৰে নিশা ৯ বজালৈ তেওঁ ৰিপ’ৰ্টিঙ কৰি আছিল ৷ শেষৰবাৰৰ বাবে টিভিৰ পৰ্দাত ভুমুকি মাৰিছিল নিশা ৯ বজাৰ প্ৰাইম টাইমত ৷ উত্তৰ প্ৰদেশত কংগ্ৰেছৰ ১২৫ জনীয়া প্ৰাৰ্থী তালিকা সন্দৰ্ভত নিজৰ বিশ্লেষণ আগবঢ়াইছিল ৷ শুকুৰবাৰে খবৰ আহিল তেওঁ আৰু নাই ৷…

ৰে’ল দুৰ্ঘটনা: ভাতৃৰ শেষকৃত্য কৰি ঘৰলৈ ওভতা নহ’ল গুৱাহাটীৰ শান্তাদেৱীৰ

সৰু ভায়েকৰ মৃত্য়ুৰ খবৰ পাই যোৱা ২৩ ডিচেম্বৰত জয়পুৰলৈ ৰাওণা হৈছিল শান্তাদেৱী পাটানী ৷ গুৱাহাটী নিবাসী শান্তাদেৱী পাটানীয়ে ভাতৃৰ শেষকৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰি উভতিছিল বিকানিৰ – গুৱাহাটী এক্সপ্ৰেছত ৷ কিন্তু বৃহস্পতিবাৰে পশ্চিমবংগৰ জলপাইগুৰিত…

বিকানীৰ – গুৱাহাটী এক্সপ্ৰেছ দুৰ্ঘটনাগ্ৰস্থ : নিহত ৯ , আহত ৩৬

পশ্চিমবংগৰ জলপাইগুৰিত সংঘটিত ভয়ানক ৰে’ল দুৰ্ঘটনাত নিহতৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে ৷ শুকুৰবাৰে দুৰ্ঘটনাস্থলীত পুণৰ দুটা মৃতদেহ উদ্ধাৰ হয় ৷ ৩৬ গৰাকী আহতক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ উল্লেখযোগ্য যে বৃহস্পতিবাৰে বিয়লি জলপাইগুৰিত বিকানীৰ –…

মন্ত্ৰী ধৰম সিং চৈনীৰ বিজেপি দল ত্যাগ

চৰ্চাত আছে উত্তৰ প্ৰদেশৰ ৰাজনীতি। আগন্তক উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে যোগী আদিত্যনাথৰ চৰকাৰৰ  দলৰ পৰা দল ত্যাগ কৰিছে কেইবাজনো মন্ত্ৰী-বিধায়কে। বৰ্তমানৰলৈকে সৰ্বমুঠ দহজন…

দেশৰ কোভিড পৰিস্থিতিক লৈ বৈঠকত বহিব প্ৰধানমন্ত্ৰী মোদী

আজি বিয়লী ৪.৩০ বজাত এক গুৰুত্বপূৰ্ণ বৈঠকত বহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। সকলো ৰাজ্যৰে মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত অংশ ল’ব প্রধানমন্ত্ৰীয়ে। ভিডিঅ’ কনফাৰেন্সযোগে মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত বহিব মোদী। দেশৰ কোভিড পৰিস্থিতিক লৈ এই বৈঠকত কৰা হ’ব…

ৰকেট বিজ্ঞানী এছ সোমনাথক ‘ইছৰো’ৰ অধ্যক্ষ হিচাপে নিযুক্তি

বিশিষ্ট ৰকেট বিজ্ঞানী এছ সোমনাথক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) অধ্যক্ষ হিচাপে নিযুক্তি। লগতে মহাকাশ সচিব হিচাপেও নিযুক্তি দিয়া হৈছে এছ সোমনাথক। কৰ্মচাৰী মন্ত্ৰালয়ৰ এক নিৰ্দেশত এছ সোমনাথক নিযুক্তি।  বৰ্তমান বিক্ৰম চাৰাভাই মহাকাশ…

৫০ মহিলালৈ কংগ্ৰেছৰ টিকট আৰু কি পৰিকল্পনা প্ৰিয়ংকাৰ ?

উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে ১২৫ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ৷ ইয়াৰ ভিতৰত আছে ৫০ গৰাকী মহিলা প্ৰাৰ্থী ৷ বেছিভাগ মহিলাই যোগী আদিত্যনাথৰ শাসনকালত নিৰ্যাতন বা প্ৰতাৰণাৰ সন্মুখীন হৈছে ৷ বিজেপিৰ বিৰুদ্ধে প্ৰতীকি…

সত্যপাল মালিকলৈ প্ৰধানমন্ত্ৰী মোদীৰ ভয় কিয় ?

মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যিমান আক্ৰমণ কৰিছে , আন কোনো বিৰোধী নেতাইও কৰা নাই ৷ কৃষক আন্দোলনক লৈ প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা স্থিতিক লৈ সদায় সোচ্চাৰ হৈ আহিছে সত্যপাল মালিক ৷ বিষয়টো লৈ তেও আনকি নিজে…